• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চল্লিশ হাজাৰ বছৰ ধৰি পৰিৱৰ্তন হোৱা নাই ভাৰতীয়ৰ DNA, আজৱ দাবী মোহন ভাগৱতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 19, 2021 6:51 pm
Mohan Bhagwat
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চল্লিশ হাজাৰ বছৰৰ পূৰ্বৰ ভাৰতীয় আৰু আজিৰ ভাৰতীয়সকলৰ মাজত কোনো পাৰ্থক্য নাই। এই সময়ছোৱাত কোনো পৰিবৰ্তন হোৱা নাই। এইদৰে মন্তব্য কৰিছে আৰএছএছৰ প্ৰধান মোহন ভাগৱতে।

শনিবাৰে ধৰমশালাত অৱসৰপ্ৰাপ্ত ভাৰতীয় সৈনিকসকলৰ এটা অনুষ্ঠানত ভাগৱতে কয় যে যোৱা চল্লিশ হাজাৰ বছৰধৰি ভাৰতীয়সকলৰ ডিএনএৰ কোনো পৰিবৰ্তন হোৱা নাই।

Apply Now

সকলো ভাৰতীয়ৰ পূৰ্বপুৰুষ অভিন্ন। এই পুৰ্বপুৰুষসকলৰ বাবেই ভাৰতীয় সংস্কৃতিৰ বিকাশ অব্যাহত আছে বুলি মন্তব্য কৰে ভাগৱতে।

ভাগৱতে কয় যে ভাৰত আৰু হিন্দুত্বক পৃথক কৰিব পৰা নাযায়। হিন্দুক এৰি ভাৰত হ’ব নোৱাৰে আৰু ভাৰত এৰিও হিন্দু হ’ব নোৱাৰে বুলি তেওঁ কয়।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ভাৰতীয়ৰ পূৰ্বপুৰুষ সম্পৰ্কে ভাগৱতৰ কেতবোৰ মন্তব্যই ব্যাপক চৰ্চা লাভ কৰি আহিছে।

তেওঁ কৈছিল যে এই দেশৰ প্ৰতিজন নাগৰিক প্ৰকৃততে হিন্দু। মুছলমানসকলো প্ৰকৃততে হিন্দু। ইয়াৰ কাৰণ হৈছে তেওঁলোকৰ পুৰ্বপুৰুষসকল হৈছে হিন্দু।

কিন্তু শনিবাৰে প্ৰদান কৰা মন্তব্যটোৱে কেতবোৰ বিশেষ প্ৰশ্নৰ অৱতাৰণা কৰিছে। চল্লিশ হাজাৰ বছৰ পূৰ্বে পৃথিৱীখন কেনেকুৱা আছিল? মানুহৰ প্ৰজাতি দেখিবলৈ কেনেধৰণৰ আছিল?

আধুনিক বিজ্ঞানৰ বিবৰ্তনৰ সূত্ৰ অনুসৰি মানুহৰ ক্ৰমবিকাশত চল্লিছ হাজাৰ বছৰ পূৰ্বক কিধৰণে লক্ষ্য কৰা গৈছে? চল্লিশ হাজাৰ বছৰ পূৰ্বৰ মানুহৰ কোনো ইতিহাস বিশ্বত নাই। তেনেস্থলত চল্লিশ হাজাৰ বছৰ পূৰ্বে ভাৰত নামৰ দেশখন আছিলনে?

বিজ্ঞানসন্মত অধ্যয়নৰ দ্বাৰা জনা যায় যে ভাৰতলৈ প্ৰায় পাঁচ হাজাৰ বছৰ পূৰ্বেহে আৰ্য সভ্যতা বিকশিত হৈছিল। এই আৰ্য সভ্যতাৰেই বৰ্তমান ভাৰতবৰ্ষৰ সমাজ গাঁঠনি আৰু সংস্কৃতিৰ পৰিচালিত হৈ আহিছে। কিন্তু এই আৰ্যসকলো আহিছিল ভাৰতৰ ভূখণ্ডৰ বাহিৰৰ পৰা।

তেনে স্থলত মোহন ভাগৱতৰ মন্তব্যটো আজৱ নহয়নে! প্ৰশ্ন উঠিছে- ভাগৱতে কেতিয়া কেনেকৈ কিদৰে চল্লিছ হাজাৰ বছৰৰ পূৰ্বৰ ভাৰতখন দেখিছিল! নে তেওঁ আৰু তেওঁৰ হিন্দুত্বৰ আদৰ্শই এতিয়াও চল্লিছ হাজাৰ বছৰ পিছুৱাই আছে!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd