• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাস্ক পৰিধান কৰিবলৈ কোৱাত খং ধনকুবেৰৰ; বেংক কৰ্মচাৰীৰে গণালে নগদ ৫.৮ কোটি টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2021 12:59 pm
Millionare money
541
VIEWS
Share on FacebookShare on Twitter

কৰ’না প্ৰতিৰোধৰ বাবে মাস্ক পৰিধান কৰাটো অতি জৰুৰী বুলি বিবেচিত হৈ আহিছে। বহু দেশত কৰ’নাৰ পৰা প্ৰায় মুক্ত হোৱাৰ পাছতো মাস্ক পৰিধানৰ নিয়ম বাহাল ৰাখিছে। নিয়ম ভংগৰ বাবে শাস্তিৰো ব্যৱস্থা জাৰি আছে।

কিন্তু চীনৰ এজন ধনকুবেৰক মাস্ক পৰিধান কৰিবলৈ কোৱাৰ বাবে খঙৰ ভমকত ঘটালে এক অদ্ভুত কাণ্ড।

ধনাঢ্য সেই লোকজনে নিজৰ একাউন্টৰ পৰা নগদ ৫.৮কোটি টকা উলিয়ালে আৰু বেংকৰ সেই বিষয়াগৰাকীৰ হতুৱাই সেই সম্পূৰ্ণ টকা গণাই ল’লে।

বাতৰি অনুসৰি, ‘শ্বান’ৱাৰ নামৰ লোকজনে চাংহাইত বেংকলৈ গৈছিল য’ত বেংকৰ নিৰাপত্তাৰক্ষীয়ে তেওঁক মাস্ক পৰিধান কৰিবলৈ কয়।

ইয়াতেই লোকজন অপমানিত বোধ কৰি বেংকটোৰ পৰা তেওঁৰ সমস্ত ধন উলিয়াই নি আন বেংকত থোৱাৰ সিদ্ধান্ত লয়।

তাৰপাছতেই প্ৰথম দিনা চীনৰ ধনকুবেৰজনে নিজৰ একাউন্টৰ পৰা ৫.৮কোটি টকা উলিয়াই বেংক কৰ্মচাৰীক সেই টকা গণি দিবলৈ কয়। এইদৰে তেওঁ একাউন্টটোৰ পৰা সমস্ত টকা উলিয়াই নিব বুলিও জানিব দিয়ে।

দৰাচলতে সেই বেংকত এইদৰে দৈনিক নগদ ধন উলিয়াব পৰা নিয়ম আছে। ধনকুবেৰে সেই নিয়ম ব্যৱহাৰ কৰিয়েই বেংক কৰ্মচাৰীসকলক ‘শিক্ষা’ দিয়াৰ বাবে এই কাম কৰে।

ইপিনে, বেংকৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে তেওঁলোকৰ বেংকৰ কোনো কৰ্মচাৰীয়ে এনে কাম কৰা নাই। গ্ৰাহকৰ সৈতে কোনো দুৰ্ব্যৱহাৰ কৰা হোৱা নাই।

আনহাতে, এই ঘটনাত বহুতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বহুতেই ধনকুবেৰক সমালোচনা কৰাৰ লগতে আন একাংশই এই ঘটনাক লৈ কৌতুকো কৰিছে। 

Recent News

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস পালন: নতুন উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ, মুখপত্ৰ দাপোণ উন্মোচন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস পালন: নতুন উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ, মুখপত্ৰ দাপোণ উন্মোচন

ৰাইজৰ দলত বৃহৎ যোগদান কার্যসূচী: তৃণমূল কংগ্ৰেছৰ সদ্য পদত্যাগী ৰাজ্যিক সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰে যোগ দিলে ৰাইজৰ দলত

ৰাইজৰ দলত বৃহৎ যোগদান কার্যসূচী: তৃণমূল কংগ্ৰেছৰ সদ্য পদত্যাগী ৰাজ্যিক সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰে যোগ দিলে ৰাইজৰ দলত

দিনযোৰা কাৰ্যসূচীৰে ৰাজীৱ ভৱনত পৰ্যালোচনা সভাপতি গৌৰৱ গগৈৰ : প্ৰকৃতাৰ্থত ‘জাতি জনগণনা’ কৰিবলৈ চৰকাৰক আহ্বান

দিনযোৰা কাৰ্যসূচীৰে ৰাজীৱ ভৱনত পৰ্যালোচনা সভাপতি গৌৰৱ গগৈৰ : প্ৰকৃতাৰ্থত ‘জাতি জনগণনা’ কৰিবলৈ চৰকাৰক আহ্বান

মন্দিৰ চৌহদত খালে মাংস! ঘটনাক নিন্দা ভক্তগণৰ

মন্দিৰ চৌহদত খালে মাংস! ঘটনাক নিন্দা ভক্তগণৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd