• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেৰালাত এইবাৰ ন’ৰ’ভাইৰাছৰ আতংক, মানুহৰ কোন অংগত আক্ৰমণ কৰে ন’ৰ’ ভাইৰাছে?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 14, 2021 5:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’নাৰ তৃতীয় ঢৌৰ আশংকা চলি থকাৰ মাজতে কেৰেলাত এইবাৰ নতুন আতংকৰ ৰূপত আৱিৰ্ভাৱ হৈছে ন’ৰ’ ভাইৰাছ।

ৰাজ্যখনত এতিয়ালৈকে ১৩ জন লোক এই ভাইৰাছত হোৱাৰ কথা নিশ্চিত কৰা হৈছে।

Apply Now

প্ৰথমে পুকড়ে পশু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ এগৰাকী ছাত্ৰৰ দেহত ন’ৰ’ ভাইৰাছ ধৰা পৰাৰ পিছতে সষ্টম হৈ পৰিছিল কেৰালাৰ স্বাস্থ্য বিভাগ। কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে ভাইৰাছ বিধৰ সংক্ৰমণ সন্দৰ্ভত উচ্চস্তৰীয় বৈঠকত মিলিত হৈছে।

মন্ত্ৰী গৰাকীয়ে ৰাজ্য খনৰ খোৱাপানীৰ উৎস সমূহত যাতে ভাইৰাছ বিধ মিহলি হ’ব নোৱাৰে তাৰ বাবে সতৰ্ক হ’বলৈ সংশ্লিষ্ট সকলো পক্ষকে নিৰ্দেশ দিছে।কিন্তু কি এই ন’ৰ’ ভাইৰাছ?

ন’ৰ’ ভাইৰাছ হৈছে মানুহৰ পাচনতন্ত্ৰত আক্ৰমণ কৰা এক প্ৰকাৰৰ ভাইৰাছ। এই ভাইৰাছে আক্ৰমণ কৰাৰ পিছতে মানুহ এজনৰ বমি আৰু ডায়েৰিয়া হ’বলৈ ধৰে।

খাদ্য আৰু পানীৰ জৰিয়তেও এই ভাইৰাছ বিয়পি পৰিব পাৰে। তদুপৰি ৰোগীৰ বমি, শৌচ আদিৰ দ্বাৰাও এই ভাইৰাছ বিয়পি পৰে।

ইপিনে চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহতো কেৰালাত এটা সময়ত সংহাৰৰ সৃষ্টি কৰা নিপা ভাইৰাছৰ পুনৰ আগমন ঘটিছে। নিপা ভাইৰাছত আক্ৰান্ত হৈয়ো এজন কিশোৰৰ মৃত্যু ঘটিছে।

যোৱা ৩ ছেপ্টেম্বৰৰ পৰা কোঝিকোডৰ বাসিন্দা কিশোৰজনৰ দেহত বিভিন্ন উপসৰ্গ দেখা দিবলৈ আৰম্ভ কৰিছিল।

চিকিৎসকৰ পৰামৰ্শ মতে পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছক তেওঁৰ নমুনা সংগ্ৰহ কৰি পুনেৰ লেবৰটৰীলৈ প্ৰেৰণ কৰা হৈছিল। তাত এই কিশোৰ নিপা ভাইৰাছত আক্ৰান্ত হোৱা বুলি জনোৱা হৈছিল।

কিশোৰজনক প্ৰথমতে এখন বেচৰকাৰী হাস্পাতালত ভৰ্তি কৰাৰ পাছত এখন মেডিকেল কলেজলৈ স্থানান্তৰিত কৰা হয়। তাতো স্বাস্থ্য উন্নতি নোহোৱাত আন এখন বেচৰকাৰী হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও তাতো কোনো আৰোগ্য লাভ নহ’ল আৰু কিশোৰজনৰ মৃত্যু হয়।

কেৰেলাত বৰ্তমান কৰ’না পৰিস্থিতি অত্যন্ত উদ্বেগজনক হৈ দেখা দিছে। তাৰ মাজতে ন’ৰ’ তথা নিপা ভাইৰাছৰ আৱিৰ্ভাৱে অধিক আতংকৰ সৃষ্টি কৰিছে।

ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ইতিমধ্যে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।

বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে বাদুলীৰ জৰিয়তে নিপা ভাইৰাছৰ সংক্ৰমণ ঘটে। ইয়াৰ লক্ষণসমূহো জ্বৰ কাহ, মূৰৰ বিষ, ডিঙিৰ বিষ, বমি, উশাহ লোৱৰ সমস্যা আদি। সঠিক সময়ত ৰোগ ধৰা নপৰিলে বা চিকিৎসা নাপালে ৰোগীৰ মৃত্যুৰ আশংকা থাকি যায়।

উল্লেখ্য যে ২০১৮ত প্ৰথম কেৰেলাৰ কোঝিকোডত নিপা ভাইৰাছৰ আক্ৰান্তৰ খৱৰ পোৱা গৈছিল। সেই বৰ্ষত ১৭জন লোকৰ মৃত্যু ঘটিছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd