• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

IPL 2021, সহজ জয়েৰে প্ৰত্যয়জনক আৰম্ভণি দিল্লী কেপিটেলছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 23, 2021 1:50 pm
IPL 2021
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

IPL 2021 , চলিত আইপিএল-ৰ দ্বিতীয় পৰ্বত সহজ জয়েৰে অভিযান আৰম্ভ কৰিছে দিল্লী কেপিটেলছে।

আজি প্ৰায় একপক্ষীয় এখন খেলত দিল্লীয়ে ৮ উইকেটত পৰাস্ত কৰে ছানৰাইজাৰ্ছ হাইদৰাবাদক।

খেলখনত পোনতে বেটিং কৰি হাইদৰাবাদে দিল্লীৰ সন্মিলিত বলিং আক্ৰমণত তচনচ্ হৈ নিৰ্ধাৰিত ২০ অভাৰত ন উইকেটৰ বিনিময়ত মাত্ৰ ১৩৪ ৰান সংগ্ৰহ কৰে। দলৰ হৈ সৰ্বাধিক ২৮ ৰানৰ ইনিংছ খেলে আব্দুল চামাদে। ৰছিদ খানে ২২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ১৮ ৰানকৈ সংগ্ৰহ কৰে অধিনায়ক চেন উইলিয়ামচন আৰু ৰিদ্ধিমান সাহাই।

খেলখনত শক্তিশালী বলিং প্ৰদৰ্শন দাঙি ধৰা দিল্লী কেপিটেলছৰ হৈ কেগিছো ৰাবাডাই ৩ টা উইকেট আৰু অক্ষৰ পেটেল আৰু এনৰিখে ২ টাকৈ উইকেট দখল কৰে।

Apply Now

আনহাতে ১৩৫ ৰানৰ সহজ লক্ষ্য আগত লৈ ইনিংছ আৰম্ভ কৰা দিল্লীৰ আৰম্ভণিও সন্তোষজনক নাছিল। ২০ ৰানতে দলে পৃথ্বী শ্ব’ৰ ৰূপত প্ৰথমটো উইকেট হেৰুৱাই।

Latest News : Golaghat, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ নৱনিযুক্ত ৱাৰ্ডেনসকলৰ সভা সম্পন্ন

অৱশ্যে ধাৱান,শ্ৰেয়স আয়াৰ আৰু পণ্টৰ ধৈৰ্যশীল বেটিঙৰ সহায়েৰে জয়ৰ লক্ষ্যত উপনীত হয় দিল্লী কেপিটেলছ্। ধাৱানে ৪২ ৰান সংগ্ৰহ কৰি বিদায় লোৱাৰ পৰিৱৰ্তে আয়াৰে ৪৭ ৰান আৰু পণ্টে ৩৫ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে।

খেলখনত মিতব্যয়ী বলিঙেৰে ৪ অভাৰত মাত্ৰ ১২ ৰান খৰচ কৰি দুই উইকেট দখল কৰা দিল্লী কেপিটেলছৰ বলাৰ এনৰিখ নকিয়াই মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।

উল্লেখ্য যে এই জয়েৰে দিল্লী কেপিটেলছ্ পইন্ট তালিকাৰ শীৰ্ষ স্থানত উপনীত হয়।

আনহাতে ৮ খন খেলৰ ৭ খনতে পৰাজয়বৰণ কৰা ছানৰাইজাৰ্ছ হাইদৰাবাদ তালিকাৰ অন্তিম স্থানত অৱস্থান কৰিছে।

আজি আইপিএল- ৰ অন্য এখন খেলত ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়াঞ্চৰ বিৰুদ্ধে প্ৰতিদ্বন্দীতা আগবঢ়াব কলকাতা নাইট ৰাইডাৰ্ছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

September 11, 2026 7:24 am
সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

September 11, 2026 7:24 am
সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd