• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ভাৰতীয় শিবিৰত মোক্ষম আঘাত, আঘাতৰ বাবে টেষ্ট শৃংখলাৰ পৰা বাহিৰ তাৰকা খেলুৱৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2021 8:09 am
KL Rahul Ruled Out Of Test Series vs New Zealand
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰৰ পৰা কানপুৰত আৰম্ভ হ’বলগীয়া নিউজিলেণ্ডৰ বিৰুদ্ধে দুখন খেলৰ টেষ্ট শৃংখলাৰ পৰা বাহিৰ হৈছে কে এল ৰাহুল। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে মঙলবাৰে এক সংবাদ মাধ্যমৰ বিবৃতিত কয় যে আঘাতৰ বাবে কে এল ৰাহুল টেষ্ট শৃংখলাটোৰ পৰা বাদ পৰিছে । সূৰ্যকুমাৰ যাদৱক কে এল ৰাহুলৰ স্থানত দলত যোগ দিয়া হৈছে।

ৰাহুলৰ আঘাত ভাৰতীয় দলৰ বাবে এক মোক্ষম আঘাত। ৰোহিত শৰ্মা, বিৰাট কোহলী, ঋষভ পণ্ট, বুমৰাহৰ দৰে তাৰকা খেলুৱৈ ইতিমধ্যেই দলত অনুপস্থিত। তেনে অৱস্থাত ৰাহুলৰ অনুপস্থিতিয়ে ভাৰতীয় শিবিৰক চিন্তাত পেলাইছে। অৱশ্য প্ৰথমখন টেষ্টত বিশ্ৰাম দিয়া নিয়মীয়া অধিনায়ক কোহলীয়ে মুম্বাইত অনুষ্ঠিত দ্বিতীয় খন টেষ্টত ভাৰতীয় দলত যোগ দিব।

“ভাৰতীয় দলৰ বেটাৰ কে এল ৰাহুলে তেওঁৰ বাওঁ উৰুত পেশীৰ চাপৰ সন্মুখীন হৈছে আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে আগন্তুক ২ খন খেলৰ Paytm টেষ্ট শৃংখলাৰ পৰা বাহিৰ হৈছে। অহা মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ প্ৰস্তুতিৰ বাবে তেওঁ এতিয়া NCA ত যোগ দিব। সৰ্বভাৰতীয় জ্যেষ্ঠ বাছনি সমিতিয়ে শ্ৰীযুত সূৰ্যকুমাৰ যাদৱক কে এল ৰাহুলৰ স্থানত বাচনি কৰিছে।” বিচিচিআইয়ে এক সংবাদ মাধ্যমৰ বিবৃতিত কয়।

Apply Now

উল্লেখ্য যে ইংলেণ্ড ভ্ৰমণ কৰা ভাৰতৰ টেষ্ট দলৰ অংশ আছিল সূৰ্যকুমাৰ যাদৱ। অৱশ্যে শৃংখলাটোত ভাৰতীয় দলৰ হৈ অভিষেক ঘটাবলৈ সক্ষম হোৱা নাছিল।

অপেনাৰ ৰাহুল বাদ পৰাৰ লগে লগে মিডল অৰ্ডাৰৰ বিকল্প হিচাপে দলত থকা শুভমন গিলে এতিয়া মায়াংক আগৰৱালৰ সৈতে দলৰ ইনিংছ আৰম্ভ কৰাটো নিশ্চিত হৈছে। আনহাতে শ্ৰেয়স আয়াৰ আৰু সূৰ্যকুমাৰ যাদৱৰ মাজৰ এজনে বৃহস্পতিবাৰে ভাৰতীয় দলৰ হৈ আত্মপ্ৰকাশ কৰাৰ সুযোগ পাব।

ভাৰতীয় টেষ্ট দলঃ আজিংক্য ৰাহানে (অধিনায়ক), মায়াংক আগৰৱাল, চেতেশ্বৰ পূজাৰা (উপ-অধিনায়ক), শুভমন গিল, শ্ৰেয়স আয়াৰ, সূৰ্যকুমাৰ যাদৱ, ঋদ্ধিমান সাহা (উইকেট-ৰক্ষক), কে এছ ভৰত (উইকেট-ৰক্ষক), ৰবীন্দ্ৰ জাদেজা, আৰ অশ্বিন, অক্সৰ পেটেল, জয়ন্ত যাদৱ, ইশান্ত শৰ্মা, উমেশ যাদৱ, মহম্মদ চিৰাজ, প্ৰসিধ কৃষ্ণ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd