DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজিৰে পৰা GMCHত Double shift আৰম্ভ, কি কি সুবিধা পাব ৰোগীয়ে?

অস্ত্ৰোপচাৰৰ বাবেও আৰু অপেক্ষা কৰিব নালাগিব এমাহলৈ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
November 22, 2021 4:49 pm
271
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে GMCH ৰ কনফাৰেন্স হ’লত অনুষ্ঠিত কৰা এক সংবাদমেলত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত Double shift আৰম্ভ হোৱাৰ কথা উল্লেখ কৰে।

তেখেতে কয় —’বিয়লি ৪ বজাৰ পৰা নিশা ১০ বজালৈ কাম কৰিব ২nd shift-এ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ কিছু কামৰ সংস্কাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰিছিল ।মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ কাম- কাজ সমূহ পূৰ্বতকৈ খৰতকীয়া কৰাৰ উদ্দেশ্যে কিছু নতুনত্ব অনা হৈছে।কাম- কাজ সমূহ খৰতকীয়া কৰাৰ উদ্দেশ্যে ২ টাকৈ shift ৰ ব্যৱস্থা কৰা হৈছে’।

তদুপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত আল্ট্ৰা ছন’গ্ৰাফীৰ বাবে ৫ টা মেচিন আছে ।
পূৰ্বতে দৈনিক ১৫০ জন ৰোগীৰ আল্ট্ৰা ছন’গ্ৰাফী কৰা হৈছিল, কিন্তু আজিৰে পৰা ৩০০ জন ৰোগীৰ কৰা হ’ব।

আনহাতে MRI ,CT scan আদিও পূৰ্বতকৈ বেছি ৰোগীৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি সংবাদমেলত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়।

OT ত সাধাৰণ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত ৰোগীয়ে পূৰ্বতে এমাহ পর্যন্ত অপেক্ষা কৰিবলগীয়া হৈছিল। কিন্তু এতিয়াৰে পৰা ৫-১০ দিনৰ ভিতৰতে অস্ত্ৰোপচাৰ কৰাৰ তাৰিখ পাব ৰোগীয়ে ।

তদুপৰি শীঘ্ৰেই অনলাইন নাম পঞ্জীয়নৰ ব্যৱস্থা কৰা হব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত । ইয়াৰ ফলত নাম পঞ্জীয়নৰ বাবে ৰোগী অথবা ৰোগীৰ অভিভাৱকে দীঘলীয়া শাৰী নাপাতিলেও হ’ব বুলি তেওঁ কয়।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ ১০ টা বিভাগ নতুন কৈ নিৰ্মিত Superspecialty hospital লৈ স্থানান্তৰ কৰা হব।
লগতে আৰু এখন নতুন Superspecialty hospital স্থাপন কৰা হ’ব বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে ফেব্ৰুৱাৰী মাহৰ পৰাই সেই চিকিৎসালয়ৰ কাম আৰম্ভ কৰা হ’ব।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত কৰ্তৃপক্ষই ঠিকা ভিত্তিক কৰ্মচাৰীক নিযুক্তি দিব পাৰিব আৰু ঠিকা ভিত্তিক কৰ্মচাৰীসকলেও স্থায়ী কৰ্মচাৰীৰ সমানেই দৰমহা লাভ কৰিব বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে।

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd