• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২১ শতাব্দীৰ আইকন বঁটাৰ বাবে মনোনীত কৃষক নেতা ৰাকেশ টিকাইট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 4, 2021 8:08 pm
Rakesh Tikait
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃষক আন্দোলনৰ আটাইতকৈ জনপ্ৰিয় মুখ হিচাপে আত্মপ্ৰকাশ কৰা ভাৰতীয় কিষাণ ইউনিয়নৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ টিকাইটৰ জনপ্ৰিয়তা দেশৰ বাহিৰতো বিয়পি পৰিছে। লণ্ডনস্থিত স্কোৱেৰড্ ৱাটাৰমেলন কোম্পানীয়ে বছৰি প্ৰদান কৰা ‘২১ শতাব্দীৰ আইকন বঁটা’ৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হৈছে টিকাইটৰ নাম।

ভাৰতীয় কিষাণ ইউনিয়নৰ উত্তৰ প্ৰদেশৰ উপ-সভাপতি ৰাজবীৰ সিঙে জানিবলৈ দিয়া অনুসৰি এই বঁটাটো ১০ ডিচেম্বৰত প্ৰদান কৰা হ’ব।

Apply Now

এই বঁটা সন্দৰ্ভত টিকাইটক সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত টিকাইটে কয়, “মই বঁটা সংগ্ৰহ কৰিবলৈ লণ্ডনলৈ নাযাওঁ। মই এতিয়া আন্দোলনত ব্যস্ত।” যেতিয়া কৃষকসকলৰ দাবী মানি লোৱা হ’ব তেতিয়া তেওঁ এই বঁটা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে টিকাইটে।

এইয়া অনস্বীকাৰ্য যে কৃষক আন্দোলনৰ সফলতাত টিকাইটৰ সুদক্ষ আৰু আপোচকামী নেতৃত্বৰ যথেষ্ট গুৰুত্ব আছে। আপোচকামী, নিৰ্ভয় আৰু সবল যুক্তিৰে টিকাইট সৰ্বজনবিদিত হৈ পৰিছিল।

উল্লেখ্য যে সুদীৰ্ঘ এবছৰীয়া কৃষক আন্দোলনৰ ফলশ্ৰুতিত যোৱা ১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিওখন বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল। ইতিমধ্যে দুই সংসদত কৃষি আইন বাতিল বিধেয়ক গৃহীত হৈছে।

ইয়াৰ পিছতো কৃষকসকলৰ আন্দোলন এতিয়াও শেষ হোৱা নাই। নিম্নতম সমৰ্থন মূল্য, ৭০০ ৰো অধিক শ্বহীদ কৃষকৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান তথা আন কিছু দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষক সকলে।

ইতিমধ্যে এই বিষয়ত চৰ্চাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৃষক সকলৰ পৰা পাঁচজনীয়া পেনেলৰ আহ্বান জনাইছে। কৃষক আন্দোলনৰ নেতৃত্বই চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কৃষক নেতাৰ নাম বাচনি কৰাৰ সিদ্ধান্ত লৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd