• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিনিবছৰত ৮০০পথ নিৰ্মাণৰ লক্ষ্য গুৱাহাটী পৌৰ নিগমৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2018 12:58 pm
Guwahati
439
VIEWS
Share on FacebookShare on Twitter

সমাগত তিনিবছৰৰ ভিতৰত গুৱাহাটী মহানগৰীত প্ৰায় ৮০০টা পথ- উপপথ নিৰ্মাণৰ লক্ষ্য লৈছে পৌৰ নিগমে। —এই ঘোষণা কৰিছে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়াই।

বৃহস্পতিবাৰে গুৱাহাটীত এখন সংবাদ মেল সম্বোধন কৰি পৌৰ নিগমৰ মেয়ৰ গৰাকীয়ে কয়—  ‘উন্নয়নমূলক কাম- কাজ ক্ষিপ্ৰ গতিৰে আগুৱাই নিয়াৰ বাবে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই প্ৰতিটো ৱাৰ্ডৰ বাবে ১ কোটি টকা মঞ্জুৰি দিয়াৰ বিপৰীতে প্ৰতিজন এৰিয়া সদস্যক ১ লাখ টকাৰ মঞ্জুৰি দিছে’।

ইয়াৰ জৰিয়তে মহানগৰীৰ বাট- পথৰ উন্নয়ন হ’ব বুলি প্ৰকাশ কৰি মেয়ৰ গৰাকীয়ে লগতে কয় যে ঠিকাদাৰ সকলে নিৰ্দিষ্ট নীতি- নিয়মৰ মাজেৰে কাম সমূহ সম্পন্ন কৰি তেওঁলোকৰ পাবলগীয়া ধনৰাশি মোকলাই ল’বলৈ সক্ষম হ’ব।

একেখন সংবাদ মেলতে মেয়ৰ গৰাকীয়ে কয় যে অট্টালিকা নিৰ্মাণৰ বাবে আপত্তিবিহীন প্ৰমাণ পত্ৰসমূহ ২০ এপ্ৰিলত দিয়া হ’ব। সেয়েহে সংশ্লিষ্ট লোকসকলে ১০ এপ্ৰিলৰ ভিতৰতে আসোঁৱাহ সমূহ দূৰ কৰিব লাগিব।

মেয়ৰ শৰণীয়াই লগতে মহানগৰীৰ মাংস ব্যৱসায়ী সকলক সকীয়নি প্ৰদান কৰি কয় যে যদিহে কোনো ব্যৱসায়ীয়ে নিৰ্দিষ্ট নীতি- নিয়ম সমূহ উলংঘা কৰে তেন্তে তেওঁলোকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব পাৰে।

মহানগৰীৰ উন্নয়নৰ বাবে পৌৰ নিগম কৰ্তৃপক্ষই গ্ৰহণ কৰা পদক্ষেপৰ জৰিয়তে ৰাজধানী চহৰখনৰ বাসিন্দাই সুফল পাব বুলি আশা কৰা হৈছে।

 

Recent News

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd