• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আত্মপ্ৰচাৰৰ দৌৰ! মুকলি হোৱা উৰণীয়া সেঁতুৰ প্ৰত্যেক খুঁটাত মুখ্যমন্ত্ৰীৰ ফটো কিয়?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
November 4, 2021 8:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৩ মাহৰ ভিতৰত গুৱাহাটীৰ ৰাইজে নতুন এখন উৰণীয়া সেঁতু পালে।

যাতায়তৰ ক্ষেত্ৰত যান-জটৰ সমস্যা হ্ৰাস হ’ব বুলি আশা প্ৰকাশ কৰিছে জনসাধাৰণে।

গোটেই উৰণীয়া সেঁতুৰ প্ৰত্যেকটো খুটাত এখন জনজাতীয় গামোছাৰ প্ৰতীকৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ফটো। দেশৰ ভিতৰতে ইমান এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী হৈয়ো ‘ইমান আত্ম প্ৰচাৰৰ পাছত দৌৰিছে কিয় ড০ হিমন্ত বিশ্ব শৰ্মা’?

বিজেপি চৰকাৰৰ দিনত নেতাৰ আত্মপ্ৰচাৰৰ প্ৰবণতা বৃদ্ধি পাইছে।

স্মৰ্তব্য যে, জনতাৰ ধনেৰে বা কৰ কাটলৰে কৰা হয় উন্নয়নমূলক কাম-কাজ। জনতাৰ বাবে উসৰ্গিত হ’ব লাগে সকলো কাম-কাজ। কিন্তু তাৰ নামত ‘আত্মপ্ৰচাৰ কৰিবলৈ যোৱাটো দৃষ্টিকটু হৈ নপৰে নে?’

ফ্লাই অভাৰ মুকলি কৰাৰ সময়তে এই কথা দেখিবলৈ পোৱা গ’ল। ৰাস্তাৰ কাষে কাষে বিভিন্ন নেতা-মন্ত্ৰীয়ে নিজক জহাবলৈ হৰ্ডিংত নিজৰ ফটোৰে উৰণীয়া সেঁতু মুকলি অনুষ্ঠানৰ বিষয়ে লিখিছে সেইটো মানি ল’ব পাৰি। কিন্তু ইমান বেছিকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ফটো লগোৱাটো কেতিয়াও দৃষ্টিকটু নোহোৱাকৈ নাথাকে।

Apply Now

ৰাজ্যৰ কেইগৰাকীমান উদীয়মান চিত্ৰশিল্পীয়ে অসম তথা উত্তৰ পূৱৰ কৃষ্টি সংস্কৃতি অংকন কৰিছে সেয়া নিশ্চয়কৈ চকুত লগা হৈছে।

এখন দলং নিৰ্মাণতে ইমান আত্ম সন্তুষ্টি লাভ কৰাৰ প্ৰয়োজন আছে নে? যিসময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভঙা দলঙেৰে ৰাইজ পাৰ হ’বলগীয়া হৈছে, জকাইচুকীয়া গাঁৱত এতিয়াও বাঁহৰ সেঁতুহে দেখিবলৈ পোৱা যায়।

মুখ্যমন্ত্ৰীৰ সৈতে থকা ধেমাধৰা বহু মন্ত্ৰী বিধায়কৰ সমষ্টিতে নাই পকী দলং বা যাতায়তৰ বাবে সু-ব্যৱস্থা।

অন্য এক প্ৰসংগ। লোক নিৰ্মাণ বিভাগৰ যিসকল শ্ৰমিকৰ হাডভঙা কষ্ট তথা পৰিশ্ৰমৰ ফলত এই উৰণীয়া সেঁতুৱে প্ৰাণ পাই উঠিল। সেই শ্ৰমিকসকলক এবাৰলৈয়ো ধন্যবাদসূচক মন্তব্য নাৰাখিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। পুনৰ এবাৰ যেন হেয় দৃষ্টিৰে চোৱা হ’ল এইসকল শ্ৰমিককক। তাৰ বিপৰীতে কেৱল চিত্ৰশিল্পীসকলক প্ৰশংসাৰে উপচাই পিক নেপেলাবলৈ জনতাক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।

ইপিনে, থানাৰ বাহিৰত এজাহাৰ লেখা-মেলা প্ৰত্যেকজন লোককে গ্ৰেপ্তাৰ কৰিবলৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সকলক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। অন্যথা মুখ্যমন্ত্ৰীয়ে নিজে গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

আনহাতে, উক্ত উৰণীয়া সেঁতুখন উন্মোচন কৰি সেঁতুৰে খোজ কাঢ়ি যোৱাৰ সময়ত জয় শ্ৰীৰাম আৰু ভাৰত মাতা কি জয় আৰু হৰ হৰ মোদী ধ্বনি দিয়া দেখিবলৈ পোৱা গ’ল।

ইপিনে, গুৱাহাটী- উত্তৰ গুৱাহাটী সংযোগী দলঙৰ ক্ষিপ্ৰগতিত আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰাৰ লগতে মালিগাঁও আৰু ছেৰাপভাটিত দুখন বিশাল উৰণীয়া সেঁতু নিৰ্মাণৰ কাম চলি থকা বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। ২০২৩ চনৰ ডিচেম্বৰ মাহযত মুকলি হ’ব এইকেইখন সেঁতু।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd