• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাওলুং চ্যুকাফাৰ নামেৰে স্থাপন হ’ব নতুন বিশ্ববিদ্যালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2021 12:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টাই আহোম ৰাজবংশৰ প্ৰতিষ্ঠাতা চাওলুং চ্যুকাফাৰ নামেৰে অসমত এখন নতুন বিশ্ববিদ্যালয় স্থাপন হ’ব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে এই কথা ঘোষণা কৰিছে।

দেওবাৰে টাই আহোম সম্প্ৰদায়ৰ সৈতে হোৱা এখন বৈঠকত মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰে।

সভাত ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই চৌধুৰী টাই সম্প্ৰদায়ৰ সকলো ধৰণৰ উন্নয়নৰ ওপৰত সম্পূৰ্ণ মনোযোগ দিয়াৰ আশ্বাস দিয়ে।

Apply Now

আহোমৰ জনজাতিকৰণ সন্দৰ্ভতো ইতিবাচক সঁহাৰি লাভ কৰিছে বুলি মুখ্যমন্ত্ৰী শৰ্মাই কয়।

তদুপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজক চৰকাৰে চৰাইদেউক সকলো অবৈধ বেদখলৰ পৰা মুক্ত কৰিব বুলিও আশ্বাস প্ৰদান কৰে ।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে অতি শীঘ্ৰেই অসম সচিবালয়ত মহামতী চ্যুকাফাৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এই বয়সলৈকে বৈধ থাকিব ড্ৰাইভিং লাইচেন্স! গাড়ী চালনাৰ ম্যাদক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

এই বয়সলৈকে বৈধ থাকিব ড্ৰাইভিং লাইচেন্স! গাড়ী চালনাৰ ম্যাদক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

June 11, 2026 3:48 pm
মেছি এতিয়া লেটিন আমেৰিকান ফুটবলৰ শ্ৰেষ্ঠ বিজ্ঞাপন- ব্ৰাজিলৰ কিংবদন্তি ৰবাৰ্টো কাৰ্লোছৰ মন্তব্য

মেছি এতিয়া লেটিন আমেৰিকান ফুটবলৰ শ্ৰেষ্ঠ বিজ্ঞাপন- ব্ৰাজিলৰ কিংবদন্তি ৰবাৰ্টো কাৰ্লোছৰ মন্তব্য

June 11, 2026 3:15 pm
গুৱাহাটীৰ বেলতলাত সুস্মিতা বসুমতাৰীৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত আকাশ প্ৰসাদক গ্ৰেপ্তাৰ

গুৱাহাটীৰ বেলতলাত সুস্মিতা বসুমতাৰীৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত আকাশ প্ৰসাদক গ্ৰেপ্তাৰ

June 11, 2026 2:38 pm
ওমান উপকূলত পুনৰ ভাৰতীয় জাহাজত আক্ৰমণ; চাৰিদিনৰ ভিতৰত তৃতীয়টো ডাঙৰ ঘটনা

ওমান উপকূলত পুনৰ ভাৰতীয় জাহাজত আক্ৰমণ; চাৰিদিনৰ ভিতৰত তৃতীয়টো ডাঙৰ ঘটনা

June 11, 2026 2:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এই বয়সলৈকে বৈধ থাকিব ড্ৰাইভিং লাইচেন্স! গাড়ী চালনাৰ ম্যাদক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

এই বয়সলৈকে বৈধ থাকিব ড্ৰাইভিং লাইচেন্স! গাড়ী চালনাৰ ম্যাদক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

June 11, 2026 3:48 pm
মেছি এতিয়া লেটিন আমেৰিকান ফুটবলৰ শ্ৰেষ্ঠ বিজ্ঞাপন- ব্ৰাজিলৰ কিংবদন্তি ৰবাৰ্টো কাৰ্লোছৰ মন্তব্য

মেছি এতিয়া লেটিন আমেৰিকান ফুটবলৰ শ্ৰেষ্ঠ বিজ্ঞাপন- ব্ৰাজিলৰ কিংবদন্তি ৰবাৰ্টো কাৰ্লোছৰ মন্তব্য

June 11, 2026 3:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd