• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰবীন্দ্ৰ ভৱনত উন্মোচন হ’ব নৃত্য নিপুন চাৰু বৰদলৈৰ আত্মজীৱনী

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 22, 2021 9:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাৰু বৰদলৈ ফাউণ্ডেছনে প্ৰখ্যাত নৃত্য নিপুন চাৰু বৰদলৈৰ ১০০ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰি আহিছে। নৃত্য নিপুন গৰাকীৰ জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি চলিত বৰ্ষৰ ৩১ ডিচেম্বৰত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত উন্মোচন কৰা হ’ব নৃত্য নিপুন প্ৰয়াত চাৰু বৰদলৈৰ আত্মজীৱনী “My Life And Art Divine”।

উল্লেখ্য, অসমৰ সাংস্কৃতিক জগত খনলৈ চাৰু বৰদলৈৰ অৱদান অতুলনীয়।

Apply Now

তেওঁ অসম ৰাজ্যিক সংগীত মহাবিদ্যালয় ( বৰ্তমান এল কে আৰ বি ৰাজ্যিক সংগীত মহাবিদ্যালয় হিচাবে জনাজাত) ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাবে কাৰ্যনিৰ্বাহ কৰাৰ লগতে কথক নৃত্যৰ ক্ষেত্ৰত ৰাজ্যৰ এগৰাকী পথিকৃতৰ ভূমিকা পালন কৰিছিল।

গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পী হিচাবেও তেওঁৰ সুনাম আছিল।

‘ৰূপহী’ (১৯৪১), ‘বদন বৰফুকন’ (১৯৪৭) আদিৰ লেখীয়া অসমীয়া চলচ্চিত্ৰতো তেওঁ হৃদয়স্পৰ্শী অভিনয় কৰিছিল।

তেওঁ অসম শাস্ত্ৰীয় সংগীত সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।অল আছাম মিউজিক কনফাৰেন্সো তেওঁৰ প্ৰচেষ্টাতে গঠন হৈছিল।

নতুন প্ৰজন্মক নৃত্য চৰ্চাৰ সৈতে জড়িত কৰোৱাৰ উদ্দেশে চাৰু বৰদলৈয়ে প্ৰতিষ্ঠা কৰিছিল অসমৰ অতি পুৰণি নৃত্যৰ বিদ্যালয় নৰ্তন নিকেতন।

তেওঁৰ উল্লেখযোগ্য শিষ্যসকলৰ ভিতৰত ৰাজ্যৰ এগৰাকী আগশাৰীৰ নৃত্য বিশাৰদ সংগীত নাটক অকাডেমী বঁটা বিজয়ী ৰামকৃষ্ণ তালুকদাৰ, মৰমী মেধি আদি অন্যতম।

অসমৰ সাংস্কৃতিক জগত খনলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা চাৰু বৰদলৈৰ কৰ্মৰাজিক জীয়াই ৰখাৰ লগতে সেইবোৰৰ প্ৰকৃত সংৰক্ষণৰ উদ্দেশ্যে গঠন কৰা হৈছিল চাৰু বৰদলৈ ফাউণ্ডেছন।

১৯২১ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীৰ শিলপুখুৰীত জন্মগ্ৰহণ কৰিছিল চাৰু বৰদলৈয়ে।

তেওঁৰ পিতৃৰ নাম আছিল আনন্দী বৰদলৈ আৰু মাতৃ আছিল দেবৱালা বৰদলৈ। অসমৰ সংগীত-নৃত্যৰ জগতখনলৈ অতুলনীয় অৱদান আগবঢ়াই যোৱা চাৰু বৰদলৈৰ মৃত্যু হৈছিল ১৯৯০ চনৰ ২ ডিচেম্বৰত।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৯ বছৰ। এইগৰাকী মহান নৃত্য নিপুনৰেই আত্মজীৱনী উন্মোচন কৰা হ’ব ৩১ ডিচেম্বৰত।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm
ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm
ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd