• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি, নিজৰ তিনিমহীয়া কন্যা সন্তানক হত্যা কৰিলে মাতৃয়ে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 25, 2021 7:16 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

311
VIEWS
Share on FacebookShare on Twitter

পৰকীয়া প্ৰেমৰ পৰিণতি কিমান কৰুণ হ’ব পাৰে সেই কথাৰ প্ৰমাণ পুনৰ পোৱা গ’ল।

যি মাতৃৰ আশ্ৰয়ত শিশু এটি ডাঙৰ হয়, সামান্য দুখ পালেই শিশুতো বাদেই ডাঙৰেও ‘মা’ বুলি চিঞৰি উঠে, তেনে এগৰাকী মাতৃয়েই এইবাৰ হৈ পৰিল ঘাতক।

নিজৰ তিনিমহীয়া কন্যা সন্তানক হত্যা কৰি অপযশৰ পৰা ৰক্ষা পৰিব বিচৰা এইগৰাকী মাতৃ হৈছে পুনেৰ বুলধানা অঞ্চলৰ বাসিন্দা।

মহাৰাষ্ট্ৰৰ নুকচান জিলাৰ এজন লোকৰ সৈতে আছিল এই মহিলাগৰাকীৰ অবৈধ সম্পৰ্ক।

বিষয়টোকলৈ মহিলাগৰাকীৰ সৈতে তেওঁৰ স্বামীৰ প্ৰায়ে কাজিয়া লাগিছিল।

অৱশেষত মহিলাগৰাকীয়ে তেওঁৰ ১৩ বছৰীয়া পুত্ৰ সন্তানক লগতলৈ স্বামীৰ ওচৰৰ পৰা গুচি আহে আৰু বেলেগকৈ থাকিবলৈ লয়। ইয়াৰ মাজতে মহিলাগৰাকী গৰ্ভৱতী হয়।

পৰকীয়া প্ৰেমৰ পৰিণতিতে মহিলাগৰাকী গৰ্ভৱতী হোৱা বুলি বহুতে ধাৰণা কৰিছে।

যিকিনহওঁক মহিলাগৰাকীয়ে এটি কন্যা সন্তান জন্ম দিয়ে। কন্যা সন্তানটিৰ বয়স তিনিমাহ হওঁতেই মহিলাগৰাকীয়ে ডিঙি চেপি সন্তানটিক হত্যা কৰে এটা প্লাষ্টিকৰ মোনাত ভৰাই মৃতদেহটো নৈৰ পাৰত পেলাই থৈ আহিবলৈ ১৩ বছৰীয়া পুত্ৰ সন্তানক নিৰ্দেশ দিয়ে।

সেইমতে মহিলাগৰাকীৰ ১৩ বছৰীয়া পুত্ৰ সন্তানে ভনীয়েকৰ মৃতদেহটো নৈৰ পাৰত পেলাই থৈ আহে।

ইপিনে কিছুদিন ধৰি মহিলাগৰাকীৰ কন্যা সন্তানটি নেদেখি ওচৰ চুবুৰীয়াৰ সন্দেহ হবলৈ ধৰে।

মহিলাগৰাকীক এই বিষয়ে প্ৰশ্ন কৰি সদুত্তৰ নোপোৱাত ওচৰ চুবুৰীয়াই আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে মহিলাগৰাকী থকা স্থানত উপস্থিত হৈ মহিলাগৰাকীক জেৰা চলায়। জেৰাত মহিলাগৰাকীয়ে সকলো কথা প্ৰকাশ কৰে।

পুনেৰ আৰক্ষীয়ে নিজৰ সন্তানকে হত্যা কৰা মহিলাগৰাকীক আজি গ্ৰেপ্তাৰ কৰে।

লগতে মাকৰ নিৰ্দেশত মৃতদেহ পেলাই থৈ অহা মহিলাগৰাকীৰ ১৩ বছৰীয়া পুত্ৰ সন্তানকো আৰক্ষীয়ে নিজৰ জিম্মালৈ নিছে।

নিদাৰুণ মাতৃৰ এনে জঘন্য কাণ্ডই এতিয়া সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Recent News

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd