• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অহা বছৰ জুলাইত ভাৰতে ইংলেণ্ডত খেলিব ৩খনকৈ টী-২০ আৰু এদিনীয়া মেচৰ ছিৰিজ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2021 4:03 pm
Screenshot-2021-03-19T142039.390

ফাইল ফটো।

1.8k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলে অহা বছৰৰ জুলাইত ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন টী-২০ আৰু তিনিখন এদিনীয়া মেচৰ ছিৰিজ খেলিব।

ভাৰতীয় দলটোৱে বৰ্তমান ইংলেণ্ডৰ বিৰুদ্ধে ৫খন মেচৰ টেষ্ট ছিৰিজ খেলি আছে আৰু ছিৰিজৰ অন্তিমখন টেষ্ট ১০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব। ছিৰিজটোত ভাৰতে ইতিমধ্যে ২-১ৰ ব্যৱধানত অগ্ৰগতি লাভ কৰি আছে।

দক্ষিণ আফ্ৰিকাৰ পাছতে ইংলেণ্ডৰ দলটোৱে ভাৰতৰ বিৰুদ্ধে এই সীমিত অভাৰৰ খেলৰ ছিৰিজটো খেলিব।

ইংলেণ্ড ক্ৰিকেট বোৰ্ডে প্ৰকাশ কৰা সূচী অনুসৰি অহা বছৰৰ ১ জুলাইত ইংলেণ্ডে ভাৰতৰ বিৰুদ্ধে টী-২০ আন্তৰ্জাতিক ছিৰিজৰ প্ৰথমখন মেচ অ’ল্ড ট্ৰেফৰ্ডত খেলিব।

সেইদৰে, এদিনীয়া ছিৰিজৰ প্ৰথমখন মেচ ইংলেণ্ডে ভাৰতীয় দলটোৰ বিৰুদ্ধে অহা বছৰৰ ৯ জুলাইত এজবেষ্টনত খেলিব।

ভাৰত-ইংলেণ্ড টী-২০মেচৰ ছিৰিজ ২০২২ৰ সূচী:

জুলাই ১, ২০২২- এমেৰিটাছ অ’ল্ড ট্ৰেফৰ্ড

জুলাই ৩,২০২২- ট্ৰেন্ট ব্ৰীজ

জুলাই ৬,২০২২- এজেয়েছ বাউল

ভাৰত-ইংলেণ্ড এদিনীয়া মেচৰ ছিৰিজ ২০২২ৰ সূচী:

জুলাই ৯,২০২২- এজবেষ্টন

জুলাই ১২, ২০২২- কিয়া অ’ভেল

জুলাই ১৪,২০২২- লৰ্ডছ।

Recent News

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd