• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

IPL 2021, সহজ জয়েৰে প্ৰত্যয়জনক আৰম্ভণি দিল্লী কেপিটেলছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 23, 2021 1:50 pm
IPL 2021
760
VIEWS
Share on FacebookShare on Twitter

IPL 2021 , চলিত আইপিএল-ৰ দ্বিতীয় পৰ্বত সহজ জয়েৰে অভিযান আৰম্ভ কৰিছে দিল্লী কেপিটেলছে।

আজি প্ৰায় একপক্ষীয় এখন খেলত দিল্লীয়ে ৮ উইকেটত পৰাস্ত কৰে ছানৰাইজাৰ্ছ হাইদৰাবাদক।

খেলখনত পোনতে বেটিং কৰি হাইদৰাবাদে দিল্লীৰ সন্মিলিত বলিং আক্ৰমণত তচনচ্ হৈ নিৰ্ধাৰিত ২০ অভাৰত ন উইকেটৰ বিনিময়ত মাত্ৰ ১৩৪ ৰান সংগ্ৰহ কৰে। দলৰ হৈ সৰ্বাধিক ২৮ ৰানৰ ইনিংছ খেলে আব্দুল চামাদে। ৰছিদ খানে ২২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ১৮ ৰানকৈ সংগ্ৰহ কৰে অধিনায়ক চেন উইলিয়ামচন আৰু ৰিদ্ধিমান সাহাই।

খেলখনত শক্তিশালী বলিং প্ৰদৰ্শন দাঙি ধৰা দিল্লী কেপিটেলছৰ হৈ কেগিছো ৰাবাডাই ৩ টা উইকেট আৰু অক্ষৰ পেটেল আৰু এনৰিখে ২ টাকৈ উইকেট দখল কৰে।

আনহাতে ১৩৫ ৰানৰ সহজ লক্ষ্য আগত লৈ ইনিংছ আৰম্ভ কৰা দিল্লীৰ আৰম্ভণিও সন্তোষজনক নাছিল। ২০ ৰানতে দলে পৃথ্বী শ্ব’ৰ ৰূপত প্ৰথমটো উইকেট হেৰুৱাই।

Latest News : Golaghat, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ নৱনিযুক্ত ৱাৰ্ডেনসকলৰ সভা সম্পন্ন

অৱশ্যে ধাৱান,শ্ৰেয়স আয়াৰ আৰু পণ্টৰ ধৈৰ্যশীল বেটিঙৰ সহায়েৰে জয়ৰ লক্ষ্যত উপনীত হয় দিল্লী কেপিটেলছ্। ধাৱানে ৪২ ৰান সংগ্ৰহ কৰি বিদায় লোৱাৰ পৰিৱৰ্তে আয়াৰে ৪৭ ৰান আৰু পণ্টে ৩৫ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে।

খেলখনত মিতব্যয়ী বলিঙেৰে ৪ অভাৰত মাত্ৰ ১২ ৰান খৰচ কৰি দুই উইকেট দখল কৰা দিল্লী কেপিটেলছৰ বলাৰ এনৰিখ নকিয়াই মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।

উল্লেখ্য যে এই জয়েৰে দিল্লী কেপিটেলছ্ পইন্ট তালিকাৰ শীৰ্ষ স্থানত উপনীত হয়।

আনহাতে ৮ খন খেলৰ ৭ খনতে পৰাজয়বৰণ কৰা ছানৰাইজাৰ্ছ হাইদৰাবাদ তালিকাৰ অন্তিম স্থানত অৱস্থান কৰিছে।

আজি আইপিএল- ৰ অন্য এখন খেলত ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়াঞ্চৰ বিৰুদ্ধে প্ৰতিদ্বন্দীতা আগবঢ়াব কলকাতা নাইট ৰাইডাৰ্ছে।

Recent News

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd