• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Punjab CM, পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা ইস্তফা দিলে অমৰিন্দৰ সিঙে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 18, 2021 5:40 pm
Punjab CM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Punjab CM, পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি ল’লে কেপ্তেইন অমৰিন্দৰ সিঙে। আজি দুপৰীয়া পঞ্জাৱৰ ৰাজ ভৱনত ৰাজ্যপালৰ হাতত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে সিঙে।

Punjab CM, উল্লেখ্য যে শুকুৰবাৰে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীয়ে এজন নতুন নেতা নিৰ্বাচনৰ অৰ্থে অমৰিন্দৰ সিঙক পদত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল। পোন প্ৰথমে সিঙে পদত্যাগ কৰিবলৈ মান্তি হোৱা নাছিল যদিও আজি পুৱা ছোনীয়া গান্ধীক সাক্ষাত কৰি ইস্তফা দিয়াৰ ইচ্ছা প্ৰকাশ কৰে। বিশেষ সূত্ৰ অনুসৰি,অমৰিন্দৰ সিঙে দলত ‘অপমানিত’ হোৱাতকৈ ইস্তফা দিয়াটোকেই শ্ৰেয় বুলি বিবেচনা কৰে।

আজি সন্ধিয়া চণ্ডীগড়ৰ দলৰ কাৰ্যালয়ত কংগ্ৰেছ বিধায়িনী দলৰ সভা অনুষ্ঠিত হ’ব। কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক তথা পঞ্জাৱৰ পৰ্যবেক্ষক হৰিশ ৰাৱাটে টুইটাৰ যোগে শনিবাৰে সন্ধিয়া দলীয় বৈঠকৰ আহ্বান কৰে।

সূত্ৰ অনুসৰি পঞ্জাৱ কংগ্ৰেছৰ পূৰ্ব সভাপতি সুনীল জখৰৰ নাম মুখ্যমন্ত্ৰী পদৰ বাবে চৰ্চালৈ আহিছে।

সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটিৰ এজন জেষ্ঠ নেতাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে দলৰ বহু বিধায়কে কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰি এই কথা স্পষ্ট কৰিছে যে এনে পৰিস্থিতিত চৰকাৰ চলোৱা কোনোমতেই সহজ নহ’ব।

জেষ্ঠ নেতাজনে জনোৱা মতে, “এই পত্ৰ খন যথেষ্ট গুৰুত্বপূৰ্ণ,ইয়াক আওকাণ কৰিব নোৱাৰি ।”

মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ বিৰুদ্ধে ৰাজ্যৰ কেইবাজনো কংগ্ৰেছ বিধায়কৰ পৰা যথেষ্ট চাপৰ সন্মুখীন হোৱাৰ পাছত দলৰ হাইকামাণ্ডে শুকুৰবাৰে নিশা এক জৰুৰী বৈঠকত ভাগ লয়।

শুকুৰবাৰে নিশা ১১.৩৯ বজাত কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাটে টুইটাৰ যোগে জনায় যে সৰ্ব ভাৰতীয় কংগ্ৰেছে কমিটিয়ে পঞ্জাৱৰ কেইবাজনো বিধায়কৰ পৰা তৎকালীনভাৱে এক বৈঠক আহ্বানৰ বাবে আবেদন লাভ কৰিছে আৰু সেই সূত্ৰে আজি সন্ধিয়া পঞ্জাৱৰ দলীয় কাৰ্যালয়ত বৈঠক অনুস্থিত হ’ব। তেওঁ লগতে পঞ্জাৱ কংগ্ৰেছৰ প্ৰতিজন বিধায়ককে বৈঠকত উপস্থিত থাকিবলৈ অনুৰোধ জনায়।

বিশেষ সূত্ৰ মতে, এই বৈঠকত কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা অজয় মাকেন আৰু হৰিশ চৌধুৰী উপস্থিত থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৃক্কৰ ৰোগৰ পৰা বাচি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জানো আহক

বৃক্কৰ ৰোগৰ পৰা বাচি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জানো আহক

September 13, 2025 6:30 am
শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

September 12, 2025 9:55 pm
“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

September 12, 2025 9:00 pm
ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

September 12, 2025 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৃক্কৰ ৰোগৰ পৰা বাচি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জানো আহক

বৃক্কৰ ৰোগৰ পৰা বাচি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জানো আহক

September 13, 2025 6:30 am
শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

September 12, 2025 9:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd