• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিন্দী নুবুজাৰ অজুহাতত মুখ্য সচিবক সলনিৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2021 6:49 pm
Mizoram CM to Amit Shah
697
VIEWS
Share on FacebookShare on Twitter

“মোৰ মন্ত্ৰীসভাৰ সদস্যসকলে হিন্দী বুজি নাপায়। আনকি তেওঁলোকে ইংৰাজী ভাষাতো সমস্যাৰ সন্মুখীন হয়।’’— গৃহমন্ত্ৰী অমিত শ্বাহলৈ এইদৰে পত্ৰ প্ৰেৰণ কৰিছে এগৰাকী মুখ্যমন্ত্ৰীয়ে। তেওঁ হৈছে মিজোৰামৰ মুখ্যমন্ত্ৰী পু জোৰামথাংগা।

ভাৰতৰ চৰকাৰী ভাষা হিন্দী আৰু ইংৰাজী সন্দৰ্ভত প্ৰেৰণ কৰা পত্ৰখনে ব্যাপক চৰ্চা লাভ কৰিছে। কিন্তু কিয় মুখ্যমন্ত্ৰীগৰাকীয় এইদৰে পত্ৰ প্ৰেৰণ কৰিছে?

ইয়াৰ কাৰণ হৈছে মিজোৰামৰ মুখ্য সচিব লালুনমাৱিয়া চুৱাগই কিছুদিন পূৰ্বে অৱসৰ গ্ৰহণ কৰে। তাৰ পাছতে তেওঁৰ স্থানত যোৱা ২৮ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে ৰেনু শৰ্মা নামৰ এজন জ্যেষ্ঠ আইএএছ বিষয়াক নিযুক্তি দিছে। ইয়াৰ পূৰ্বে শৰ্মাই দিল্লীত যাতায়ত বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে কৰ্মৰত আছিল। ৰেনু শৰ্মাৰ মিজো ভাষাৰ ওপৰত কোনো জ্ঞান নাই।

ৰেনু শৰ্মাক নিযুক্তি দিয়াৰ প্ৰতিবাদত জোৰাংথাংগাই ২৯ অক্টোবৰত গৃহ মন্ত্ৰালয়লৈ এখনি পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনিত তেওঁ লিখে যে মিজোৰাম ৰাজ্য গঠন কৰাৰ পাছৰ পৰা ভাৰত চৰকাৰে আজিলৈকে এনেধৰণে মিজো ভাষাৰ ওপৰত কোনো জ্ঞান নথকা বিষয়াক মুখ্য সচিব হিচাপে নিযুক্তি দিয়া নাই।

তেনে পৰিস্থিতিত, ৰেনু শৰ্মাই ৰাজ্যখনৰ মুখ্য সচিবৰ দায়িত্ব ল’বলৈ যোগ্য আৰু কাৰ্যকৰী নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে পত্ৰখনিত লিখে।

আমোদজনকভাৱে, মিজোৰাম চৰকাৰেও উক্তদিনাই আন এজন বিষয়াক মুখ্য সচিব হিচাপে দায়িত্ব ল’বলৈ নিৰ্দেশ দিয়ে। জে চি ৰামথাংগা নামৰ উক্ত বিষয়াজনে ৰাজ্যখনৰ অতিৰিক্ত মুখ্য সচিব হিচাপে কৰ্মৰত আছিল।

যোৱা ১ নৱেম্বৰৰ পৰা দুয়োজন বিষয়াই দায়িত্ব গ্ৰহণ কৰিছে। ফলস্বৰূপে বৰ্তমান ৰাজ্যখনত দুজনকৈ মুখ্য সচিবই দায়িত্বগ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে জোৰামথাংগাৰ দল মিজো নেচনেল ফ্ৰণ্ট বৰ্তমান বিজেপিৰ নেতৃত্বত এনডিএৰ অংশীদাৰ হৈ আছে। পত্ৰখনিত জোৰামথাংগাই এই বিষয়েও উনুকিয়ায়।

তেওঁ কয় যে যিহেতু তেওঁ এনডিএৰ অংশীদাৰ, তেনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ ফলত ৰাজ্যখনৰ বিৰোধী দল কংগ্ৰেছে তেওঁক হাঁহিয়াতৰ পাত্ৰ কৰিব তুলিব।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd