• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চৰকাৰে ঘোষণা কৰিলে ২০২১ চনৰ ‘অসম সৌৰভ’ আৰু ’অসম গৌৰৱ’ বঁটা, তালিকাত কাৰ কাৰ নাম?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 4, 2021 3:40 pm
Assam-Legislative-Assembly
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলত ঘোষণা কৰিছে ২০২১ চনৰ ‘অসম সৌৰভ’ আৰু ’অসম গৌৰৱ’ বঁটা।

সামাজিক, ৰাজনৈতিক, ক্ৰীড়া, শিল্প কলাকে ধৰি বিভিন্ন ক্ষেত্ৰৰ মুঠ ৫ গৰাকী ব্যক্তিক এইবাৰ ‘অসম সৌৰভ’ বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

‘অসম সৌৰভ’ বঁটাৰ বাবে নিৰ্বাচিত ব্যক্তি কেইগৰাকী হ’ল ক্ৰমে—কমলেন্দু দেৱ ক্ৰোৰী( কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ).ডা° লক্ষ্মনন এছ ( ভাৰতীয় প্ৰশাসনিক সেৱাৰ দক্ষ বিষয়া), ডঃ দীপক চান্দ জৈন( আমেৰিকাৰ নৰ্থ ৱেষ্টাৰ্ণ বিশ্ব বিদ্যালয়ৰ ডীন).লাভলীনা বৰগোঁহাই ( অলিম্পিকত মেডেল বিজয়ী বিশ্ব বিখ্যাত বক্সাৰ),নীলপৱন বৰুৱা ( প্ৰখ্যাত চিত্ৰকৰ)।

আনহাতে ’অসম গৌৰৱ’ বঁটাৰ বাবে নিৰ্বাচিত বিশ্‌ষ্ট ব্যক্তি কেইগৰাকী হৈছে ক্ৰমে—মুনীন্দ্ৰ নাথ নাতে ( অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক, কোভিড ভেকচিন প্ৰদান অভিযানত আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে তেওঁক দিয়া হৈছে এই বঁটা),ডাঃ বসন্ত হাজৰিকা ( গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক, কোভিড পৰিস্থিতিত আগবঢ়োৱা সেৱাৰ বাবে দিয়া হৈছে এই বঁটা), আকাশজ্যোতি গগৈ ( যোৰহাটৰ আগশাৰীৰ হাঁহ-কুকুৰা পালক),মনোজ কুমাৰ বসুমতাৰী (শোণিতপৰ ঢেকিদলৰ আগশাৰীৰ গাহৰি পালক),খৰছিং টেৰণ ( বিশিষ্ট পৰ্বতাৰোহী), ববী হাজৰিকা ( মাৰ্ঘেৰিটা চাহবাগিচাৰ বিশিষ্ট মহিলা উদ্যোগী),হেমপ্ৰভা চুতীয়া (ডিব্ৰুগড়ৰ ফটিকাচোৱা অভয়পুৰীয়া গাঁৱৰ উদ্যমী বোৱনী), নমিতা কলিতা ( মানৱ সেৱাত নিযোজিত গুৱাহাটীৰ এএনএম নাৰ্চ),বনীতা মমিন ( চাৰিদুৱাৰ ফুলগুৰিৰ আশাকৰ্মী),ধৰণীধৰ বড়ো ( প্ৰকৃতি সংৰক্ষণত নিয়োজিত মিৰ্জা গোঁসাইহাটৰ অৱসৰপ্ৰাপ্ত বন বিষয়া),কৌশিক বৰুৱা ( গুৱাহাটীৰ আগশাৰীৰ কৃষিজাত সামগ্ৰীৰ ৰপ্তানিৰ সৈতে জৰিত উদ্যোগী),কল্পনা বড়ো (ৰৌতাৰ অংগনবাড়ী কৰ্মী),ডা° আছিফ ইকবাল ( গুৱাহাটীৰ বিশিষ্ট চিকিৎসক)।

ইয়াৰ পূৰ্বে অসম চৰকাৰে দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটাক অসম বৈভৱ বঁটাৰ বাবে নিৰ্বাচিত কৰা বুলি ঘোষণা কৰিছিল।

উল্লেখ্য অসম বৈভৱ বঁটাত আছে নগদ পাঁচ লাখ টকাৰ লগতে প্ৰশস্তি পত্ৰ তথা স্মাৰক,অসম সৌৰভ বঁটাত আছে নগদ চাৰি লাখ টকাৰ লগতে প্ৰশস্তি পত্ৰ আৰু স্মাৰক, অসম গৌৰৱ বঁটাত আছে নগদ তিনি লাখ  টকাৰ লগতে প্ৰশস্তি পত্ৰ আৰু  স্মাৰক।

 মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে যে প্ৰতি বছৰে  চ্যুকাফা দিৱস(২ ডিচেম্বৰ)ৰ দিনা এই বঁটা প্ৰদান কৰা হ’ব  ।  চলিত  বছৰৰ বঁটা সমূহ ২০২২ চনৰ ২৪ জানুৱাৰীৰ দিনা প্ৰদান কৰা হ’ব। পৰৱৰ্বঁতী সময়ত বঁটাৰ বাবে ব্যক্তি নিৰ্বাচনৰ কৰিবলৈ ভোটৰ ব্যৱস্থা কৰাৰ কথাও তেওঁ সংবাদমেলত সদৰী কৰে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd