• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বাচনী প্ৰতিশ্ৰুতিত জনকল্যাণ নহয়, সুৰাৰ দাম হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিলে বিজেপিৰ সভাপতিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 29, 2021 3:13 pm
BJP
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপোনাক মাত্ৰ ৭০ টকাতে সুৰাৰ এটা ফুল বটল লাগিব নেকি? যদি লাগে অথবা বিচাৰে তেনে চিন্তা নকৰিব,আপোনালৈ এই সুযোগ লৈ আহিছে বিজেপিয়ে।

হয়, বিজেপিয়ে পুনৰ ক্ষমতালৈ আহিলে সুৰাপায়ীসকলক মাত্ৰ ৭০ টকাতে দিব এক ফুল বিলাতী সুৰা!ভোটাৰলৈ এক বাম্বাৰ অফাৰ প্ৰদান কৰিছে বিজেপিৰ এজন বিশিষ্ট নেতাই।

বিজেপিৰ নেতাগৰাকীৰ মতে বিজেপিক ভোট দি জিকাওক আৰু লাভ কৰক মাত্ৰ ৭০ টকাত সুৰাৰ ফুল বটল। অৱশ্যে এই বাম্পাৰ অ’ফাৰ গোটেই দেশবাসীৰ বাবে নহয়।

এই বাম্পাৰ অ’ফাৰ আগবঢ়াইছে অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক বিজেপিৰ সভাপতি সোমু বীৰাজুৱে।

বিজয়ৱাড়াৰ এখন দলীয় ৰাজহুৱা ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয়, “আপোনালোকে ভাৰতীয় জনতা পাৰ্টিক ১ কোটি ভোট দিয়ক আৰু আমি আপোনালোকক মাত্ৰ ৭০ টকাত সুৰা প্ৰদান কৰিম।” ইমানেই নহয় ৰাজ্যৰ ৰাজহৰ পৰিমাণ বেছি হ’লে মাত্ৰ ৫০ টকাত সুৰা প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি দিছে বিজেপিৰ নেতাগৰাকীয়ে।

উল্লেখ্য যে ২০২৪ত অন্ধ্ৰ প্ৰদেশত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনলৈ আৰু প্ৰায় দুটা বছৰৰ থকা অৱস্থাতে ৰাজ্যখনৰ ক্ষমতা দখলৰ ৰণডংকা এইদৰে বজাইছে বিজেপিয়ে।

বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে YSR Congressৰ YS জগণ মোহন ৰেড্ডীৰ চৰকাৰে ৰাজ্যখনত অধিক মূল্যত নিম্নমানৰ সুৰা প্ৰদান কৰি আহিছে বুলিও অভিযোগ কৰে।

আনকি অন্ধ্ৰ প্ৰদেশ চৰকাৰে কৃত্ৰিম সুৰা উৎপাদন কৰি বিক্ৰী কৰা বুলিও গুৰুতৰ অভিযোগ কৰিছে বীৰাজুৱে।

“ৰাজ্য চৰকাৰে মানুহৰ তেজ পান কৰি আছে। প্ৰতিমাহে এজন ব্যক্তিয়ে সুৰাৰ বাবে ১২০০ টকা খৰচ কৰে। সুৰাৰ ব্ৰেণ্ডৰ ওপৰত উচ্চ হাৰত কৰ আৰোপ কৰাৰ বাবে ৰাজ্যখনত সুৰা প্ৰিমিয়ামত বিক্ৰী কৰা হৈছে” বুলিও মন্তব্য কৰে বীৰাজুৱে।

ইফালে ৰাজ্য চৰকাৰে মূল্য সংযোজিত কৰ হ্ৰাস কৰিলেও বজাৰ খুচুৰা বজাৰ মূল্যত ‘বিশেষ লাভ’ যোগ দিয়াৰ ফলত সুৰাৰ দাম অপৰিৱৰ্তিত হৈ থকা বুলিও অভিযোগ কৰিছে ৰাজ্যিক সভাপতি গৰাকীয়ে।

অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ভোটৰ বিনিময়ত কম মূল্যত সুৰা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতে বিষয়টো সৰৱ চৰ্চা লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd