• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুৰাপায়ীৰ বাবে দুঃখবৰ: অসমত ১০ৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি পাব সুৰাৰ দাম

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 27, 2021 4:57 pm
203
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ সুৰাপায়ী লোকসকলৰ বাবে দুঃখবৰ।

শীঘ্ৰে ৰাজ্যত বৃদ্ধি পাব সুৰাৰ দাম।ৰাজ্য চৰকাৰে পেট্ৰ’ল-ডিজেলত VAT হ্ৰাস কৰাৰ ফলত যি ক্ষতিৰ সন্মুখীন হৈছে সেই ক্ষতি পূৰণ কৰিবলৈয়েই সুৰাৰ দাম ১০-১৫ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।

জানিব পৰা মতে দামী পুৰাৰ ক্ষেত্ৰত কমেও ১৫ শতাংশ আৰু কম দামী সুৰাৰ ক্ষেত্ৰত কমেও ৫ শতাংশ মূল্যবৃদ্ধি ঘটোৱা হ’ব। উল্লেখ্য সুৰা বিক্ৰীৰ পৰা ৰাজ্য চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰি আহিছে।

২০০১-২০০২ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে সুৰাৰ পৰা ১৪৮ কোটি টকাৰ আবকাৰী শুল্ক লাভ কৰিবলৈ সক্ষম হৈছিল।

২০২০-২০২১ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে সুৰাৰ পৰা লাভ কৰা আবকাৰী শুল্কৰ পৰিমাণ হৈছে ২,০৩৩ কোটি টকা।

চলিত বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে সুৰা বিক্ৰীৰ পৰা ২,৪০০ কোটি টকাৰ ৰাজহ অৰ্জনৰ লক্ষ্য স্থিৰ কৰিছে।

উল্লেখ্য ২০০১ চনৰ পৰাই ৰাজ্য চৰকাৰে কোনো সুৰাৰ বিপনী অথবা বাৰক অনুজ্ঞাপত্ৰ দিয়া নাই।

সম্প্ৰতি চৰকাৰে ৰাজ্যৰ কেইবাটাও নিৰ্বাচিত স্থানত সুৰাৰ বিপনীৰ অনুজ্ঞা প্ৰদানৰ সিদ্ধান্ত লৈছে।

অসমত বৰ্তমান ১,২৩৪ খন সুৰাৰ দোকান থকাৰ লগতে কেৱল গুৱাহাটীতে আছে ৩১৮ খন সুৰাৰ দোকান।

অসমত থকা বাৰৰ সংখ্যা হৈছে ৯৯৬ খন।

সুৰাৰ মূল্যবৃদ্ধিৰ ফলত ৰাজ্য চৰকাৰে এক বুজন পৰিমাণৰ অতিৰিক্ত ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে।

অৱশ্যে কেতিয়াৰ পৰা সুৰাৰ মূল্য বৃদ্ধি হ’ব সেয়া এতিয়াও ঘোষণা কৰা হোৱা নাই।

Recent News

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd