• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাধৱদেৱে নিজ হাতে ৰোৱা বট বৃক্ষৰ তলত ৫৭৩ গছি বন্তি জ্বলাই উদযাপন গুৰুজনাৰ জন্মজয়ন্তী

নিৰ্মলেন্দু পাঠক ,টীয়ক by নিৰ্মলেন্দু পাঠক ,টীয়ক
October 16, 2021 6:44 am
Dhekiakhowa Namghar.png lighting

ফটো: নৰ্থইষ্ট নাও।

154
VIEWS
Share on FacebookShare on Twitter

অসমীয়া জাতি প্ৰাণ প্ৰতিষ্ঠাপক মহাপুৰুষ শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি শুকুৰবাৰে ৰাজ্যজুৰি পালন কৰা হয়। ৰাজ্যৰ প্ৰতিটো নামঘৰ, সত্ৰসমূহত মহাপুৰুষজনাৰ অমৰ সৃষ্টিৰাজি হৰিনামেৰে মুখৰিত হৈ পৰে।

টীয়কতো মহাপুৰুষ মাধৱদেৱে নিজ হাতে প্ৰতিষ্ঠা কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰতো দিনযোৰা কাৰ্যসূচীৰে যুগদ্ৰষ্টা গুৰুজনাৰ জন্মজয়ন্তী উদযাপন কৰা হয়।

দিনৰ বিভিন্ন কাৰ্যসূচীৰ পৰিসমাপ্তিৰ পাছত সন্ধিয়া নামঘৰ প্ৰাংগণত থকা ১৪৫০ শকত মাধৱ গুৰুজনাই নিজ হাতে ৰোৱা বট বৃক্ষৰ তলত ৫৭৩ গছি বন্তি প্ৰজ্বলন কৰি মহাপুৰুষজনালৈ ব্যতিক্ৰমী ৰূপত সেৱা আগবঢ়োৱা হয়।

সন্ধিয়া নামঘৰ পৰিচালনা সমিতি তথা অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে এইদৰে বন্তি জ্বলাই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত এক সম্প্ৰীতিৰ  আদৰ্শ দাঙি ধৰাৰ লগতে নিজৰ কৃষ্টি-সংস্কৃতি ৰক্ষাৰ চেষ্টা কৰিছে।

উল্লেখযোগ্য যে এই পবিত্ৰ অনুষ্ঠানৰ পৰাই অসমত বাস কৰা প্ৰতিগৰাকী ব্যক্তিৰ ঘৰত একোখনকৈ মহাপুৰুষৰ চিত্ৰ ৰাখি নিজকে গৌৰৱে অসমীয়া বুলি পৰিচয় দিবলৈ লগতে অসম চৰকাৰে গুৰুদুজনাৰ তিথিত বন্ধ ঘোষণাৰ পৰিবৰ্তে উদযাপন কৰাৰ যি সিদ্ধান্ত লৈছে এয়া অতি আদৰণীয় বুলি অভিহিত কৰিছে উদ্যোক্তামণ্ডলীয়ে। 

Recent News

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd