• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এশ-এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত সৰভোগ সমূহীয়া স্বাস্থ্যকেন্দ্ৰ; পৰ্যাপ্ত চিকিৎসক-চিকিৎসাকৰ্মীৰ অভাৱ

ইযাছিন আলী, বঙাইগাঁও by ইযাছিন আলী, বঙাইগাঁও
October 9, 2021 7:02 am
IMG_20210929_220924

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰপেটা জিলাৰ সৰভোগৰ নিজদমকাত অৱস্থিত সৰভোগ সমূহীয়া স্বাস্থ্যকেন্দ্ৰক সম্প্ৰতি এশ-এবুৰি সমস্যাই আৱৰি ধৰিছে।

পৰ্যাপ্ত চিকিৎসক তথা চিকিৎসাকৰ্মীৰ অভাৱৰ বাবে চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত যথেষ্ট আহুকালে দেখা দিছে।

চিকিৎসালয়খনত থকা সীমিত চিকিৎসক তথা স্বাস্থ্যকৰ্মীয়ে কষ্টেৰে মানৱ সেৱা কৰি আহিছে।

Apply Now

বৰ্তমান স্বাস্থ্য কেন্দ্ৰটোত পুৰুষ কক্ষত ৬খন বিছনা, মহিলা কক্ষত ৬ খন বিছনা, প্ৰসূতি কক্ষত ৬ খন বিছনা আৰু জৰুৰী ৱাৰ্ডত ২ খন বিছনাকে ধৰি সৰ্বমুঠ ২০ খন বিছনা আছে।

স্বাস্থ্যকেন্দ্ৰটোত অতিৰিক্ত আৰু ১০ খন বিছনাৰ প্ৰয়োজন আৰু ইতিমধ্যে  এই ১০ খন বিছনাৰ বাবে চিকিৎসালয়খনৰ পৰা আবেদন কৰা হৈছে।

স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে অতি সোনকালে ১০ খন বিছনা যোগান ধৰিব বুলি আশ্বাস প্ৰদান কৰাৰ কথা স্বাস্থ্যকেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত চিকিৎসক পংকজ কুমাৰ ৰয়ে জানিবলৈ দিয়ে। ইতিমধ্যে আবেদন কৰা প্ৰায় এবছৰ পূৰ্ণ হৈছে।

তদুপৰি, তেওঁ কয় যে ৰোগী হিচাপেহে ঔষধৰ যোগান ধৰা হয়। কেতিয়াবা কেতিয়াবা প্ৰয়োজনতকৈ ঔষধ কিছু কমো হয়। যোৱাবাৰ ক’ৰানাৰ সময়ত বেছিকৈ ক’ৰনাৰ ঔষধে দিলে, এতিয়া পুনৰ আগৰ দৰেই ঔষধ আহিবলৈ আৰম্ভ কৰিছে।

তেওঁ জানিবলৈ দিয়ে যে সচৰাচৰ ব্যৱহাৰ নোহোৱা ঔষধ দিয়াটো সম্ভৱ নহয়, বাকী সাধাৰণ সকলো ঔষধে স্বাস্থ্যকেন্দ্ৰত পোৱা যায়।

সৰভোগ সমূহীয়া স্বাস্থ্যকেন্দ্ৰটোত চাফাই কৰ্মীৰ সংখ্যা কম আৰু অস্থায়ী পদসমূহ স্থায়ী কৰাৰ বাবেও বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ জনোৱা হৈছে।

স্থানীয় ৰাইজে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক-চিকিৎসালয়খনত বিশেষজ্ঞ চিকিৎসক, অত্যাধুনিক চিকিৎসাৰ সা-সৰঞ্জাম, প্ৰতিটো ৰোগৰ ঔষধ ৰোগীয়ে পোৱাৰ ব্যৱস্থা কৰাৰ লগতে পুনৰ কেইজনমান চাফাই কৰ্মী নিযুক্তি দিয়াৰ দাবী জনাইছে। 

ইযাছিন আলী, বঙাইগাঁও

ইযাছিন আলী, বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd