• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পদত্যাগ কৰিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে!

এন ই নাও নিউজ by এন ই নাও নিউজ
September 23, 2021 6:12 pm
Mamata banerjee
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ কেইটামান মাহৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ আসন হেৰুওৱাৰ আশংকা প্ৰকাশ কৰিছে মমতা বেনাৰ্জীয়ে !

দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ বাবে বিৰোধীৰ শিবিৰত নাম উচ্চাৰণ হৈ থকাৰ সময়তে খোদ মমতা বেনাৰ্জীয়ে প্ৰকাশ কৰিছে এই কথা।

ইতিমধ্যে ৰাষ্ট্ৰীয় স্তৰতো বিজেপি বিৰোধী মৰ্চা গঠনৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে মমতা বেনাৰ্জীয়ে, যি মৰ্চাক মমতাই নেতৃত্ব দিয়াৰো প্ৰসংগ উত্থাপন হৈছে।

কিন্তু তেনে সময়তে কিয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰীত্বৰ পদ এৰাৰ কথা প্ৰকাশ কৰিছে মমতা বেনাৰ্জীয়ে?

বংগৰ ৰাজনীতি এৰি পুনৰ ৰাষ্টীয় ৰাজনীতিত খোজ দিবলৈকে মমতা বেনাজীয়ে এই কথা প্ৰকাশ কৰিছে নেকি? নহয়, এক অন্য প্ৰসংগৰ বাবেহে মমতাই এনে মন্তব্য কৰিছে।

উল্লেখ্য যে যোৱা বিধানসভাৰ নিৰ্বাচনত মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছে বিজেপিক ধূলিস্যাৎ কৰি পশ্চিমবংগত পুনৰ ক্ষমতা দখল কৰে। আৰু মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ পদত তৃতীয়বাৰৰ বাবে অধিষ্ঠিত হয়।

বিজেপিৰ বিভিন্ন কূটকৌশলক বুমেৰাং কৰি বিগত পশ্চিমবংগৰ বিধানসভাত মমতা বেনাৰ্জীৰ দলে একক সংখ্যাঘৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয়। ২৯২ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি মমতাৰ দল তৃণমূলে লাভ কৰে ২১৩ খনকৈ আসন।

কিন্তু উক্ত নিৰ্বাচনত দুৰ্ভাগ্যজনকভাৱে পৰাস্ত হয় মমতা বেনাৰ্জী। নন্দীগ্ৰাম বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীয়ে ১৭৩৬ টা ভোটত পৰাস্ত কৰে মমতা বেনাৰ্জীক।

পৰাস্ত হ’লেও তৃণমূল কংগ্ৰেছৰ বিধায়িনী দলে মমতা বেনাৰ্জীক বিধায়িনী নেত্ৰীৰূপে নিৰ্বাচিত কৰে আৰু তেওঁ তৃতীয়বাৰৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হয়।

দেশৰ সংবিধান অনুসৰি মুখ্যমন্ত্ৰীৰূপে দায়িত্ব লোৱাৰ ৬ মাহৰ ভিতৰত মমতা বেনাৰ্জীয়ে বিধানসভালৈ নিৰ্বাচিত হ’ব লাগিব।

সেয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিজৰ বিধানসভা সমষ্টি ভৱানীপুৰৰ পৰা উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে প্ৰস্তুতি চলাইছে।

উক্ত প্ৰস্তুতিৰ অংশ হিচাপেই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সমষ্টিৰ ভোটাৰৰ মন জয় কৰিবলৈ এই মন্তব্য কৰিছে।

ভৱানীপুৰ সমষ্টিৰ একবলপুৰৰ এখন ৰাজহুৱা সভাত মমতা বেনাৰ্জীয়ে কয়, মই উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহিছো, অনুগ্ৰহ কৰি মোক ভোট দিয়ক, নহ’লে আপোনালোকে মোক মুখ্যমন্ত্ৰী হিচাপে আৰু নাপাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd