• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনি দিনৰ ভিতৰত শিক্ষকৰ সমস্যা সমাধানৰ দাবী অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ

উত্তম শইকীয়া ,বোকাখাত by উত্তম শইকীয়া ,বোকাখাত
November 25, 2021 1:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিদিনৰ ভিতৰত গোলাঘাট জিলাৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ সমস্যা সমাধান কৰিবলৈ গোলাঘাট জিলা প্ৰাথমিক শিক্ষা বিষয়াক দাবী জনাইছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰধান ৰাতুল চন্দ্ৰ গোস্বামীয়ে ।

তিনিদিনৰ ভিতৰত সমস্যা সমাধান নকৰিলে পাঁচ দিনৰ পিচত বিষয়া গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে।

উল্লেখ্য যে জিলা প্ৰাথমিক শিক্ষা বিষয়াগৰাকীয়ে বোকাখাত মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ২৩ নৱেম্বৰত অনুষ্ঠিত হ’ব লগা অধিৱেশন অনুষ্ঠিত কৰাত শৈক্ষিক ক্ষতি দোহাই দি বাধা আৰোপ কৰিছিল ।ফলত বুধবাৰৰ দিনা লাচিত দিৱসৰ বন্ধত এই অধিবেশন অনুষ্ঠিত কৰিব লগা হয়।

Apply Now

ক’ভিড কালীন সময়ৰ শৈক্ষিক ঘাটি পূৰণৰ লগতে শিক্ষক ছাত্ৰ ছাত্ৰীৰ সমস্যা সমাধানৰ বিষয়েও আলোচনা কৰাৰ কথা আছিল এই অধিবেশনতে। জিলা শিক্ষা বিষয়াৰ আচৰনত ক্ষোভ প্ৰকাশ কৰি প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে পৰম্পৰাগত ভাবে চলি অহা অধিৱেশনৰ ক্ষেত্ৰত এনে বাধা সহ্য কৰা নহ’ব বুলি মন্তব্য কৰে ।

গোলাঘাটৰ প্ৰাথমিক শিক্ষা বিষয়া গৰাকীক প্ৰত্যাহ্বান জনাই গোস্বামীয়ে কয় যে ২০ বছৰ চাকৰি সম্পূৰ্ণ কৰা শিক্ষকক এম এন পি এছৰ ধন দিবলৈ অসম চৰকাৰে ২০২০ চনতে দিয়া নিৰ্দেশৰ ৩ দিনৰ ভিতৰত কাৰ্যকৰী কৰিবলৈও বিষয়া গৰাকীক আহ্বান জনায় ৷

সম্পাদক প্ৰধান গৰাকীৰ মতে শংকা দূৰ কৰাহে বীৰত্ব, বীৰত্ব ভয় দেখুৱাবলৈ নহয়। লগতে শিক্ষক সকলকো দায়বদ্ধতাৰে সেৱা আগবঢ়ায় যাবলৈ আহ্বান জনাই ৰাতুল চন্দ্ৰ গোস্বামীয়ে। বুধবাৰে বোকাখাত মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ত্ৰয়োদশ দ্বি বাৰ্ষিক অধিবেশন ৰজাবাৰীত থকা শিক্ষক সন্মিলনীৰ কাৰ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই অধিবেশনত সভাপতি লক্ষ্য বড়িয়ে পুৱা পতাকা উত্তোলন কৰে। স্মৃতি তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক কমল ভূঞাই।

বৃক্ষ ৰোপণ কৰে অৱসৰ প্ৰাপ্ত শিক্ষক অৰুণ শৰ্মাই। প্ৰতিনিধি সভা উদ্বোধন কৰে জ্যোতিপ্ৰসাদ বৰুৱাই।পৰ্যবেক্ষক ৰূপে উপস্থিত থাকে সৰ্বভাৰতীয় সদস্য ত্ৰিদীপ বৰুৱা। পৰৱৰ্তী সময়ত লক্ষ বড়িৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ আঁত ধৰে ভাৰপ্ৰাপ্ত সম্পাদক নবীন দাসে।

কেন্দ্ৰীয় শিক্ষাখণ্ডৰ শিক্ষা বিষয়া প্ৰমোদ বৰুৱাই সভা উদ্বোধন কৰে।মুখ্য অতিথি ৰূপে ভাগ লয় অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি জীৱন চন্দ্ৰ বৰাই।

সভাত নবীন দাসৰ দুখন গ্ৰন্থ “লাভলীনা বৰগোহাঁই,টকীঅ’২০২০,এন আনটল্ড ষ্টৰী” আৰু “কুইজ,সাঁথৰ,জতুৱা ঠাঁচ” উন্মোচন কৰে বুবুল দত্তই।

উত্তম শইকীয়া ,বোকাখাত

উত্তম শইকীয়া ,বোকাখাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd