• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ বিৰুদ্ধে ১৩২ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ; উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
September 15, 2021 2:10 pm
Scheduled Caste Welfare Directorate
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন অনুসূচিত মঞ্চৰ যুটীয়া সংবাদমেল অনুস্থিত কৰি অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ বিৰুদ্ধে ১৩২ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰে।

এই সন্দৰ্ভত অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিত্যানন্দ দাসে কয় যে “অসমত অনুসূচিত জাতি কল্যাণ সঞ্চালকালয় স্থাপণ হৈছিল ১৯৮৯ চনত।

অসমত বাস কৰা ১৬ টা উপজাতি লোকৰ শিক্ষা আৰু আৰ্থসামাজিক উন্নয়নৰ বাবে সঞ্চালকালয় স্থাপন হোৱাৰ পৰাই ৩০ বছৰ ধৰি জনজাতি লোক সকলৰ ভিতৰতে এজন বিধায়কক মন্ত্রী কবি সঞ্চালকালয়ৰ দায়িত্ব দি আহিছে ।

Apply Now

এই বিভাগটো হোৱাৰ মূল উদ্দেশ্য আছিল ছাত্র ছাত্রীব জলপানি ধন পঢ়ি থকা বৰ্ষত পাৰৰ বাবে কিন্তু ছাত্র ছাত্রী সকলে পঢ়ি থকা বছৰত নাপায় । ইয়াৰ পৰিৱৰ্তে অন্যান্য আঁচনি সমূহে বেছিকৈ গুৰুতু পোৱা দেখা যায়।

উদাহৰণ স্বৰূপে ছাত্র ছাত্রীৰ জলপানিৰ টকা এবছৰত ১০, ১৫, ২০, কৌটি টকা খৰচ নকৰি ঘূৰায় পঠায় । আন আঁচনিৰ ধন সমূহ যত কৌটি টকা আত্মসাত কৰিব পাৰে এবছৰটো বাদে এসপ্তাহৰ ভিতৰতে ২০, ২৫ কৌটি টকাৰ কাম সম্পূর্ণ কৰে

প্ৰতি বছৰে এইদৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দিয়া আচনিৰ ধন সমূহ আত্মসাত কৰি প্রতিস্থান আৰু ঠিকাদাবে সঞ্চালকালয়ৰ বিষয়া কর্মচারী, মন্ত্রীৰ সহযোগত গুৱাহাটী মহানগৰত তাৰকাযুক্ত হোটেল, ব্যক্তিগত মেডিকেল আদি কৰি কৌটি কৌটি টকাৰমালিক হোৱা দেখা গৈছে ।

ইয়াৰ বিপৰীতে বিপৰীত ছবিত দেখা যায় যে যি সকল লোকৰ উন্নয়নৰ বাবে চৰকাৰে এই টকা সমূহ দিছিল তেওঁলোকৰ অঞ্চল সমূহ পিচ পৰি বল আৰু দবিদ্ৰব পৰা অতি দৰিদ্ৰতালৈ গতি কৰিলে।

সেয়েহে আমি কবলৈ বাধ্য হৈছো যে ৩০ বছৰ অতিক্ৰম কৰাৰ পিছটো ৩০ টা পৰিয়ালবো উন্নতি নহল ২০১৩ চনৰ পৰা ২০১৮ চনলৈ মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো বেচৰকাৰী অনুস্থানে ৰাজহুৱা স্বার্থ জড়িত

Also read: IPL দুটা নতুন দল; কেতিয়া হ’ব নিলাম? ফ্ৰেন্সাইজিৰ তালিকাত নাম সোমাল গুৱাহাটীৰ

বিৰুদ্ধে আবেদন কৰিছে তদন্ত হওক বুলি আমি এই অনুস্থানটোৰ প্ৰতি সদায় কৃতজ্ঞ হম ২০১৮-১৯-২০২০-২১ বিত্তীয় বৰ্ষত অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ জৰিয়তে দুখীয়া লোক সকলৰ বিতৰণৰ বাবে বিভিন্ন সামগ্রী

(১) টেক্টৰ (২) পাৱাৰ টীলাৰ (৩) চিলায় মেচিন (s) চোলাৰ লেম্প, (৫) টিনপাত (৬) অসমীয়া গহনা বনোৱা মেচিন (৭) সূতা (৮) তাঁতশাল আদিৰ নামত কোটি কোটি টকাৰ সামগ্ৰী যোগান নধৰাকৈ এক বৃহৎ কেলেঙ্কাৰী হোৱা পৰিলক্ষিত হৈছে ।

সেয়েহে এই সমূহ বিষয়ৰ ওপৰত মূখ্যমন্ত্ৰী তদাৰকী শাখাৰ (chief minister vigilance cell) দ্বাৰা তদন্ত কৰি দোষী বিষয়া কৰ্মচাৰী, মন্ত্ৰী লগতে ঠিকাদাৰী প্ৰতিস্থানসমূহৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰি প্ৰতিস্থান সমূহ ব্লেক লিষ্টেদ আৰু অন্যায় ভাবে আহৰণ কৰা স্থাবৰ অস্থাৰৰ সম্পত্তি সমূহ বাজেয়াপ্ত কৰি অনুসূচিত জাতি লোক সকলৰ নামত বিতৰণ কৰিবৰ বাবে দাবী জনালো।”

Tags: 132 Cr scamScheduled Caste Welfare Directorate
জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd