• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱশেষত নতুন ৰাজনৈতিক দল গঠনৰ আনুষ্ঠানিক ঘোষণা অমৰিন্দৰ সিঙৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 27, 2021 4:56 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২২ চনৰ পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনত আৰু এটা নতুন ৰাজনৈতিক দলে প্ৰতিদ্বন্দ্বিতিা আগবঢ়াব।

সেই নতুন ৰাজনৈতিক দলটো হৈছে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কংগ্ৰেছী নেতা অমৰিন্দৰ সিঙৰ দল।

আজি অমৰিন্দৰ সিঙে নতুন ৰাজনৈতিক দল খোলাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰে।

সংবাদমাধ্যমৰ আগত সিঙে কয় যে কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ সৈতে আলোচনা কৰাৰ পিছতে তেওঁৰ নতুন ৰাজনৈতিক দলটোৰ নাম ঘোষণা কৰা হ’ব।

নতুন ৰাজনৈতিক দলটোৱে বিজেপিৰ সৈতে মিত্ৰতা কৰিব বুলি অমৰিন্দৰ সিঙে মন্তব্য কৰে। তেওঁ লগতে কয় যে নৱজ্যোৎ সিং সিদ্ধুৰ বিৰুদ্ধে তেওঁৰ নতুন দলটোৰ পৰা প্ৰাৰ্থী দিয়া হ’ব।

Apply Now

কংগ্ৰেছে মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰিত কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে শীঘ্ৰে নিজাকৈ এটা নতুন ৰাজনৈতিক দল খুলিব বুলি কৰা ঘোষণাই পঞ্জাৱৰ ৰাজনীতিত নতুন মোৰ লোৱাৰ ইংগিত দিছে।

অমৰিন্দৰ সিঙৰ ৰাজনৈতিক দলটোৱে চৰ্ত সাপেক্ষে বিজেপিৰ সৈতে মিত্ৰতাও কৰিব।

অমৰিন্দৰ সিঙৰ মিডিয়া উপদেষ্টা ৰণবীৰ থুকৰালে কিছুদিন পূৰ্বে তেওঁৰ টুইটাৰত এইবুলি প্ৰকাশ কৰিছিল যে পঞ্জাৱ আৰু ইয়াৰ জনতাৰ স্বাৰ্থ আগত ৰাখিয়েই অমৰিন্দৰ সিঙে নতুন ৰাজনৈতিক দলটো খুলিব।

২০২২ চনত পঞ্জাৱত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত অমৰিন্দৰ সিঙৰ দলটোৱে বিজেপিৰ সৈতে মিত্ৰতা কৰিব। অৱশ্যে মিত্ৰতাৰ বাবে বিজেপিয়ে কৃষকৰ সমস্যা সমাধান কৰিব বুলি কথা দিব লাগিব।

উল্লেখ্য পঞ্জাৱ কংগ্ৰেছৰ প্ৰবীণ নেতা তথা ৰাজ্য খনৰ সদ্য অপসাৰিত মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং অৱশেষত ক্ষোভত ফাটি পৰিছিল।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা নিশাটোৰ ভিতৰত অপসাৰিত কৰা কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে সেয়ে মুকলি বিদ্ৰোহ ঘোষণা কৰিছিল অমৰিন্দৰ সিঙে।

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ পিছতে সাংবাদিকৰ আগত অমৰিন্দৰ সিঙে ক্ষোভেৰে কৈছিল—’ বাৰে বাৰে অপমানিত হৈছো, আৰু নহয়, কংগ্ৰেছ এৰিম’।

মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰিত হোৱাৰ পিছতে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে সাক্ষাৎ কৰিছিল অমিত শ্বাহক।
অমিত শ্বাহক সাক্ষাৎ কৰাৰ পিছতে সিঙে সাক্ষাৎ কৰিছিল ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালক।

অমিত শ্বাহক সাক্ষাৎ কৰাৰ পিছতে অমৰিন্দৰ সিঙে কংগ্ৰেছে তেওঁক বিশ্বাসত নোলোৱা বুলি কোৱাৰ লগতে তেওঁক দলটোৱে বাৰে বাৰে অপমান কৰি থকা বুলিও মন্তব্য কৰিছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

June 29, 2026 9:16 am
কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

June 29, 2026 8:21 am
বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

June 29, 2026 7:37 am
ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

June 29, 2026 9:16 am
কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

June 29, 2026 8:21 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd