• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিয় পদত্যাগ কৰিলে সংসদ টিভিৰ এংকৰ প্ৰিয়ংকা চতুৰ্বেদীয়ে?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 6, 2021 5:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংসদ টিভিৰ এংকৰ প্ৰিয়ংকা চতুৰ্বেদীৰ পদত্যাগকলৈ এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

শীতকালীন অধিৱেশনত নিলম্বিত হোৱা শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে সংসদ টিভিৰ এংকৰ পদৰ পৰা কালি আনুষ্ঠানিক ভাবে পদত্যাগ কৰে।

ৰাজ্যসভাৰ অধ্যক্ষ ভেংকয়া নাইডুলৈ লিখা পত্ৰত সাংসদগৰাকীয়ে এইবুলি প্ৰকাশ কৰিছে—’সংসদ টিভিৰ মেৰী কাহানী অনুষ্ঠানটোৰ পৰা মোক আঁতৰোৱা দিয়া হৈছে।এয়া অপমানজনক কথা হিচাবে মই অনুভৱ কৰিছো’

১২ গৰাকী সাংসদক ২৯ নৱেম্বৰৰ দিনা শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনতে আনুষ্ঠানিক ভাবে নিলম্বন কৰা হৈছিল।
নিলম্বিত সাংসদ কেইগৰাকী হ’ল ক্ৰমে শিৱ সেনাৰ প্ৰিয়ংকা চতুৰ্বেদী,তৃণমূলৰ দোলা সেন, চিপিএমৰ ইলামাৰাম কৰিম,কংগ্ৰেছৰ ফুলো দেৱী নেটাম,ছায়া বাৰ্মা,ৰিপুন বৰা,ৰাজামণি পেটেল,ছৈয়দ নাছিৰ হুছেইন,অখিলেশ প্ৰসাদ সিং,চিপিআইৰ বিনয় বিশ্বম,তৃণমূল কংগ্ৰেছৰ শান্তা ছেত্ৰী,শিৱসেনাৰ অনিল দেশাই।

চলিত বৰ্ষৰ ১১ আগষ্টত ৰাজ্যসভাৰ ৫৪ তম অধিৱেশনৰ শেষৰ দিনটোতে একাংশ সাংসদে হিংসাত্মক কাৰ্যত লিপ্ত হোৱা, সংসদৰ নিৰাপত্তা কৰ্মীক দুৰ্ব্যৱহাৰ কৰা আদিৰ অভিযোগ উঠিছিল।

কৃষি আইন বাতিলকে ধৰি পেগাছাছ ফোন টেপিঙৰ বিষয়কলৈ সেই সময়ত সাংসদ একাংশই ৰাজ্যসভাৰ মজিয়াত যুদ্ধ সদৃশ পৰিবেশৰ সৃ্ষ্টি কৰিছিল।

ইয়াৰ পৰিণতিতে ৰাজ্যসভাৰ অধিবেশন দুদিন পূৰ্বেই সামৰিবলগীয়া হৈছিল। অভিযোগ অনুসৰি বৰ্ষাকালীন অধিৱেশনৰ সময়তে একাংশ সাংসদে চকী-মেজ ফাইল আদি দলিয়াই দিছিল।

এনে ঘটনাৰ পিছতে ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডু আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ১২ গৰাকী বিধায়কক নিলম্বিত কৰাৰ সিদ্ধান্ত লৈছিল।

এনে সিদ্ধান্তৰ বিৰুদ্ধে বিৰোধী দলৰ সাংসদসকলে প্ৰতিবাদ কৰি থকাৰ মাজতে সংসদ টিভিত বিভিন্ন অনুষ্ঠান পৰিচালনা কৰা এংকৰ প্ৰিয়ংকা চতুৰ্বেদীক কেইবাটাও অনুষ্ঠানত আঁত ধৰাৰ পৰা বিৰত ৰখা হৈছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

September 19, 2025 4:04 pm
জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব পৰা নাই অনুৰাগীয়েঃ চৌদিশে কান্দোনৰ ৰোল

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব পৰা নাই অনুৰাগীয়েঃ চৌদিশে কান্দোনৰ ৰোল

September 19, 2025 3:37 pm
জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

September 19, 2025 3:02 pm
২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

September 19, 2025 12:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

September 19, 2025 4:04 pm
জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব পৰা নাই অনুৰাগীয়েঃ চৌদিশে কান্দোনৰ ৰোল

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব পৰা নাই অনুৰাগীয়েঃ চৌদিশে কান্দোনৰ ৰোল

September 19, 2025 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd