• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সংসদত যিকোনো বিষয়ত আলোচনাৰ বাবে সাজু চৰকাৰ: মোদী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2021 3:57 pm
Narendra Modi
172
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনত সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু চৰকাৰ— প্ৰধানমন্ত্ৰী মোদীয়ে এই কথা সদৰী কৰিছে। লগতে মোদীয়ে বিৰোধীক সদন আৰু অধ্যক্ষৰ মৰ্যাদাৰ প্ৰতি সতৰ্ক হ’বলৈ আহ্বান জনায়।

উল্লেখ্য প্ৰধানমন্ত্ৰী মোডীয়ে কালি অধিৱেশনৰ উদ্দেশ্যে এখন সৰ্বদলীয় বৈঠকত উপস্থিত থকাৰ পৰা বিৰত আছিল। ইয়াৰ বাবে বিৰোধী দলসমূহে প্ৰধানমন্ত্ৰীক সমালোচনা কৰিছিল।

কংগ্ৰেছৰ ৰাজ্যসভাৰ নেতা মল্লিকাৰ্জুন খাৰ্গে মন্তব্য কৰিছিল যে বিৰোধীয়ে বৈঠকত প্ৰধানমন্ত্ৰী উপস্থিত থাকিব বুলি আশা কৰিছিল।

দেওবাৰে তেওঁ কয়, “আমি কৃষি আইনৰ বিষয়ে চৰকাৰক প্ৰশ্ন কৰিব বিচাৰিছিলো। এই তিনি আইন পুনৰ আন কোনো ৰূপত আহিব পাৰে বুলি কিছু আশংকা আছে।”

আজি অধিৱেশনৰ প্ৰাক্ মুহূৰ্তত মোদীয়ে কয়, “চৰকাৰে সকলো বিষয় আলোচনা কৰিবলৈ সাজু, সকলো প্ৰশ্নৰ উত্তৰ দিবলৈও সাজু। আমি সংসদত প্ৰশ্ন বিচাৰো আৰু শান্তিও বিচাৰো। চৰকাৰ বা চৰকাৰী নীতিৰ বিৰুদ্ধে যিকোনো প্ৰশ্ন উত্থাপন কৰা হওক। অৱশ্যে সংসদ আৰু অধ্যক্ষৰ মৰ্যাদা ৰক্ষা হ’ব লাগে।”

লগতেপ্ৰধানমন্ত্ৰী মোদীয়ে নতুন কোভিড প্ৰকাৰ ‘অ’মিক্ৰন’ সন্দৰ্ভতো সতৰ্কবাণী প্ৰদান কৰে আৰু সকলোকে সতৰ্ক হ’বলৈ আহ্বান জনায়।

অৱশ্যে ইতিমধ্যে সংসদত গৃহীত হোৱা কৃষি আইন বাতিল বিধেয়ক ২০২১ সন্দৰ্ভত চৰকাৰে আলোচনাৰ অনুমতি নিদিয়াৰ বাবে বিৰোধী দলসমূহে চৰকাৰক সমালোচনা কৰিছে।

উল্লেখ্য যে শীতকালীন অধিৱেশনত চৰকাৰে ৩৬ খন বিধেয়ক উত্থাপনৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে বিতৰ্কিত কৃষি আইন বাতিল বিধেয়ক ২০২১ সংসদত গৃহীত হৈছে।

Recent News

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd