• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সংসদৰ শীতকালীন অধিৱেশনৰ সময়তে ৰাজ্য সভাৰ ১২ জন বিৰোধী সাংসদক নিলম্বন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2021 5:40 pm
12 Rajya Sabha MPs suspended
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংসদৰ শীতকালীন অধিৱেশনৰ সময়তে উচ্ছৃংখল আচৰণৰ বাবে ১২ জন বিৰোধী সাংসদক ৰাজ্যসভাৰ পৰা নিলম্বিত কৰা হৈছে।

নিলম্বিত সাংসদসকলৰ ভিতৰত আছে কংগ্ৰেছৰ ছয়জন, তৃণমূল কংগ্ৰেছ আৰু শিৱসেনাৰ দুজনকৈ, আৰু চিপিআই আৰু চিপিএমৰ এজনকৈ সাংসদ।

নিলম্বিত সাংসদ সকল হৈছে কংগ্ৰেছৰ ফুলো দেৱী নেতাম, ছায়া বাৰ্মা, ৰিপুন বৰা, ৰাজমণি পেটেল, চৈয়দ নাছিৰ হুছেইন আৰু অখিলেশ প্ৰসাদ সিং; তৃণমূল কংগ্ৰেছৰ দোলা সেন, শান্তা ছেত্ৰী; শিৱসেনাৰ প্ৰিয়ংকা চতুৰ্বেদী, অনিল দেশাই; চিপিএমৰ এলামাৰাম কৰিম; আৰু চিপিআইৰ বিনয় ভিস্বম।

Apply Now

চৰকাৰী জাননীখনত কোৱা হৈছে, “এই সদনে অধ্যক্ষৰ কৰ্তৃত্বৰ প্ৰতি সম্পূৰ্ণ অৱজ্ঞা, সদনৰ নিয়মৰ সম্পূৰ্ণ অপব্যৱহাৰক তীব্ৰ গৰিহণা দিয়ে। ৰাজ্যসভাৰ ২৫৪ তম অধিৱেশনৰ শেষ দিনটোত অৰ্থাৎ ১১ আগষ্টত নিৰাপত্তাকৰ্মীসকলৰ ওপৰত তেওঁলোকৰ অসদাচৰণ, ঘৃণামূলক, উচ্ছৃংখল আৰু হিংসাত্মক আচৰণ আৰু ইচ্ছাকৃত আক্ৰমণৰ জৰিয়তে ইচ্ছাকৃতভাৱে সদনৰ কাৰ্যকলাপত বাধা প্ৰদান কৰে।”

পেগাচাছ স্নুপিং আৰু তিনিখন কৃষি আইনক লৈ বিৰোধীয়ে প্ৰতিবাদ কৰাৰ বাবে নিৰন্তৰ ব্যাঘাত আৰু স্থগিতৰ বাবে সংসদৰ বৰ্ষাকালীন অধিৱেশন আগষ্টত নিৰ্ধাৰিত সময়তকৈ দুদিন আগতে সমাপ্ত হৈছিল।

বৰ্ষাকালীন অধিৱেশনৰ অন্তিম দিনটোত বিৰোধী সাংসদসকলে সংসদৰ মেজত উঠি ক’লা কাপোৰ প্ৰদৰ্শন কৰিছিল আৰু নতুন কৃষি সংস্কাৰ আইনৰ বিৰুদ্ধে কৃষকসকলৰ প্ৰতিবাদৰ ওপৰত আলোচনা আৰম্ভ কৰাৰ সময়ত টেবুলৰ ফাইলসমূহ দলিয়াইছিল। তেওঁলোকে নিৰাপত্তাকৰ্মীসকলকো আক্ৰমণ কৰাৰ অভিযোগ উঠিছিল।

আনহাতে বিৰোধীয়ে অভিযোগ কৰিছিল যে সাংসদসকলক নিৰাপত্তাকৰ্মীয়ে দুৰ্ব্যৱহাৰ কৰিছিল।

ইয়াৰ পিছতে ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডু আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এনে উচ্ছৃংখল দৃশ্য আৰু এনে ক্ষেত্ৰত ভৱিষ্যতৰ কাৰ্যপন্থাৰ বিতং পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd