• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভূপেন্দ্ৰ পেটেল হ’ব গুজৰাটৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
September 12, 2021 7:13 pm
bhh
135
VIEWS
Share on FacebookShare on Twitter

গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব তাকেলৈ ৰাজনৈতিক মহলত নানান জল্পনা-কল্পনা চলি থকাৰ মাজতে আজি ৰাজ্য খনৰ নতুন মুখ্যমন্ত্ৰী গৰাকী বাচি উলিওৱা হয়।

সেই মৰ্মে ভূপেন্দ্ৰ পেটেল হ’ব গুজৰাটৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। শনিবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে পদত্যাগ কৰাৰ পিছতে আজি ৰূপানীয়েই ভূপেন্দ্ৰ পেটেলৰ নামটো মুখ্যমন্ত্ৰী হিচাবে প্ৰস্তাৱ কৰে।

ভূপেন্দ্ৰ পেটেল গুজৰাটৰ ঘাটলডিয়া সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা বিধায়ক।

উল্লেখ্য বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে গুজৰাটত শাসনাধীষ্ঠ বিজেপিত নেতৃত্ব সলনিৰ নতুন সমীকৰণ আৰম্ভ হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ পৰা সেয়ে পদত্যাগ কৰিছিল বিজয় ৰূপানিয়ে।

উত্তৰাখণ্ড আৰু কৰ্ণাটকৰ পাছত এইবাৰ গুজৰাটত নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে নেতৃত্ব সলনি কৰিলে।

গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ বাবে দলৰ ভিতৰত চাৰি-পাঁচজন নেতাৰ নাম চৰ্চিত হৈ আছিল। ইয়াৰ ভিতৰত আছিল পুৰুষোত্তম ৰূপালা, উপ মুখ্যমন্ত্ৰী নিতীন পেটেল আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱ্য আদি।

সন্মুখত বিধানসভাৰ নিৰ্বাচন থকালৈ চাই এয়া কেৱল মুখ্যমন্ত্ৰী সলনি কৰাৰ বিষয় নহয়, বৰঞ্চ গুজৰাটত বিজেপিক ধৰি ৰখাৰ যুঁজৰ কথাও ইয়াত জৰিত আছে বুলি বহুতে আলোচনা কৰিছে।

Recent News

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd