• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত বন্ধ: বঙাইগাঁৱত একাধিক ৰে’ল মজদুৰ ইউনিয়নৰ বিশেষ কাৰ্যসূচী

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
September 27, 2021 2:22 pm
114
VIEWS
Share on FacebookShare on Twitter

সংযুক্ত কিষাণ মৰ্চাই আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়াই অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচন, উত্তৰ পূৱ সীমান্ত ৰে’লৱে মজদুৰ ইউনিয়ন আৰু হিন্দ মজদুৰ সভাই নিউ বঙাইগাঁও ৰে’ল জংচনৰ সন্মুখত এক সন্মিলিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

মজদুৰ ইউনিয়নৰ বঙাইগাঁও, নিউ বঙাইগাঁও, ৰানিং আৰু কাৰখানা শাখা তথা হিন্দ মজদুৰ সভাৰ বঙাইগাঁও জিলা সমিতিয়ে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক তথা হিন্দ মজদুৰ সভাৰ ৰাজ্যিক সম্পাদক আশীষ বিশ্বাস, হিন্দ মজদুৰ সভাৰ বঙাইগাঁও জিলা সম্পাদক গোবিন্দ বিশ্বাস৷

মজদুৰ ইউনিয়নৰ নেতা শম্ভু প্ৰসাদ দাস, দ্বীপেন বৰা, মৃণাল শীল, শংকৰ দাস, নিমাই কলিতাকে ধৰি বহুকেইজন নেতাও কাৰ্যসূচীত উপস্থিত থাকে ৷

প্ৰতিবাদী কাৰ্যসূচীত ভাষণ প্ৰদান কৰি আশীষ বিশ্বাসে কয় যে কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাবে প্ৰৱৰ্তন কৰা কৃষকবিৰোধী আইনখন প্ৰত্যাহাৰ কৰাৰ দাৱীত কৃষকসকলে বিগত এবছৰ ধৰি ভাৰতজুৰি আন্দোলন কৰি আহিছে যদিও অদ্যপি চৰকাৰৰ গা লৰা নাই ৷

এই চৰকাৰ পুঁজিপতিৰ চৰকাৰ ৷ এই চৰকাৰে কোনো কাম সাধাৰণ জনতাৰ বাবে কৰা নাই ৷

চৰকাৰী সম্পত্তি পুঁজিপতিৰ হাতত বিক্ৰী কৰি দেশৰ অৰ্থনীতি ৫০ বছৰ পিছলৈ ঠেলি দিছে এইখন চৰকাৰে ৷

এতিয়া সময় সকলো শ্ৰমিক একগোট হোৱাৰ ৷ সেইবাবেই আমি কৃষকসকলৰ দাৱীৰ প্ৰতি সমৰ্থন আগবঢ়াই আজিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো ৷

কৃষকসকলে তেওঁলোকৰ অধিকাৰ লাভ কৰক – এয়ে আমাৰ কামনা ৷ এঘণ্টীয়া এই কাৰ্যসূচীত ইউনিয়নৰ দুই শতাধিক লোকে অংশগ্ৰহণ কৰে ৷

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd