• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰিৱেশবিদ ডঃ প্ৰণৱ জ্যোতি পাতৰলৈ ২০২১ বৰ্ষৰ সন্মানীয় SABERA পুৰস্কাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 10, 2021 9:52 am
index

ড০ প্ৰনৱজ্যোতি পাতৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামাজিক আৰু পৰিৱেশিক ক্ষেত্ৰখনলৈ ৰাষ্ট্রীয় পৰ্য্যায়ত আগবঢ়োৱা অৱদানৰ বাবে ডঃ ডঃ প্ৰণৱজ্যোতি পাতৰলৈ এই বছৰৰ Social Leader of The Year সন্মান আগবঢ়োৱা হৈছে।

পৰিৱেশবিদ হোৱা সত্ত্বেও সামাজিক দিশত যথেষ্ট আগ-ভাগ লোৱা ডঃ পাতৰে দুৰ্যোগৰ সময়ত মানৱীয় সহায় (বিশেষকৈ কোভিড-১৯ আৰু বানপানীৰ সময়ত), মহিলা সৱলীকৰণৰ বাবে দক্ষতা বিকাশ আৰু বৈকল্পিক জীৱিকা, পৰিৱেশ শিক্ষা আৰু সজাগতাৰ লগতে পাৰিপাৰ্শ্বিক প্ৰশিক্ষণ আৰু ক্ষমতা বিকাশৰ দৰে কেতবোৰ প্ৰকল্প হাতত লৈ বিশেষ সফলতা লাভ কৰিছে।

তেওঁৰ নয়দা ৰুটি বেংকলৈ অৱদান সৰ্বজনবদিত। এই বেংকে ক’ভিড লক-ডাউনৰ সময়ত ১৮ লাখতকৈ অধিক ৰুটি একত্ৰিত কৰি ৩.৫ লাখ ভোকাতুৰ লোকক খুৱাবলৈ সক্ষম হৈছিল। ইয়াৰ বাহিৰেও তেওঁৰ বিশেষ প্ৰচেষ্টা মেডিচিন বেংকে ২০০ কেজি ঔষধ অসম আৰু বিহাৰৰ বান বিধস্ত অঞ্চলৰ লোকক বিনামূলীয়া কৈ বিতৰণ কৰিছে।

Apply Now

ৰেণু সুদ কাৰ্ণাড –পৰিচালন সঞ্চালক এইচডিএফচি বেংক (জুৰী অধ্যক্ষ), ড০ ভাস্কৰ চেটাৰ্জী (আইএএছ) প্ৰাক্তন ডিজি – ভাৰতীয় কৰ্পোৰেট পৰিক্ৰমা প্ৰতিষ্ঠান, উদয় কুমাৰ বৰ্মা (আইএএছ) প্ৰাক্তন সচিব -তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় (ভাৰত চৰকাৰ), মেথিউ চেৰিয়ান, অধ্যক্ষ – CARE ইণ্ডিয়া, কমল বালি, পৰিচালন সঞ্চালক – ভলভো ইণ্ডিয়া, গীতা গোৱেল, কাণ্ট্ৰী ডাইৰেক্টৰ – মাইকেল এণ্ড চুজান ডেল ফাউণ্ডেচনক লৈ গঠিত এক সন্মানীয় জুৰীয়ে ড০ প্ৰণৱজ্যেতিক সামাজিক-পৰিৱেশ ক্ষেত্ৰখনত তেওঁৰ উৎকৃষ্ট কামৰ বাবে ‘বছৰটোৰ সামাজিক নেতা’ হিচাপে বাছনি কৰে।

জানিব পৰা মতে, ড০ প্ৰণৱজ্যেতি পাতৰ, এই সন্মানীয় বঁটা লাভ কৰা উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি।

ক’ভিড মহামাৰীক লক্ষ্য ৰাখি ২০২১ বৰ্ষৰ চবেৰা বঁটা ডিচেম্বৰৰ ৯, ২০২১ তাৰিখে এক অনলাইন অনুষ্ঠানৰ মাধ্যমেৰে প্ৰদান কৰা হয় যত পদ্মশ্ৰী ড০ প্ৰকাশ আমটে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ ড০ বিবেক দেবৰয়, এইচডিএফচি বেংক লিমিটেডৰ এমডি ৰেণু সুদ কাৰ্ণাড,  ৰাষ্ট্ৰসংঘৰ মহিলা বঁটা প্ৰাপ্ত আৰু চবেৰা বঁটাৰ প্ৰতিষ্ঠাপক কিউৰেটৰ- সুপৰ্ণা চাড্ডা কে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

২০১৮ চনতে প্ৰতিষ্ঠা কৰা চবেৰা পুৰস্কাৰ (SABERA – Social And Business Enterprise Responsible Awards) সামাজিক ক্ষেত্ৰখনত এক বিশেষ নাম আছে, যিয়ে প্ৰতি বছৰে সমাজ কল্যাণ, দক্ষতা বিকাশ আৰু পৰিবেশ সংৰক্ষণ দিশত লোৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বাক্তিগত প্ৰচেষ্টাক স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰি আহিছে।

যোৱা কেইবছৰত চবেৰা বঁটা লাভ কৰা লোক সকলৰ ভিতৰত আছে – ভাৰতী ফাউণ্ডেচনৰ বিজয় চাড্ডা, প্ৰোৎসাহান ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সোণাল কাপুৰ, লেমন ট্ৰি হোটেলৰ পতঞ্জলি কেচৱানী, দিল্লী আৰক্ষীৰ যুটীয়া আয়ুক্ত চায়া শৰ্মা,  – লিড ইণ্ডিয়া ফেলো আৰু টেড এক্স বক্তা অংকিতা শৰ্মা, য়ুথ 4জবছৰ মীৰা শেনয়, সৰথক শিক্ষা ন্যাসৰ ড০ জীতেন্দ্ৰ আগৰৱাল, সমৰ্পন ফাউণ্ডেচনৰ পেট্ৰিক চান ফ্ৰান্সেস্কো, ল’তাস পিটেল ফাউণ্ডেচনৰ শালিনী ভৰদ্বাজ আদিকে ধৰি বহু কেইজন স্বনামধন্য ব্যক্তি। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd