• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজিৰে পৰা GMCHত Double shift আৰম্ভ, কি কি সুবিধা পাব ৰোগীয়ে?

অস্ত্ৰোপচাৰৰ বাবেও আৰু অপেক্ষা কৰিব নালাগিব এমাহলৈ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
November 22, 2021 4:49 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে GMCH ৰ কনফাৰেন্স হ’লত অনুষ্ঠিত কৰা এক সংবাদমেলত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত Double shift আৰম্ভ হোৱাৰ কথা উল্লেখ কৰে।

তেখেতে কয় —’বিয়লি ৪ বজাৰ পৰা নিশা ১০ বজালৈ কাম কৰিব ২nd shift-এ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ কিছু কামৰ সংস্কাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰিছিল ।মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ কাম- কাজ সমূহ পূৰ্বতকৈ খৰতকীয়া কৰাৰ উদ্দেশ্যে কিছু নতুনত্ব অনা হৈছে।কাম- কাজ সমূহ খৰতকীয়া কৰাৰ উদ্দেশ্যে ২ টাকৈ shift ৰ ব্যৱস্থা কৰা হৈছে’।

Apply Now

তদুপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত আল্ট্ৰা ছন’গ্ৰাফীৰ বাবে ৫ টা মেচিন আছে ।
পূৰ্বতে দৈনিক ১৫০ জন ৰোগীৰ আল্ট্ৰা ছন’গ্ৰাফী কৰা হৈছিল, কিন্তু আজিৰে পৰা ৩০০ জন ৰোগীৰ কৰা হ’ব।

আনহাতে MRI ,CT scan আদিও পূৰ্বতকৈ বেছি ৰোগীৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি সংবাদমেলত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়।

OT ত সাধাৰণ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত ৰোগীয়ে পূৰ্বতে এমাহ পর্যন্ত অপেক্ষা কৰিবলগীয়া হৈছিল। কিন্তু এতিয়াৰে পৰা ৫-১০ দিনৰ ভিতৰতে অস্ত্ৰোপচাৰ কৰাৰ তাৰিখ পাব ৰোগীয়ে ।

তদুপৰি শীঘ্ৰেই অনলাইন নাম পঞ্জীয়নৰ ব্যৱস্থা কৰা হব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত । ইয়াৰ ফলত নাম পঞ্জীয়নৰ বাবে ৰোগী অথবা ৰোগীৰ অভিভাৱকে দীঘলীয়া শাৰী নাপাতিলেও হ’ব বুলি তেওঁ কয়।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ ১০ টা বিভাগ নতুন কৈ নিৰ্মিত Superspecialty hospital লৈ স্থানান্তৰ কৰা হব।
লগতে আৰু এখন নতুন Superspecialty hospital স্থাপন কৰা হ’ব বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে ফেব্ৰুৱাৰী মাহৰ পৰাই সেই চিকিৎসালয়ৰ কাম আৰম্ভ কৰা হ’ব।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত কৰ্তৃপক্ষই ঠিকা ভিত্তিক কৰ্মচাৰীক নিযুক্তি দিব পাৰিব আৰু ঠিকা ভিত্তিক কৰ্মচাৰীসকলেও স্থায়ী কৰ্মচাৰীৰ সমানেই দৰমহা লাভ কৰিব বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd