• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিটিআৰত “বড়োলেণ্ড দক্ষতা নিযুক্তি আৰু উদ্যোগ বিকাশ অভিযান” মিছন মুকলি

ৰিনয় বসুমতাৰী,কোকৰাঝাৰ by ৰিনয় বসুমতাৰী,কোকৰাঝাৰ
December 15, 2021 3:01 pm
109
VIEWS
Share on FacebookShare on Twitter

বিটিআৰ এলেকাৰ নিবনুৱা যুৱক- যুৱতী সকলক আত্ম সংস্থাপন কৰাৰ লক্ষ্যৰে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল,বিজেপি আৰু জি এচ পি মিত্ৰজোটৰ চৰকাৰখনে আজি কোকৰাঝাৰত “বড়োলেণ্ড দক্ষতা নিযুক্তি আৰু উদ্যোগ বিকাশ অভিযান” নামৰ এক মিছন মুকলি কৰে ৷

এই উপলক্ষে কোকৰাঝাৰ চহৰৰ চান্দামাৰীস্থিত বড়োফা সাংস্কৃতিক প্ৰকল্পত আজি আয়োজিত হোৱা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ পৰিবহণ, ঔদ্যোগিক আৰু বাণ্যিজ্য দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকি বিটিআৰত “বড়োলেণ্ড দক্ষতা নিযুক্তি আৰু উদ্যোগ বিকাশ অভিযান মিছনটো বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিক মুকলি কৰে ৷

মুকলি অনুষ্ঠানৰ অন্তঃত সাংবাদিকৰ আগত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি মুকলি হোৱা দক্ষতা বিকাশৰ মিছনটো বাস্তৱত কাৰ্যকৰী সফল হলে বিটিআৰ অঞ্চলৰ নিবনুৱা যুৱক- যুৱতী সকলক বিভিন্ন দিশত স্বাৱলম্বী আৰু আত্ম সংস্থাপনত প্ৰাধান্য পাব বুলি উল্লেখ কৰে ৷

তেওঁ বিটিআৰত প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদীয় চৰকাৰখনে ভাল কাম কৰা বুলিও শলাগ লয় ৷ মন্ত্ৰীগৰাকীয়ে আজি মিছন মুকলি অনুষ্ঠানত কোকৰাঝাৰ বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়কে ধৰি বিভিন্নজনে উপস্থাপন কৰা প্ৰজেক্টৰ প্ৰশংসা কৰে ৷

উল্লেখ্য যে, বিটিআৰ চৰকাৰৰ উদ্যোগত আয়োজিত হোৱা বড়োলেণ্ড দক্ষতা নিযুক্তি আৰু উদ্যোগ বিকাশ অভিযানৰ মুকলি অনুষ্ঠানত বিটিআৰৰ কাৰ্যবাহী সদস্যদ্বয় ড° নিলোৎ স্বৰ্গিয়াৰী আৰু উইলচন হাসদা, গোসাইগাওঁৰ বিধায়ক জিৰন বসুমতাৰী, বিটিচিৰ সচিৱ প্ৰধান শান্তনু পি গোটমাৰ, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙ আৰু বহুতো দক্ষতা বিকাশ প্ৰশিক্ষিত নিবনুৱা যুৱ যুৱতী উপস্থিত থাকে ৷

উল্লেখ্য যে “বড়োলেণ্ড দক্ষতা নিযুক্তি আৰু উদ্যোগ বিকাশ অভিযান” মিছনটোৰ মাধ্যমেদি বিটিআৰত পাচঁটা আদৰ্শ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা আৰু ৫০ হেজাৰ নিবনুৱা যুৱক- যুৱতীক সামৰি লোৱা হব বুলি জনা গৈছে৷

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd