• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

IPL দুটা নতুন দল; কেতিয়া হ’ব নিলাম? ফ্ৰেন্সাইজিৰ তালিকাত নাম সোমাল গুৱাহাটীৰ

by
September 14, 2021 7:12 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২০২২চনৰ আইপিএল টুৰ্ণামেন্টত দুটা নতুন দলৰ সংযোজন হ’ব। অহা ১৭ অক্টোবৰত এই নতুন দল দুটাৰ বাবে নিলামৰ আয়োজন কৰা হৈছে।

বাতৰি অনুসৰি, অহা ৫ অক্টোবৰলৈকে এই নিলামত অংশগ্ৰহণ কৰিব পৰা যাব। অহা আইপিএলত ৮টা দলেই খেলিব যদিও পৰৱৰ্তী ছিজনৰ পৰা ১০টা দলৰ টুৰ্ণামেন্টৰ আয়োজন কৰা হ’ব।

Apply Now

আনহাতে, ১৭ অক্টোবৰত আৰম্ভ হ’বলগীয়া এই নিলামৰ বাবে অহা ২১ ছেপ্টেম্বৰলৈকে এই সম্বন্ধীয় যাৱতীয় তথ্য সংগ্ৰহ কৰিব পাৰিব।

২০২১ আইপিএল টুৰ্ণামেন্টৰ দ্বিতীয় পৰ্যায়ৰ মেচ অহা ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব। প্ৰথমখন মেচত চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ’ব মুম্বাই ইণ্ডিয়ানছ।

কিন্তু ২০২২ আইপিএলৰ বাবে দুটা নতুন দল অন্তৰ্ভুক্ত কৰা হ’ব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড পূৰ্বেই এই সিদ্ধান্ত লৈছিল। নতুন দল অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে।

এই নতুন দল অন্তৰ্ভুক্ত কৰাৰ বাবে আগষ্ট মাহৰ শেষত টেণ্ডাৰ আহ্বান কৰা হৈছিল। সেই অনুসৰি, ৫ অক্টোবৰৰ ভিতৰত ইচ্ছুক সংস্থাসমূহক টেণ্ডাৰ জমা দিবলৈ কোৱা হৈছে।

ভাৰতীয় ক্ৰিকেট বোৰ্ডে যিসমূহ চহৰৰ নামত ফ্ৰেন্সাইজিদিয়াৰ পৰিকল্পনা কৰিছে তাৰ তালিকাও ইতিমধ্যে প্ৰস্তুত কৰিছে। এই তালিকাত এইবাৰ নাম সোমাইছে গুৱাহাটীৰ।

ইয়াৰ পূৰ্বে আহমেদাবাদ আৰু লক্ষ্ণৌৰ এই দুখন চহৰৰ নামত দুটা নতুন দল অন্তৰ্ভুক্ত কৰা হ’ব বুলি জানিব পৰা গৈছিল। কিন্তু ভাৰতীয় ক্ৰিকেট বোৰ্ডে ৬খন চহৰৰ নাম তালিকাত ৰাখিছে। ইয়াৰ ভিতৰত দুখন চহৰক ফ্ৰেন্সাইজি দিয়া হ’ব।

ভাৰতীয় ক্ৰিকেট বোৰ্ডে নিলামৰ বাবে যি ৬খন চহৰৰ নাম ৰাখিছে সেইবোৰ হ’ল, গুৱাহাটী, ৰাঁচী, কটক, আহমেদাবাদ, লক্ষ্ণৌ আৰু ধৰমশালা। দেশৰ জনপ্ৰিয় আইপিএল টুৰ্ণামেন্টখনত আঞ্চলিক সন্তুলনৰ কথা সন্মুখত ৰাখিয়েই এই চহৰকেইখনক নিৰ্বাচিত কৰা হৈছে।

অৱশ্যে, নিলাম ডাক কেতিয়া হ’ব সেয়া এতিয়াও ঠিক কৰা নাই যদিও অহা মাহত টেণ্ডাৰ মুকলি কৰাৰ পাছতে নিলামৰ দিন ফাইনেল কৰা হ’ব বুলি জানিব পৰা গৈছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd