• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰাপত্তাৰ প্ৰশ্ন! নিউজিলেণ্ডৰ পাছত এইবাৰ বাতিল হ’ল ইংলেণ্ড ক্ৰিকেট দলৰ পাকিস্তান ভ্ৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2021 9:35 am
England tour to pakistan cancel
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিউজিলেণ্ডৰ পথকে অনুসৰণ কৰিলে এইবাৰ ইংলেণ্ডেও। একেদৰে পাকিস্তান ভ্ৰমণ বাতিল কৰাৰ সিদ্ধান্ত ল’লে ইংলেণ্ড ক্ৰিকেট বোৰ্ডে।

সোমবাৰে আনুষ্ঠানিকভাৱে জনাই দিয়া হ’ল যে অহা মাহত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া মহিলা আৰু পুৰুষ দলৰ ছিৰিজৰ বাবে দল প্ৰেৰণ নকৰে ইংলেণ্ডে।

Apply Now

যোৱা ১৭ ছেপ্টেম্বৰত পাকিস্তানৰ মাটিত নিউজিলেণ্ডৰ ছিৰিজ আৰম্ভ হোৱাৰ কথা আছিল। কিন্তু খেলাৰ প্ৰাক মুহূৰ্ততে হঠাতে নিউজিলেণ্ডে দেশখনত নেখেলাৰ কথা জনাই দিয়ে।

নিৰাপত্তাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিয়েই এই সিদ্ধান্ত লোৱা হৈছিল। খেলপথাৰত নমাৰ পৰিৱৰ্তে নিজ দেশলৈ উভতি যায় নিউজিলেণ্ড ক্ৰিকেট দল।

নিউজিলেণ্ডৰ এনে সিদ্ধান্তৰ বাবে ক্ষোভ প্ৰকাশ কৰে পাকিস্তান ক্ৰিকেট বোৰ্ডে। নিউজিলেণ্ড ক্ৰিকেট বোৰ্ডক আক্ৰমণ কৰি পাকিস্তানৰ ক্ৰিকেটাৰ তথা প্ৰাক্তন ক্ৰিকেটাৰসকলে বক্তৱ্য প্ৰকাশ কৰে।

কিন্তু ইয়াৰ ঢৌ মাৰ নৌযাওতেই পুনৰ ইংলেণ্ড ক্ৰিকেট বোৰ্ডে দিলে হাতাশাজনক খৱৰ। ক্ৰিকেটাৰ তথা ষ্টাফসকলৰ নিৰাপত্তাৰ কথা ভাৱিয়েই পাকিস্তান ভ্ৰমণ বাতিল কৰাৰ কথা সদৰী কৰে ইংলেণ্ড ক্ৰিকেট বোৰ্ডে। এনে সিদ্ধান্ত বাবে পাকিস্তান ক্ৰিকেট বোৰ্ডৰ ওচৰত ক্ষমাও বিচাৰে।

সূচী অনুসৰি, অহা ১৩ আৰু ১৪ অক্টোবৰত ৰাৱালপিণ্ডিত পাকিস্তানৰ বিৰুদ্ধে ইংলেণ্ডৰ মহিলা আৰু পুৰুষ দলে টী-২০ মেচ খেলাৰ কথা আছিল। সেইদৰে, ১৭ৰ পৰা ২১ অক্টোবৰলৈকে ইংলেণ্ডৰ মহিলা দলে তিনিখন এদিনীয়া মেচৰ ছিৰিজ খেলাৰ কথা আছিল।

কিন্তু এই সমস্ত কাৰ্যসূচী বাতিল কৰি পাকিস্তানলৈ দল নপঠিওৱাৰ সিদ্ধান্ত লয় ইংলেণ্ড ক্ৰিকেট বোৰ্ডে। অৱশ্যে ২০২২ত ইংলেণ্ড দলৰ পাকিস্তান ভ্ৰমণৰ আশ্বাস দিছে বোৰ্ডখনে।

দেশখনত সন্ত্ৰাসবাদ তথা সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে দীৰ্ঘদিন ধৰি পাকিস্তানৰ মাটিত ক্ৰিকেট বন্ধ আছিল। লাহে লাহে পৰিস্থিতি স্বাভাৱিক হৈছে যদিও সকলো দেশে ইয়াত খেলিবলৈ সাজু হোৱা নাই। নিউজিলেণ্ডৰ পাছত এইবাৰ ইংলেণ্ডৰ সিদ্ধান্তত স্বাভাৱিকতে হতাশ হৈ পৰিছে পাকিস্তান ক্ৰিকেট বোৰ্ড।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am
ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

August 15, 2026 9:09 am
ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

August 15, 2026 7:58 am
সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

August 15, 2026 7:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am
ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

August 15, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd