• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰ্থৰ জোৱাৰ! টি-২০ বিশ্বকাপৰ পুৰষ্কাৰৰ ধনৰাশি ঘোষণা কৰিলে ICCএ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2021 7:29 pm
ICC t20 World Cup Prize Money
403
VIEWS
Share on FacebookShare on Twitter

আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ(ICC) এ দেওবাৰে ওমান আৰু ইউনাইটেড আৰৱ এমিৰেটছ্(UAE) ত ১৭ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া পুৰুষৰ টি-২০ বিশ্বকাপৰ বাবে পুৰষ্কাৰৰ ধনৰাশিৰ বিৱৰণ ঘোষণা কৰে।

বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটোৱে এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰে যে প্ৰতিযোগিতাখনৰ বিজয়ী দলে লাভ কৰিব ১.৬ নিযুত আমেৰিকান ডলাৰৰ পুৰষ্কাৰ। আনহাতে ৰানাৰ্ছ-আপ দলে লাভ কৰিব ৮ নিযুত মাৰ্কিন ডলাৰৰ পুৰষ্কাৰ।

১৭ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া পুৰুষৰ টি-২০ বিশ্বকাপত ১৬ টা দলে অংশগ্ৰহণ কৰিব।

সৰ্বমুঠ ৫.৬ নিযুত মাৰ্কিন ডলাৰ পুৰষ্কাৰ সম্বলিত প্ৰতিযোগিতাখনত প্ৰতিটো অংশগ্ৰহণকাৰী দলে লাভ কৰিব নিৰ্দিষ্ট পৰিমাণৰ ধন।

১০ আৰু ১১ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ছেমি ফাইনেলত পৰাজিত দুয়োটা দলে ৪,০০,০০০ মাৰ্কিন ডলাৰ লাভ কৰিব।

এক বিবৃতিত ICC এ কয়,স“২০১৬ চনৰ বিশ্বকাপৰ দৰে চুপাৰ ১২ পৰ্যায়ত দলবোৰে জিকা প্ৰতিখন খেলৰ বাবে এক বোনাচ পৰিমাণ থাকিব। সেই পৰ্যায়ৰ ৩০ খন খেলৰ প্ৰতিখনতে বিজয়ীসকলে এইবাৰ ৪০,০০০ ডলাৰ লাভ কৰিব।”

আফগানিস্তান, অষ্ট্ৰেলিয়া, ইংলেণ্ড, ভাৰত, নিউজিলেণ্ড, পাকিস্তান, দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজে চুপাৰ ১২ পৰ্যায়ৰ পৰা তেওঁলোকৰ অভিযান আৰম্ভ কৰিব।

আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ অভিযান সেই পৰ্যায়ত সমাপ্ত হোৱা আঠটা দলে স্বয়ংক্ৰিয়ভাৱে ৭০,০০০ ডলাৰ লাভ কৰিব।

“প্ৰথম ৰাউণ্ডত বিজয়ী দলবোৰে ৪০,০০০ ডলাৰ লাভ কৰিব, যাৰ সৰ্বমুঠ পৰিমাণ হৈছে ৪৮০,০০০ মাৰ্কিন ডলাৰ। প্ৰথম ৰাউণ্ডত পৰাস্ত হোৱা চাৰিটা দলে সামগ্ৰিকভাৱে ১,৬০,০০০ ডলাৰৰ পৰা ৪০,০০০ ডলাৰ লাভ কৰিব।” আইচিচিৰ বিজ্ঞপ্তিত কোৱা হৈছে।

ইফালে, আইচিচিয়ে লগতে ঘোষণা কৰে যে প্ৰতিখন খেলত দুটাকৈ বিৰতি হ’ব, যি ২.৩০ মিনিটৰ চলিব আৰু প্ৰতিটো ইনিংছৰ মাজভাগত লোৱা হ’ব।

Recent News

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

হোটেলৰ কোঠালৈ মাতি আনি প্ৰেমিকাক ১৭ বাৰ ছুৰীকাঘাত ১১ বছৰ সৰু প্ৰেমিকৰ : বেংগালুৰুত চাঞ্চল্যকৰ ঘটনা

হোটেলৰ কোঠালৈ মাতি আনি প্ৰেমিকাক ১৭ বাৰ ছুৰীকাঘাত ১১ বছৰ সৰু প্ৰেমিকৰ : বেংগালুৰুত চাঞ্চল্যকৰ ঘটনা

১৯৫০ চনৰ বহিষ্কাৰ আইনৰ জড়িয়তে অসমত ৩৩০ জন অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন

১৯৫০ চনৰ বহিষ্কাৰ আইনৰ জড়িয়তে অসমত ৩৩০ জন অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd