• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

IPL Fight: কঠিন মেচত পঞ্জাৱৰ লগত হাৰি প্লে-অফৰ বাবে টনাটনি কলকাতাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 2, 2021 9:45 am
KKR vs PBKs
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

PBKS defeat KKR: দল নিৰ্বাচনত খুঁত, দুৰ্বল ফিল্ডিং তথা কিছু ক্ৰিকেটৰ অনিশ্চয়তাৰ পৰিভাষাৰ মাজেৰে ভাল খেলিও পঞ্জাৱ কিংছৰ বিৰুদ্ধে কঠিন মেচত মুখ থেকেচা খালে কলকাতা নাইট ৰাইডাৰ্ছে।

কলকাতাক ৫উইকেটত পৰাজিত কৰে পঞ্জাৱ কিংছে। এই দুৰ্ভাগ্যজনক পৰাজয়ৰ বাবে এতিয়া কেকেআৰৰ প্লে-অফৰ যুঁজখন আৰু কঠিন হৈ পৰিল।

বেটিঙত ফৰ্ম নথকাৰ লগতে কেচ মিছ কৰি অধিনায়ক ইয়ান মৰ্গান কেকেআৰ অনুৰাগীৰ দ্বাৰা সমালোচিত হৈছে।

Apply Now

ইপিনে টছত হাৰি প্ৰথম বেটিং কৰিবলগীয়া হোৱা কেকেআৰে আৰম্ভণিতে উজুটি খায়। অপেনাৰ শুভমন গীল ৭ৰাণতে আউট হৈ যায়।

কলকাতাৰ নতুন তাৰকা ভেংকটেশ আয়াৰে পুনৰ এক দুৰ্দান্ত ইনিংছ উপহাৰ দিয়ে। আয়াৰৰ মাত্ৰ ৪৯টা বলত কৰা ৬৭ৰাণৰ ইনিংছটোৰ যহতে কলকাতাই ১৬৬ৰাণৰ এক সন্মানজনক স্ক’ৰ থিয় কৰাবলৈ সক্ষম হয়।

ৰাহুল ত্ৰিপাঠী আৰু নীতিশ ৰানায়ো ভাল ইনিংছ উপহাৰ দিয়ে যদিও কেকেআৰৰ অন্তিম দুটা অভাৰত আশা কৰা মতে ৰাণ নহ’ল।

আৰু পঢ়ক: UGC-NET Exams 2021: পিছুৱালে ইউজিচি-নেট; পূজাৰ পিছতহে অনুষ্ঠিত হ’ব পৰীক্ষা

প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি সুন্দৰ আৰম্ভণি কৰে পঞ্জাৱ কিংছে। লোকেশ ৰাহুল আৰু মায়ংক আগৰৱালে প্ৰথম উইকেটৰ যুটীত ৭০ৰাণ সংগ্ৰহ কৰে।

ইয়াৰ পাছতে দুটাকৈ উইকেট লৈ বৰুণ চক্ৰৱৰ্তীয়ে মেচখন কলকাতাৰ হাতলৈ আনে। মাভি আৰু নাৰিনেও ভাল বলিং কৰে।

কিন্তু অৱশেষত শ্বাহৰুখ খান আৰু লোকেশ ৰাহুলৰ দুৰ্দান্ত প্ৰদৰ্শনৰ আগত পঞ্জাৱৰ বিজয় ৰোধ কৰাটো কলকাতাৰ বাবে সম্ভৱ নহ’ল।

এই পৰাজয়ৰ পাছত কলকাতাৰ বাবে প্লে-অফৰ যাত্ৰা কঠিন হৈ পৰিল। ১২ খন মেচত ১০পইন্ট সংগ্ৰহ কৰি তালিকাৰ চতুৰ্থ স্থানত থকা কেকেআৰে অন্তিম দুখন মেচত বিজয় সাৱ্যস্ত কৰিবই লাগিব।

সেয়াই নহয়, ইয়াৰ লগতে আন দলৰ ফলাফলৰ ওপৰতো নিৰ্ভৰ কৰিব কেকেআৰৰ ভাগ্য। কিন্তু এই বিজয়ৰ জৰিয়তে প্লে-অফৰ দৌৰত আগবাঢ়িল পঞ্জাৱ কিংছ।

সংক্ষিপ্ত স্ক’ৰ:            

কলকাতা নাইট ৰাইডাৰ্ছ: ১৬৫-৭ (ভেংকটেশ আয়াৰ ৬৭, ৰাহুল ত্রিপাঠী ৩৪)
পঞ্জাব কিংছ: ১৬৮-৫ (লোকেশ ৰাহুল ৬৭, মায়ংক আগৰৱাল ৪০)

পঞ্জাব কিংছ ৫ উইকেটে বিজয়ী।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd