• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী বাংলাদেশ

বাংলাদেশৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ আঁৰত খালেদা জিয়াৰ পুত্ৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2021 2:31 pm
Bangladesh communal unrest Case
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত দুৰ্গোৎসৱৰ সময়ত বাংলাদেশত সংঘটিত সাম্প্ৰদায়িক হিংসাত নাম সাঙুৰ খাইছে বেগম খালেদা জিয়াৰ পুত্ৰ আৰু বি এন পিৰ উপাধ্যক্ষ তাৰেক ৰহমানৰ নাম।

লণ্ডনৰ প্ৰবাসী তাৰেকৰ বিৰুদ্ধে দুৰ্নীতিকে ধৰি অসংখ্য গোচৰ ইতিমধ্যে বিচাৰাধীন হৈ আছে। মৌলবাদী দল জামাত এই ক্ষেত্ৰত বি এন পিৰ অংশীদাৰ আছিল।

ৰাজশাহী চাৰ্কিট হাউচত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী তথা আৱামী লীগৰ যুটীয়া সাধাৰণ সম্পাদক ড০ হাছান মাহমুদে এই কথা সদৰী কৰিছে।

বাংলাদেশৰ গৃহমন্ত্ৰী আসাদুজ্জমান খান কামালেও কয় যে এই আক্ৰমণত কেইজনমান প্ৰখ্যাত ৰাজনৈতিক নেতা জড়িত আছিল। তেওঁ কৈছিল যে ঘটনাটোত গ্ৰেপ্তাৰ কৰা সকলে জেৰাৰ সময়ত তেওঁলোকৰ নাম উল্লেখ কৰিছে। এই বিষয়ত অধিক নিশ্চিতকৰণৰ পিছত সোনকালে মুকলি কৰা হ’ব।

তথ্য মন্ত্ৰীগৰাকীয়ে কয় যে বি এন পিৰ উপাধ্যক্ষ তাৰেক ৰহমানৰ পৰিকল্পনাৰ অধীনত সমগ্ৰ দেশতে সাম্প্ৰদায়িক হিংসা বিয়পি পৰিছিল।

Apply Now

হাছান মাহমুদে কয় যে এমাহ ধৰি লণ্ডনত কুমিলা কাণ্ডৰ পৰিকল্পনা কৰা হৈছিল। বি এন পি-জামাতে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল আৰু গোপনে ষড়যন্ত্ৰ কৰিছিল। সেই ষড়যন্ত্ৰৰ এটা অংশ হৈছে সাম্প্ৰদায়িক সম্প্ৰীতি ধ্বংস কৰা। এই উদ্দেশ্যে, তেওঁলোকে দুৰ্গা পূজাৰ সময়ত পূজা মণ্ডপআক্ৰমণ কৰিছিল।

হিংসাত জড়িত সকলোকে সোনকালে বিচাৰি উলিওৱা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

তেওঁৰ কয়, “এই দেশত সাম্প্ৰদায়িকতাৰ বিষয়ে ৰাজনীতি কোনে কৰে? বি এন পি-জামাত, ধৰ্মান্ধ আৰু উগ্ৰপন্থীসকলে সাম্প্ৰদায়িকতাক লৈ ৰাজনীতি কৰে। বাংলাদেশৰ যিকোনো সম্প্ৰদায়ৰ লোকৰ আনৰ শাস্ত্ৰক অপমান কৰাৰ মানসিকতা নাই।”

তেওঁ লগতে কয় যে কোনে টকা দিয়া অভিযুক্ত যুৱকজনক চিটাগং হৈ কক্সবজাৰলৈ পলাই যাবলৈ প্ৰেৰণ কৰিছিল সকলো বোৰ ওলাই আহিব। চৰকাৰে এই সন্দৰ্ভত ১০২ টা গোচৰ ৰুজু কৰিছে। এতিয়ালৈকে ৭০০ জন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰা হৈছে।

নোৱাখালি জিলাৰ চৌমুহানীত সাম্প্ৰদায়িক হিংসাত উচতনি দিয়াৰ অভিযোগত অভিযুক্ত বি এন পিৰ শাখা সংগঠন জিলা স্বেচ্ছাসেৱক গোটৰ যুটীয়া আহ্বায়ক ফৈজল ইমাম ওৰফে কামাল (৩৯)য়ে স্বীকাৰোক্তি প্ৰদান কৰে।

আৰক্ষী অধীক্ষক মো. শ্বাহিদুল ইছলামে কৈছিল যে ফৈজল ইনাম ওৰফে কামালে সাম্প্ৰদায়িক আক্ৰমণৰ উচতনি দিয়াৰ ক্ষেত্ৰত বি এন পিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ উপ-সভাপতি বৰকত উল্লাহ বুলু আৰু নোৱাখালি-৩ সমষ্টিৰ প্ৰাক্তন সাংসদকে ধৰি ১৫ জন বি এন পি-জামাত নেতাৰ জড়িত থকাৰ বিষয়ে অৱগত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd