• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গোপনীয় তথ্য ফাদিলৰ অভিযোগত ছয় নৌ সেনা বিষয়াৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল CBIৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 2, 2021 6:01 pm
CBI charged 6 navy commander
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চেন্ট্ৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যন চমুকৈ CBI এ ভাৰতৰ ‘কিল’ ক্লাছ’ চাবমেৰিনৰ বিষয়ে গোপনীয় তথ্য কৰ্তৃত্বহীন ব্যক্তিলৈ প্ৰেৰণ কৰাৰ অভিযোগত দুজন কৰ্মৰত কমাণ্ডাৰ আৰু দুজন অৱসৰপ্ৰাপ্ত ভাৰতীয় নৌসেনা বিষয়াসহ ছয়জন লোকৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰিছে।

সূত্ৰ অনুসৰি এই ছয়জন লোকক দুৰ্নীতি প্ৰতিৰোধ আইন আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনত অভিযুক্ত কৰা হৈছে।

অভিযুক্তকেইজনে ভাৰতৰ ‘কিল’ ক্লাছ’ চাবমেৰিনৰ ‘মিডিয়াম ৰিফিট লাইফ চাৰ্টিফিকেচন’(MRLC) কাৰ্যসূচীৰ গোপনীয় বাণিজ্যিক তথ্য অবৈধভাৱে অকৰ্তৃত্বশীল ব্যক্তিলৈ প্ৰেৰণ কৰি আহিছিল বুলি CBI এ কয়।

চিবিআইয়ে ৩ ছেপ্টেম্বৰত নৌসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰণদীপ সিং আৰু এছ জে সিঙক গ্ৰেপ্তাৰ কৰাৰ পিছত গোচৰটো পোহৰলৈ আহে।

পৰৱৰ্তী সময়ত অৱসৰপ্ৰাপ্ত কমাণ্ডাৰ ৰণদীপ সিঙৰ সম্পত্তি তালাচী চলাই প্ৰায় ২ কোটি টকা নগদ ধন উদ্ধাৰ কৰে।

Apply Now

তদন্তৰ ভিত্তিত চিবিআইয়ে পশ্চিম নৌ সেনা কমাণ্ডৰ মুখ্য কাৰ্যালয়ত নিযুক্ত কমাণ্ডাৰ অজিত কুমাৰ পাণ্ডেক গ্ৰেপ্তাৰ কৰে। কমাণ্ডাৰ পাণ্ডেৰ অধীনত কাম কৰি থকা আৰু একেটা মুখ্য কাৰ্যালয়ত নিযুক্তি দিয়া আন এজন কমাণ্ডাৰকো গ্ৰেপ্তাৰ কৰা হৈছিল।

চিবিআইৰ সূত্ৰ অনুসৰি, এই দুয়োজন কমাণ্ডাৰে বিদেশী কোম্পানীৰ বাবে কাম কৰি থকা অৱসৰপ্ৰাপ্ত নৌসেনা বিষয়াসকলক কিল’ ক্লাছ চাবমেৰিন পুনৰ মেৰামতি কৰাৰ বিষয়ে গোপনীয় বাণিজ্যিক তথ্য প্ৰদান কৰি আহিছিল।

এই বছৰৰ আৰম্ভণিতে অৱসৰ গ্ৰহণ কৰা কমাণ্ডাৰ এছ জে সিঙে ভাৰতীয় নৌসেনাৰ প্ৰকল্পত আগ্ৰহ থকা এটা কোৰিয়ান কোম্পানীৰ বাবে কাম কৰি আছে বুলি সূত্ৰত প্ৰকাশ । গোচৰটোত এজন ৰিয়াৰ এডমিৰেলকে ধৰি কমেও বাৰ লোকক সোধা-পোছা কৰা হৈছে।

চিবিআইয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তসকলক জামিন পোৱাত বাধা দিবলৈ আজি অভিযোগপত্ৰ দাখিল কৰাৰ সিদ্ধান্ত লৈছিল। চিবিআইৰ এটা সূত্ৰই সংবাদ মাধ্যমৰ আগত এই বিষয়ত অধিক তদন্ত চলি আছে বুলি জানিবলৈ দিয়ে।

বিষয়টো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে সম্পৰ্কিত বাবে চিবিআইয়ে বৰ্তমানলৈকে ২ ছেপ্টেম্বৰত দাখিল কৰা প্ৰথম তথ্য প্ৰতিবেদন বা এজাহাৰও ৰাজহুৱা কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

June 29, 2026 3:00 pm
ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

June 29, 2026 2:38 pm
অৰুণাচল প্ৰদেশত পুনৰ ডাৱৰ বিস্ফোৰণ; উদ্ধাৰকাৰী নাও ডুবি সন্ধানহীন ৯ জন, ৩ জনৰ মৃত্যু

অৰুণাচল প্ৰদেশত পুনৰ ডাৱৰ বিস্ফোৰণ; উদ্ধাৰকাৰী নাও ডুবি সন্ধানহীন ৯ জন, ৩ জনৰ মৃত্যু

June 29, 2026 2:32 pm
ভাৰতৰ ভৱিষ্যতক লৈ পি চিদাম্বৰমৰ ডাঙৰ সকীয়নি, পাঁচটা উদ্বেগজনক দিশৰ কথা উল্লেখ

ভাৰতৰ ভৱিষ্যতক লৈ পি চিদাম্বৰমৰ ডাঙৰ সকীয়নি, পাঁচটা উদ্বেগজনক দিশৰ কথা উল্লেখ

June 29, 2026 2:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

June 29, 2026 3:00 pm
ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

June 29, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd