• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যৰ ক্ৰীড়াবিদ আৰু ক্ৰীড়াপ্ৰেমীক উৎসাহিত কৰিছে মুখ্য মন্ত্ৰীৰ আকৰ্ষণীয় ঘোষণাই

এন ই নাও নিউজ by এন ই নাও নিউজ
April 1, 2018 11:04 am
Buli_Bosumotary_Main
130
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ক্ৰীড়াবিদসকলক উৎসাহিত কৰাৰ পদক্ষেপ হিচাপে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অলিম্পিক আৰু এছিয়ান গেইমছত পদক জিকা ৰাজ্যৰ খেলুৱৈলৈ আকৰ্ষণীয় পুৰস্কাৰ আগ বঢ়োৱাৰ কথা ঘোষণা কৰাৰ পিছত উৎফুল্ল হৈছে ৰাজ্যৰ ক্ৰীড়াবিদসকল।

উল্লেখযোগ্য যে ৩১ মাৰ্চত নলবাৰীত এই দুই বৃহৎ প্ৰতিযোগিতাত কোনো খেলুৱৈয়ে পদক জিকিলে ১ কোটি ৫০ লাখ টকাৰ পুৰস্কাৰ দিয়াৰ লগতে প্ৰশাসনিক বিষয়াৰ চাকৰিও যচা হ’ব বুলি সদৰী কৰিছিল মুখ্য মন্ত্ৰীজনে। পদক বিজয়ীসকলক প্ৰশাসনিক বিষয়াৰ লগতে পৰিদৰ্শক পৰ্য্যায়ৰ পদতো নিযুক্তি দিয়া হ’ব বুলি সোণোৱালে ঘোষণা কৰিছিল।

উল্লেখযোগ্য যে ৰাজ্যত বহুতো কৃতী খেলুৱৈয়ে উপযুক্ত চৰকাৰী সমৰ্থন নোপোৱাৰ ফলত সফল খেলুৱৈ জীৱন থকাৰ পিছতো সাধাৰণ জীৱন যাপনৰ সংগ্ৰামত লিপ্ত হ’ব লগীয়া হয়। বৰ্তমান খেলুৱৈ জীৱন সামৰা ৰাজ্যৰ বহুকেইগৰাকী সফল আৰ্চাৰী খেলুৱৈ, কাৰাটে, টাইকোৱাণ্ডো খেলুৱৈয়ে কঠোৰ সংগ্ৰাম কৰি জীৱন নিৰ্বাহ কৰি থকা বুলি জনা যায়। স্বাভাৱিকতে মুখ্য মন্ত্ৰীৰ এই ঘোষণাই এই কৰুণ ছবিখনৰ ৰং সলনি কৰিব বুলি আশা কৰিছে ৰাজ্যৰ ক্ৰীড়াবিদ তথা ক্ৰীড়াপ্ৰেমীসকলে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বুলি বসুমতাৰী নামৰ এগৰাকী কৃতী খেলুৱৈয়ে (যি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত আৰ্চাৰীত সোণৰ পদক লাভ কৰিছিল) পথৰ কাষত কমলা বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিব লগা হোৱা খবৰ অসমৰ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত চৰকাৰে তেওঁক সংস্থাপন দিছিল।

তেওঁক চৰকাৰে আৰ্চাৰী প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়ে। বুলি বসুমতাৰীৰ দৰে ৰাজ্যৰ আন ভালেমান কৃতী খেলুৱৈয়ে চৰকাৰৰ উপযুক্ত মনোযোগৰ পৰা বঞ্চিত হৈ আছে।

 

Recent News

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd