• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

UGC-NET Exams 2021: পিছুৱালে ইউজিচি-নেট; পূজাৰ পিছতহে অনুষ্ঠিত হ’ব পৰীক্ষা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 2, 2021 8:09 am
UGC-NET

প্রতিনিধিত্বমূলক ফটো।

191
VIEWS
Share on FacebookShare on Twitter

UGC-NET Exams 2021: পিছুৱাই দিয়া হৈছে ইউজিচি-নেট পৰীক্ষা। শুকুৰবাৰে নেশ্যনেল টেষ্টিং এজেন্সি চমুকৈ এনটিএ-ই জনাইছে যে অহা ১৭ৰ পৰা ২৫ অক্টোবৰৰ ভিতৰত ইউজিচি-নেটৰ ডিচেম্বৰ-২০২০ আৰু জুন-২০২১ছেছনৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

সেই হিচাপে দুৰ্গাপূজাৰ পাছতে অনুষ্ঠিত হ’ব ইউজিচি-নেট পৰীক্ষা।

এনটিয়ে-ৰ ফালৰ পৰা জাৰি কৰা বিজ্ঞপ্তিত কোৱা হৈছে যে ৬ আৰু ৭ অক্টোবৰত কেইবাটাও গুৰুত্বপূৰ্ণ পৰীক্ষা থকাৰ বাবে প্ৰাৰ্থীসকলে ইউজিচি-নেট পৰীক্ষাৰ তাৰিখ সলনি কৰাৰ দাবী তুলিছিল।

সেই দাবীৰ প্ৰতি সঁহাৰি জনাই পৰীক্ষা সূচী পুনৰ সালসলনি কৰা হৈছে। পৰিৱৰ্তিত সূচী প্ৰাৰ্থীসকলে ইউজিচি-নেটৰ অফিচিয়েল ৱেবছাইট ugcnet.nta.nic.inত চাব পাৰিব।

পৰীক্ষাৰ বিশদ সূচী এতিয়াও ঘোষণা কৰা হোৱা নাই যদিও শীঘ্ৰেই সেয়া ঘোষণা কৰা হ’ব।

লগতে পঢ়ক: মধুৰ প্ৰতিশোধ! ভেকচিন লোৱা থাকিলেও ভাৰতলৈ অহা ব্ৰিটিছ নাগৰিকৰ কোৱাৰেন্টাইনৰ নিৰ্দেশ ভাৰতৰ

ইয়াৰ পূৰ্বেও একে কাৰণতে ইউজিচি-নেট পৰীক্ষা পিছুৱাই দিয়া হৈছিল। সেইবাৰ  এনটিএ-ই জানিবলৈ দিছিল যে অহা ৬ আৰু ৭ অক্টোবৰ তথা ১০ৰ পৰা ১৯ অক্টোবৰৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ’ব।

বিজ্ঞপ্তিত কোৱা হৈছে,’’ শিক্ষাৰ্থীসকলৰ পৰা জানিব পৰা গৈছে যে ১০ অক্টোবৰত আন কোনো গুৰুত্বপূৰ্ণ পৰীক্ষা আছে। সেই পৰীক্ষাৰ সৈতে ইউজিচি-নেট পৰীক্ষা  একেদিনাই পৰিছে। এই পৰীক্ষাত যাতে অধিক সংখ্যক শিক্ষাৰ্থী বহিব পাৰে তথা তেওঁলোকৰ সমস্যা আঁতৰ কৰাৰ বাবে ইউজিচি-নেটৰ ডিচেম্বৰ-২০২০ আৰু জুন-২০২১ ছেছনৰ কেইটামান পৰীক্ষা তাৰিখ সলনি হৈছে।‘’

পুনৰ এইদৰেইউজিচি-নেটৰ পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আয়োজক সংস্থা নেশ্যনেল টেষ্টিং এজেন্সিয়ে।

Recent News

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd