• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

GNRC Doctor Arrested অৱশেষত ৰাজকন্যা কাণ্ডত গ্ৰেপ্তাৰ জিএনআৰচিৰ চিকিৎসক ডাঃ নৱনীল বৰুৱা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 10, 2021 5:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত ৰাজকন্যা বৰুৱা কাণ্ডত গ্ৰেপ্তাৰ হ’ল জিএনআৰচিৰ চিকিৎসক ডাঃ নৱনীল বৰুৱা।

দিছপুৰ আৰক্ষীয়ে আজি চলোৱা দীঘলীয়া জেৰাৰ পিছতে চিকিৎসকগৰাকীক গ্ৰেপ্তাৰ কৰে। ৰাজকন্যাৰ ৰোগ সন্দৰ্ভত চিকিৎসকগৰাকীয়ে ভুল তথ্য দিয়াৰ অভিযোগ উঠিছিল।

ডাঃ নৱনীল বৰুৱাক অভিযুক্তক সহায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

জিএনআৰচিৰ জ্যেষ্ঠ চিকিৎসক নৱনীল বৰুৱাৰ বিৰুদ্ধে GNRCত মডেল ৰাজকন্যা বৰুৱাক SEMI ICU প্ৰদান কৰি আৰক্ষীৰ পৰা ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উঠাৰ পিছতে আৰক্ষীয়ে চিকিৎসকগৰাকীলৈ চমন জাৰি কৰিছিল।

Apply Now

চমন লাভ কৰাৰ পিছতে কেইদিনমান পূৰ্বে দিছপুৰ থানাত উপস্থিত হৈছিল ডাঃ নৱনীল বৰৱা।

আজি পুনৰ চিকিৎসক গৰাকীক জেৰাৰ বাবে আৰক্ষীয়ে মাতি পঠিয়ায়। জেৰাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

ডাঃ নৱনীল বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২০১,২১২ আৰু ২২০(খ) ধাৰা আৰোপ কৰা হৈছে। ইয়াৰে এটা ধাৰা জামিন অযোগ্য ধাৰা।

আৰক্ষীয়ে নৱনীল বৰুৱাৰ প্ৰথম দিনাৰ জেৰাৰ সমগ্ৰ তথ্য আদালতত জমা দিছিল।

প্ৰথম দিনাৰ জেৰাৰ পিছত নৱনীল বৰুৱাই কৈছিল, “মই কাকো নিৰাপত্তা দিয়া নাই। মই একো ভুল কৰা নাই।পূৰ্বে মোৰ কোনো চিনাকী নাছিল ৰাজকন্যাৰ স’তে।”

নৱনীল বৰুৱাই কৈছিল যে ৰাজকন্যা বৰুৱাক আইচিএউত ভৰ্তি কৰোৱাৰ বাবে তেওঁক তীব্ৰ হেঁচা দিছিল স্বয়ং ৰাজকন্যা বৰুৱাই।

আইচিএউত ভৰ্তি নকৰিলে ৰাজকন্যাই আত্মহত্যা কৰিব বুলিও ভাবুকি দিছিল বুলি চিকিৎসকগৰাকীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰে। এই কথাৰ প্ৰমাণ তেওঁৰ হোৱাটএপ মেছেজতে আছে বুলিও চিকিৎসকগৰাকীৰ প্ৰকাশ কৰিছিল।

Also Read: ‘ড্ৰাংক এণ্ড হিট’ কাণ্ড; তাজ ভিভান্টাক কাৰণ দৰ্শোৱাৰ জাননী

থানা চৌহদতে চিকিৎসকগৰাকীয়ে ৰাজকন্যাৰ সৈতে পূৰ্বে চিনাকী নাছিল বুলি সাংবাদিকৰ আগত বাৰে বাৰে প্ৰকাশ কৰিছিল।

চিকিৎসক নৱনীল বৰুৱাই DGP ৰে কথা পতা সন্দৰ্ভত শেহতীয়াকৈ স্পষ্টীকৰণ দিছে ভাস্কৰজ্যোতি মহন্তই।

তেওঁ কয়, ‘৪ অক্টোৱৰত বৰুৱাই মোলৈ মেছেজ কৰাটো হয়। তেওঁ ‘যুৱতীগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত মোক জনাইছিল’।

‘আমি গ্ৰেপ্তাৰ কৰিম বুলিয়েই চিকিৎসকজনক জনাইছিলো, কিন্তু ৰাজকন্যা ICUত থকা বুলি গম নাপাওঁ,’ মহন্তই লগতে স্পষ্টীকৰণ দি কয়।

ইপিনে, তাজ ভিভাণ্টাৰ পাৰ্টীৰ চিচি টিভিৰ দৃশ্য সংগ্ৰহৰ নিৰ্দেশ দিয়ে DGP মহন্তই।

পাৰ্টীত কোন কোন আছিল, কি সেৱন কৰিছিল? সকলো তথ্য সংগ্ৰহৰ নিৰ্দেশ দিছে DGP গৰাকীয়ে।

উল্লেখযোগ্য যে ৰাজকন্যা বৰুৱাই জ্যেষ্ঠ চিকিৎসক নৱনীল বৰুৱাক দিয়া ভাবুকিভৰা whatsapp msg আমাৰ হাতত আহি পৰিছেহি, য’ত ৰাজকন্যাই আত্মহত্যা কৰাৰ ভাবুকি দিছিল চিকিৎসক নৱনীল বৰুৱাক।

নৱনীল বৰুৱাক ৰাজকন্যাই দিয়া ভাবুকি ভৰা whatsapp msg… কি আছিল ডিজিপিৰ ভূমিকা?

ৰাজকন্যাই GNRCৰ ওপৰৰ মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰাৰ ভাবুকি দিছিল।

ইপিনে, ৰাজকন্যাক চিকিৎসালয়ৰ ICU ত ভৰ্তি কৰাৰ পূৰ্বে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ সৈতে চিকিৎসক নৱনীল বৰুৱাই ১১ মিনিট টেলিফোনিক বার্তালাপ কৰিছিল বুলি বাতৰি প্ৰকাশ পাইছে।

এই সন্দৰ্ভত আমাৰ সাংবাদিকে কথা পাতিছিল চিকিৎসক ডঃ নৱনীল বৰুৱাৰ সৈতে। তেওঁক সোধাত আৰক্ষীৰ তদন্তৰ খাতিৰত এতিয়া একো কথা নকওঁ বুলি উল্লেখ কৰাৰ লগতে দুদিনমান পাছত সবিস্তাৰে সকলো প্ৰকাশ কৰাৰ কথা স্পষ্ট কৰিছিল।

প্ৰশ্ন হৈছে “১১ মিনিট সময় আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে কি কথা পাতিছিল চিকিৎসক ডঃ নৱনীল বৰুৱাই?

যদি প্ৰকৃততে নৱনীল বৰুৱাই DGP ক ফোন কৰি সবিশেষ জনাইছিল, তেন্তে ফোন কৰাৰ পাছতে SEMI ICU কেনেকৈ লাভ কৰিলে মডেল ৰাজকন্যাই?
সমগ্ৰ ঘটনাৰ এক উচিত তদন্ত হ’ব নে? নে ৰৌ বৰালি ওলোৱাৰ ভয়ত যৱনিকা পেলোৱা হ’ব ৰাজকন্যা আখ্যানৰ?

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd