• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৬ বছৰৰ পাছত মুখ্যমন্ত্ৰীৰে সৈতে তিনিঘণ্টা জোৰা গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ল আছু

অসম চুক্তি ৰূপায়ণক লৈ কি হ'ল আলোচনা?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 7, 2021 8:38 pm
asom
209
VIEWS
Share on FacebookShare on Twitter

১৬ বছৰৰ পাছত মুখ্যমন্ত্ৰীৰে সৈতে তিনিঘণ্টা জোৰা গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ল সদৌ অসম ছাত্ৰ সন্থা।

সদৌ অসম ছাত্ৰ সন্হাৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ উপস্থিতিত  ৪১ জনীয়া দলৰ এই আলোচনাত অংশগ্ৰহণ কৰে।

অসম চুক্তিৰ ৰূপায়নৰ বাবে আলোচনাৰ অন্তত আছু নেতৃত্বই জনোৱা অনুসৰি এখন কমিটী গঠন কৰা হ’ব, আছুৰ ফালৰ পৰা ৫ গৰাকী আৰু চৰকাৰৰ ৩ গৰাকী মন্ত্ৰী থাকিব এই কমিটীত

* এই কমিটীয়ে এখন ৰ’ড মেপ নিৰ্মাণ কৰিব।

* এই কমিটীৰ যোগেদি চৰকাৰৰ সৈতে আলোচনা কৰি অসম চুক্তিক অনাগত দিনত আগুৱাই নিয়া হ’ব। এই কমিটীয়ে তিনি মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব।

* স্কুলীয়া পাঠ্যক্ৰমত ভূপেন হাজৰিকাৰ নামত পাঠ সন্নিৱিষ্ট কৰাৰ দাবী তুলিছিল আছুৱে ইয়াত সহমত দিছে মুখ্যমন্ত্ৰীয়ে

* সাংবিধানিক ৰক্ষা কৱচ ৬ নং দফা, অৰ্থনৈতিক ৰক্ষা কৱচ, ভাৰত বাংলাদেশ সীমান্ত চীল কৰা ৯ নং দফাক লৈ সৱিশেষ আলোচনা

* চুক্তি ৰূপায়ণৰ সকলো কথা আজি আলোচনা কৰা হৈছিল

* ৰাজধানী নতুন দিল্লীত ভূপেন হাজৰিকাৰ নামত আন্ত:ৰাষ্ট্ৰীয় সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰাৰ দাবী

* গুৱাহাটী ৰেলৱে ষ্টেচন ভূপেন হাজৰিকাৰ নামত দিয়াৰ দাবী

আছুৱে ভূপেন হাজৰিকাৰ নামত দিয়া ৭ টা দাবী চৰকাৰে মানি লোৱা বুলি মন্তব্য সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ।

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প, বৃহৎ নদীবান্ধ বন্ধ হ’ব লাগে বুলি আজি আছুৱে পুনৰ চৰকাৰৰ দৃষ্টি গোচৰ কৰিছে।

কা বাতিল কৰাৰ আহ্বান ৰাজ্য চৰকাৰক।

শ্বহীদৰ পৰিয়ালৰ নিৰ্যাতিত ব্যক্তিক কৰ্ম সংস্হাপনক লৈও কমিটীয়ে প্ৰতিবেদন দিব

ভূপেন হাজৰিকাৰ নামত গুৱাহাটী,ডিব্ৰুগড়,তেজপুৰ বিশ্ববিদ্যালয়ত আসন সংস্হাপনৰ দাবী

“ছাত্ৰ সন্হাৰ স্পষ্ট মত আলোচনা সম্পন্ন হ’ল গতিকে এতিয়া ফলাফল লাগে। আলোচনা সম্পূৰ্ণ হ’লে আছু আৰু অসমৰ ৰাইজ আস্বস্ত হ’ব পাৰিব।” ডঃ ভট্টাচাৰ্য্যই এইদৰে কয়।

Recent News

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড: অভিযুক্ত সোণম ৰঘুবংশীৰ ভাতৃৰ নাৰ্কো টেষ্ট দিয়াত সন্মতি

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড: অভিযুক্ত সোণম ৰঘুবংশীৰ ভাতৃৰ নাৰ্কো টেষ্ট দিয়াত সন্মতি

টোল টেক্সৰ বাবে বছৰেকীয়া পাছ প্ৰৱৰ্তন কেন্দ্ৰীয় চৰকাৰৰ, এটা ৰিচাৰ্জত ২০০ ব্যৱহাৰ কৰিব পাৰিব আপুনি

টোল টেক্সৰ বাবে বছৰেকীয়া পাছ প্ৰৱৰ্তন কেন্দ্ৰীয় চৰকাৰৰ, এটা ৰিচাৰ্জত ২০০ ব্যৱহাৰ কৰিব পাৰিব আপুনি

বিশ্বৰ আটাইতকৈ দামী যুঁজাৰু বিমান যান্ত্ৰিকভাৱে বিকল, জৰুৰীকালীন অৱতৰণৰ ৪৮ ঘণ্টাৰ পাছতো কেৰালাত আবদ্ধ

বিশ্বৰ আটাইতকৈ দামী যুঁজাৰু বিমান যান্ত্ৰিকভাৱে বিকল, জৰুৰীকালীন অৱতৰণৰ ৪৮ ঘণ্টাৰ পাছতো কেৰালাত আবদ্ধ

অৱশেষত মুখ খুলিলে ONGCএ! ভটিয়াপাৰৰ গেছ লিকেজ নিয়ন্ত্ৰণত থকাৰ দাবী

অৱশেষত মুখ খুলিলে ONGCএ! ভটিয়াপাৰৰ গেছ লিকেজ নিয়ন্ত্ৰণত থকাৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd