• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২ নৱেম্বৰত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় আয়ুৰ্ৱেদ দিৱস উদযাপনৰ প্ৰস্তুতি

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 31, 2021 7:51 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২ নৱেম্বৰত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় আয়ুৰ্ৱেদ দিৱস উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে।

প্রত্যেক বছৰৰ কাতি মাহৰ কৃষ্ণ ত্ৰয়োদশী তিথিত ধন্বন্তৰি জয়ন্তী পালন কৰা হয়৷ এই পবিত্ৰ তিথিতে ভগৱান ধন্বন্তৰি অমৃত কলহৰ সৈতে আবিৰ্ভাৱ হৈছিল বুলি বিশ্বাস কৰা হয়।

Apply Now

সুস্বাস্থ্য, সুখ আৰু সম্প্ৰীতিৰ বাৰ্তা লৈ জনমংগলৰ অৰ্থে ভগৱান ধন্বন্তৰিৰ আবিৰ্ভাৱ হৈছিল বুলি জনবিশ্বাস আছে। আয়ুৰ্ৱেদ চিকিৎসাক জনসাধাৰণৰ মাজত লৈ যোৱা আৰু এঁতিহ্যপূৰ্ণ এই চিকিৎসা পদ্ধতিৰ বিষয়ে সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে, ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত ২০১৬ চনৰ পৰা প্ৰতিবছৰে ধন্বন্তৰি জয়ন্তীৰ দিনা ৰাষ্ট্ৰীয় আয়ুৰ্ৱেদ দিৱস উদযাপন কৰা হৈ আহিছে৷

সেই উপলক্ষ্যে চৰকাৰী আয়ুৰ্ৱেদিক মহাবিদ্যালয়ত এক বৃহৎ কাৰ্যসূচীৰে নবেম্বৰ মাহৰ ২ তাৰিখে এই দিৱস উদযাপন কৰাৰ প্ৰস্তুতি চলোৱা হৈছে।

অসমৰ একমাত্র আয়ুৰ্বেদিক প্ৰতিষ্ঠান চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ক ইতিমধ্যে উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাবে গঢ়াৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে৷

আয়ুস মন্ত্ৰালয় ভাৰত চৰকাৰৰ অৰ্থ সাহায্যৰে ইতিমধ্যে সুকীয়া পঞ্চকৰ্ম চিকিৎসালয় নিৰ্মাণ আৰু ৰাজ্যিক ওষধ প্ৰস্তুতকৰণ কাৰখানাৰ উন্নীতকৰণৰ পদক্ষেপ লোৱা হৈছে৷ ইয়াৰ জৰিয়তে জনগণে পঞ্চকৰ্ম চিকিৎসাৰ সকলো অত্যাধুনিক সুবিধা লাভ কৰাৰ লগতে সকলোধৰণৰ আয়ুৰ্ৱেদিক ঔষধ সুলভ মূল্যত / বিনামূলীয়াকৈ লাভ কৰিব।

ইতিমধ্যে দুধনৈত অসমৰ দ্বিতীয়খন আয়ুৰ্বেদিক মহাবিদ্যালয় স্থাপন কৰা হৈছে আৰু অচিৰেই ইয়াৰ চিকিৎসালয়খন ৰাইজৰ বাবে মুকলি কৰা হব।

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ক ইতিমধ্যে উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাবে গঢ়ি তোলাৰ বাবে সিদ্ধান্ত লোৱা হৈছে আৰু প্রয়োজনীয় ধন মোকলাই দিয়া হৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am
কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am
আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

June 21, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd