• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুৰণি বৰ্ণবাদী টুইটক কেন্দ্ৰ কৰি বিতৰ্কত টুইটাৰৰ নতুন CEO ভাৰতীয় বংশোদ্ভৱ পৰাগ আগৰৱালা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 30, 2021 8:16 pm
Twitter new CEO
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জেক ডৰছেৰ ঠাইত টুইটাৰৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি পোৱা ভাৰতীয় বংশোদ্ভৱ পৰাগ আগৰৱালা এটা পুৰণি টুইটক কেন্দ্ৰ কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে। ১১ বছৰ পুৰণি এটা বৰ্ণবাদী মন্তব্য সন্নিবিষ্ট টুইটৰ বাবে সামাজিক মাধ্যমত তেওঁ সমালোচনাৰ সন্মুখীন হৈছে।

২০১০ চনত আগৰৱালে আমেৰিকাত বৰ্ণবাদ আৰু ইছলামোফোবিয়াক উপহাস কৰা এজন কৌতুক অভিনেতাৰ উদ্ধৃতি দিছিল।

“যদি তেওঁলোকে মুছলমান আৰু উগ্ৰপন্থীৰ মাজত পাৰ্থক্য নিৰূপণ কৰিব নোৱাৰে, তেন্তে মই শ্বেতাংগ লোক আৰু বৰ্ণবাদীসকলৰ মাজত কিয় পাৰ্থক্য বিচাৰ কৰিব লাগে।” আগৰৱালে ২৬ অক্টোবৰ, ২০১০ ত পোষ্ট কৰা টুইটটোত কয়।

 

“If they are not gonna make a distinction between muslims and extremists, then why should I distinguish between white people and racists.”

— Parag Agrawal (@paraga) October 26, 2010

এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি কলোৰাডোৰ চতুৰ্থ কংগ্ৰেছনেল ডিষ্ট্ৰিক্টক প্ৰতিনিধিত্ব কৰা ৰিপাব্লিকান কেন বাকে প্ৰশ্ন কৰে যে ব্যৱহাৰকাৰী সকলে কেনেকৈ টুইটাৰৰ নতুন চিইঅ’ক সকলোৰে সৈতে সমান ব্যৱহাৰ কৰিব বুলি বিশ্বাস কৰিব পাৰে?

টিনেছিৰ চিনেটৰ মাৰ্চা ব্লেকবাৰ্নে কয়, “এইয়া পৰাগ আগৰৱাল, টুইটাৰৰ নতুন CEO আৰু এই ব্যক্তিজনেই এতিয়া টুইটাৰত কেনে ধৰণৰ বক্তব্য ব্যৱহাৰ কৰা হ’ব সেইয়া নিৰূপণ কৰিব।”

This is Parag Agrawal, Twitter’s new CEO and the person who’s going to be deciding what kind of speech is allowed on Twitter: https://t.co/W4HYeNSxlf

— Sen. Marsha Blackburn (@MarshaBlackburn) November 29, 2021

আন এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখে, “টুইটাৰৰ নতুন CEO এজন বৰ্ণবাদী। মই কিয় আচৰিত নোহোৱাকৈ থাকিম?”

So, Twitter’s new CEO is a racist. Why am I not surprised? https://t.co/KHFVx3CZGc

— Brandon Morse (@TheBrandonMorse) November 29, 2021

অৱশ্যে আগৰৱালে এজন ব্যৱহাৰকাৰীক তেওঁৰ পূৰ্বৰ মন্তব্যৰ স্পষ্টীকৰণ দিয়ে। “মই দ্য ডেইলী শ্ব’ৰ পৰা আচিফ মাণ্ডৱীৰ উদ্ধৃতি দি আছিলো। আপুনি পঢ়ি থকা প্ৰবন্ধটো মোৰ বৰ্তমানৰ মানসিক অৱস্থাৰ বাবে অতি গভীৰ যেন লাগিছে।” তেওঁ পোষ্ট কৰিছিল।

উল্লেখ্য যে আগৰৱালে ফেচবুকৰ বিষয়েও পোষ্ট কৰিছিল আৰু উল্লেখ কৰিছিল যে সামাজিক মাধ্যম কেৱল সময়ৰ অপচয়। “ফেচবুক এখন কাৰাগাৰৰ দৰে। আপুনি চাৰিওফালে বহি থাকিব, সময় অপচয় কৰিব, এখন প্ৰ’ফাইল ছবি আছে, দেৱালত লিখিব আৰু আপুনি নজনা ব্যক্তিৰ দ্বাৰা পোক কৰিব।” তেওঁ লিখিছিল।

আগৰৱালে ২০২২ চনত চিইঅ’ হিচাপে দায়িত্ব গ্ৰহণ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd