• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছত থাকিলে ভাল মন্ত্ৰীৰ পদ পালেহেঁতেন:গৌৰৱ গগৈ

ৰিদিপ শৰ্মা,কলিয়াবৰ by ৰিদিপ শৰ্মা,কলিয়াবৰ
September 18, 2021 8:23 pm
245
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰৰ খালৈআটিত আজি উপস্থিত হয় সাংসদ গৌৰৱ গগৈ।

কলিয়াবৰৰ খালৈআটি হৰিমন্দিৰত সেৱা লৈ স্থানীয় কংগ্ৰেছ কৰ্মীসকলৰ লগত মতবিনিময় কৰে সাংসদগৰাকী।

ঢেকীয়াখোৱা বৰ নামঘৰত সেৱা লৈ মৰিয়নী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা সদ্য গেৰুৱা বসন পিন্ধা ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ শেষ বুলি সমালোচনা কৰাৰ বিপৰীতে কলিয়াবৰৰ সাংসদগৰাকীয়ে ৰূপজ্যোতি কুৰ্মীয়ে ভুল কৰিলে বুলি মন্তব্য কৰে।

কিয়নো অহাবাৰলৈ কংগ্ৰেছ চৰকাৰ অহাটো নিশ্চিত আৰু ৰূপজ্যোতি কুৰ্মী দলত থকা হ’লে ভাল মন্ত্ৰিত্ব পালে হেঁতেন বুলিও গৌৰৱ গগৈয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিলৈ গৈ এতিয়া জুনিয়ৰ হৈ থাকিব লাগিব বুলিও গগৈয়ে কয়।

কংগ্ৰেছত থকা হ’লে কুৰ্মীয়ে ছিনিয়ৰ হৈ থাকিব পাৰিলেহেঁতেন বুলিও তেওঁ তীৰ্যক মন্তব্য কৰে।

Recent News

ৰাইজৰ ধনৰ শৰাধ! মুখ্যমন্ত্ৰীৰ বাবে মোবাইল ফোন ক্ৰয়ৰ সীমা ১.৫ লাখ টকালৈ বৃদ্ধি দিল্লীৰ বিজেপি চৰকাৰৰ

ৰাইজৰ ধনৰ শৰাধ! মুখ্যমন্ত্ৰীৰ বাবে মোবাইল ফোন ক্ৰয়ৰ সীমা ১.৫ লাখ টকালৈ বৃদ্ধি দিল্লীৰ বিজেপি চৰকাৰৰ

পথ দুৰ্ঘটনাত ১১৪ বছৰীয়া অলিম্পিক শিখাধাৰী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দেহাৱসান!

পথ দুৰ্ঘটনাত ১১৪ বছৰীয়া অলিম্পিক শিখাধাৰী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দেহাৱসান!

দেশৰ পৰিধি ভাঙি পাকিস্তানৰ কৰাচীত মঞ্চস্থ হ’ল ৰামায়ণ!

দেশৰ পৰিধি ভাঙি পাকিস্তানৰ কৰাচীত মঞ্চস্থ হ’ল ৰামায়ণ!

২৭ ৰানতে ৰানত স্তব্ধ ৱেষ্ট ইণ্ডিজ; ৯ ৰানত ৬ টা উইকেট লৈ অভিলেখ ষ্টাৰ্কৰ, স্কট ব’লেণ্ডৰো হেট্ৰিক

২৭ ৰানতে ৰানত স্তব্ধ ৱেষ্ট ইণ্ডিজ; ৯ ৰানত ৬ টা উইকেট লৈ অভিলেখ ষ্টাৰ্কৰ, স্কট ব’লেণ্ডৰো হেট্ৰিক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd