• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহম্মদৰ কাৰ্টুন অংকনেৰে বিতৰ্কত সোমাই পৰা ছুইডিচ কাৰ্টুনিষ্টৰ গাড়ী দুৰ্ঘটনাত মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
October 4, 2021 6:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০০৭ চনত কুকুৰৰ মৃতদেহৰ সৈতে পয়গম্বৰ মহম্মদৰ কাৰ্টুন অংকনৰ দ্বাৰা বিশ্বজুৰি বিতৰ্কৰ সৃষ্টি কৰা ছুইডিছ শিল্পী লাৰ্ছ ভিল্কছ দেওবাৰে দক্ষিণৰ মাৰ্কাৰিড চহৰৰ ওচৰত এক গাড়ী দুৰ্ঘটনাত নিহত হয়।

কাৰ্টুন প্ৰকাশ হোৱাৰ পিছৰে পৰা আৰক্ষীৰ সুৰক্ষাত থকা ৭৫ বছৰীয়া ভিল্কছে আৰক্ষীৰ বাহনত যাত্ৰা কৰা অৱস্থাত এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয়।এই দুৰ্ঘটনাত দুজন আৰক্ষী বিষয়াও নিহত হৈছে।

“এয়া এক অতি শোকাৱহ ঘটনা। এতিয়া আমাৰ সকলোৰে বাবে এইটো গুৰুত্বপূৰ্ণ যে কি ঘটিছিল আৰু কি কাৰণত সংঘৰ্ষ হৈছিল তাৰ অনুসন্ধান কৰি দুৰ্ঘটনাৰ সঠিক কাৰণ নিৰ্ণয় কৰা।” ছুইডিছ আৰক্ষীয়ে সোমবাৰে এক বিবৃতিত কয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে প্ৰথমে এইয়া এক হত্যাকাণ্ড বুলি জল্পনা-কল্পনা হৈছিল যদিও ইয়াৰ সম্ভাৱনা নাকচ কৰিচে ছুইডিচ আৰক্ষীয়ে।

Apply Now

উল্লেখ্য যে এই কাৰ্টুনবোৰ প্ৰকাশ হোৱাৰ পাছৰে পৰা ভিল্কছে তেওঁৰ জীৱনৰ বিৰুদ্ধে ভাবুকি লাভ কৰে আৰু পিছত আৰক্ষী সুৰক্ষা আৱেষ্টনীত বাস কৰি আছিল। কট্টৰ মুছলিম সংগঠনৰ দ্বাৰা তেওঁৰ ওপৰত ফটোৱা জাৰি কৰা হৈছিল আৰু তেওঁৰ ঘৰত বোমা বিস্ফোৰণ কৰা হৈছিল।

২০১৫ চনত ডেনমাৰ্কৰ কোপেনহেগেনত ব্ৰিটিছ লেখক ছলমান ৰুশ্দীৰ বিৰুদ্ধে ইৰানী ফতোৱাৰ ২৫ তম বাৰ্ষিকী উপলক্ষে আধাৰিত এখন সভাত এজন লোক নিহত হৈছিল, য’ত ভিল্কছে অংশগ্ৰহণ কৰিছিল।

ভিল্কক ব্যাপকভাৱে আক্ৰমণৰ লক্ষ্য হিচাপে লোৱা দেখিবলৈ পোৱা গৈছিল।

অৱশ্যে ভিল্কছে মন্তব্য কৰিছিল যে কাৰ্টুনবোৰ মুছলমানসকলক উত্তেজিত কৰাৰ উদ্দেশ্যে নহয়, কলাৰ মাধ্যমেৰে ৰাজনৈতিক বিতৰ্কক প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্যেহে এই কাৰ্টুন অংকন কৰা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

August 31, 2026 8:27 am
পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

August 31, 2026 8:14 am
গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

August 31, 2026 7:52 am
অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

August 31, 2026 8:27 am
পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

August 31, 2026 8:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd