• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Malnutrition in Indiaপুষ্টিহীনতাত ভূগিছে দেশৰ ৩৩লাখতকৈয়ো অধিক শিশু; কেন্দ্ৰৰ তথ্যত চাঞ্চল্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 8, 2021 8:46 am
Malnutritition in India
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Malnutrition in India দেশৰ ৩৩লাখতকৈয়ো অধিক শিশু পুষ্টিহীনতাত ভূগিছে। কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰ্যালয়ে তথ্য জনাৰ অধিকাৰ আইনৰ আবেদনৰ উত্তৰত দিছে এনে তথ্য। ইয়াৰ ভিতৰত আধাতকৈয়ো  অধিক সংখ্যক চৰম পুষ্টিহীনতাৰ শ্ৰেণীত পৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ তথ্য মতে এই তালিকাৰ শীৰ্ষত আছে  মহাৰাষ্ট্ৰ, বিহাৰ আৰু গুজৰাট।

বিগত প্ৰায় ডেৰ বছৰ ধৰি চলি থকা কৰ’না পৰিস্থিতিয়ে উদ্বেগজনক ছবি দাঙি ধৰিছে। মন্ত্ৰ্যালয়ৰ ফালৰ পৰাও আশংকা প্ৰকাশ কৰা হৈছে যে অতিমাৰীত দৰিদ্ৰ শ্ৰেণীৰ মাজত স্বাস্থ্য তথা পুষ্টিৰ অভাৱ আৰু বৃদ্ধি পাব পাৰে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ১৪ অক্টোবৰলৈকে চৰম পুষ্টিহীনতাৰ বলি হৈছে প্ৰায় ১৭লাখ ৭৬হাজাৰ ৯০২ টি শিশু। সেইদৰে মধ্যমীয়া তীব্ৰ পুষ্টিহীনতাত ভূগিছে প্ৰায় ১৫লাখ ৪৬হাজাৰ ৪২০টি শিশু।

কেন্দ্ৰৰ তথ্য মতে সকলো মিলি ৩৪ খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলত এই সংখ্যা হৈছে ৩৩লাখ ২৩ হাজাৰ ৩২২টি শিশু।

Also Read: Team India কোহলিৰ বিৰাট ব্যৰ্থতা! ৯ বছৰত প্ৰথমবাৰ ICC ৰ কোনো টুৰ্ণামেন্টৰ ছেমিত প্ৰৱেশত ব্যৰ্থ টীম ইণ্ডিয়া

স্বাভাৱিকতে এই তথ্যই দেশৰ এক ভয়ংকৰ ছবি দাঙি ধৰিছে। যোৱা নৱেম্বৰৰ তুলনাত চৰম পুষ্টিহীনতাত ভোগাৰ সংখ্যা প্ৰায় ৯১শতাংশ বৃদ্ধি পাইছে।

যোৱা বছৰৰ ৯লাখ ২৭হাজাৰ ৬০৬জনৰ বিপৰীতে এই বছৰ সেয়া ১৭লাখ অতিক্ৰম কৰিছে।

আনহাতে, ভাৰতে ইয়াৰ ২০২০ত বিশ্ব ক্ষুধা সূচক (Global Hunger Index) তালিকাত ১১৬খন দেশৰ ভিতৰত থকা ৯৪সংখ্যক স্থানৰ পৰা ২০২১ত ১০১ সংখ্যক স্থানলৈ অৱনমিত হৈছে। এইক্ষেত্ৰত ভাৰতৰ স্থান চুবুৰীয়া পাকিস্তান, বাংলাদেশ আৰু নেপালৰ তলতে।

চাইল্ড ৰাইটছ এণ্ড ইউ নামৰ সংস্থাটোৰ মুখ্য কাৰ্যবাহী পূজা মাৰৱাহাই সংবাদমাধ্যমক জানিবলৈ দিয়ে যে অতিমাৰীৰ ফলত আৰ্থ-সামাজিক দিশত ইমান তীব্ৰ প্ৰভাৱ পৰিছে যে পৰিস্থিতি আৰু অধিক অৱনতি ঘটিছে।

তেওঁ কয় যে স্কুল বন্ধ হৈ থকাৰ বাবে দৰিদ্ৰ শিশুসকলে মিড ডে মিল নোপোৱাৰ ফলত তেওঁলোকৰ খাদ্য সংকট আৰু বৃদ্ধি পাইছে।

Also Read: Covid Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত, মৃত্যু কিমানৰ?

ইপিনে, পুষ্টিহীনতাত ভোগা শিশুসকলৰ কৰ’নাত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি পোৱাৰ কথা ব্যক্ত কৰিছে বিশেষজ্ঞ চিকিৎসকে। কিয়নো পুষ্টিহীনতাত ভোগা শিশুসকলৰ শাৰীৰিক ক্ষমতা কম থকাৰ বাবে তেওঁলোকৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক থাকে।

বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহে কিয় দৰিদ্ৰ শিশুসকলৰ স্বাস্থ্যৰ দিশটো সামৰি ল’ব পৰা নাই তাক লৈও সচেতন মহলত প্ৰশ্নৰ অৱতাৰণা হৈছে।          

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

September 17, 2025 1:43 pm
অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd