• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাকিস্তানৰ প্ৰদূষিত বায়ুৰ প্ৰভাৱত দিল্লীৰ বায়ু প্ৰদূষণ! উচ্চতম ন্যায়ালয়ত আজৱ দাবী উত্তৰ প্ৰদেশ চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 3, 2021 6:25 pm
UP Govt On Delhi Air Pollution
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ পৰা অহা প্ৰদূষিত বায়ুৱে দিল্লীৰ বায়ুৰ মানদণ্ড প্ৰভাৱিত কৰে! এক কথাত দিল্লীৰ বায়ু প্ৰদূষণৰ বাবে দায়ী পাকিস্তানৰ পৰা অহা প্ৰদূষিত বায়ু! উচ্চতম ন্যায়ালয়ত এই আজৱ দাবী কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে।

উত্তৰ প্ৰদেশ চৰকাৰৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা ৰঞ্জিত কুমাৰে দিল্লীত বায়ুৰ মানদণ্ড প্ৰভাৱিত কৰাৰ বাবে পাকিস্তানৰ ফালৰ পৰা অহা প্ৰদূষিত বায়ুক দোষাৰোপ কৰিছে।

Apply Now

ইয়াৰ প্ৰত্যুত্তৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰমনাই উত্তৰ প্ৰদেশ চৰকাৰক “পাকিস্তানৰ উদ্যোগ সমূহ নিষিদ্ধ কৰিব বিচাৰে নেকি” বুলি কটুক্তি কৰে।

অধিবক্তা ৰঞ্জিত কুমাৰে উত্তৰ প্ৰদেশৰ উদ্যোগসমূহৰ ৰাষ্ট্ৰীয় ৰাজধানীৰ প্ৰদূষণত কোনো ভূমিকা নাই বুলি দাবী কৰে। উত্তৰ প্ৰদেশৰ উদ্যোগসমূহৰ প্ৰদূষিত বায়ু দিল্লীৰ ফালে নাযায় বুলি উল্লেখ কৰি উত্তৰ প্ৰদেশ চৰকাৰে উদ্যোগসমূহ বন্ধ কৰাত আপত্তি কৰে।

তেওঁ কয় যে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল আৰু ইয়াৰ কাষৰীয়া অঞ্চলত বায়ু গুণমান ব্যৱস্থাপনা আয়োগে উদ্যোগসমূহক মাত্ৰ ৮ ঘণ্টা কাম কৰিবলৈ অনুমতি দিয়াৰ সিদ্ধান্তই কুঁহিয়াৰ আৰু দুগ্ধ উদ্যোগসমূহক প্ৰভাৱিত কৰিব।

ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত এখন বিচাৰপীঠে দিল্লী-এনচিআৰ অঞ্চলত বায়ু প্ৰদূষণৰ ওপৰত এখন আবেদনৰ শুনানি গ্ৰহণ কৰি আছে।

এই শুনানিৰ সময়তে উত্তৰ প্ৰদেশ চৰকাৰে বায়ু প্ৰদূষণৰ বাবে পাকিস্তানক দোষাৰোপ কৰে। উল্লেখ্য যে বৰ্তমান বিজেপিৰ নেতা সকলে দেশৰ যিকোনো পৰিস্থিতিৰ বাবে পাকিস্তানক দোষাৰোপ কৰাটো এটা ট্ৰেণ্ডত পৰিণত হৈছে। চৰকাৰৰ কোনো ভুল নীতিৰ সমালোচনা কৰা সকলকো বিজেপিৰ নেতা সকলে পাকিস্তান পন্থী বুলি অভিহিত কৰে।

সততে পাকিস্তানৰ নাম উল্লেখ কৰি নিজৰ দোষ ঢাকিব বিচৰা বিজেপিৰ নেতা-কৰ্মীৰ এনে কাৰ্য বিভিন্ন সময়ত সমালোচিত হৈছে। এতিয়া দিল্লীৰ বায়ু প্ৰদূষণৰ বাবে পাকিস্তানক দোষাৰোপ কৰা কাৰ্যক সামাজিক মাধ্যমত বিভিন্নজনে ব্যঙ্গাত্মক সমালোচনা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

September 11, 2026 8:25 am
“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

September 11, 2026 7:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd