• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

সম্প্ৰসাৰণবাদী চীনৰ চকু! অৰুণাচল প্ৰদেশৰ ১৫টা স্থানক পুনৰ নামাকৰণ কৰিলে চীনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 31, 2021 8:23 am
WhatsApp Image 2021-12-31 at 7.46.17 AM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনে বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ কমেও ১৫টা স্থানক পুনৰ নামাকৰণ কৰিছে। সম্প্ৰসাৰণবাদী চীনৰ ভাৰতৰ ওপৰত চাপ সৃষ্টিৰ এয়া এক নতুন কৌশল হিচাপে বিবেচিত হৈছে।

নতুন নামকৰণক ‘মান্যকৃত’ (standardized)বুলি অভিহিত কৰি বৃহস্পতিবাৰে চীনে স্থানংক তথা এখন মানচিত্ৰৰ সৈতে মুকলি কৰিছে।

চীনৰ অসামৰিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে নতুন সীমান্ত আইনৰ মাত্ৰ কেইদিনমান পূৰ্বে এই ঘোষণা কৰিছে।

Apply Now

উল্লেখ্য যে চীনৰ মানচিত্ৰত অৰুণাচল প্ৰদেশক জংনান বা দক্ষিণ তিব্বেত বুলি কোৱা হৈছে।

চীনে বিগত বছৰবোৰত অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বেত হিচাপে দাবী কৰি আহিছে যদিও ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে ইয়াক দৃঢ়তাৰে খণ্ডন কৰি ৰাজ্যখনক ‘ভাৰতৰ এক অৱিচ্ছেদ্য অংগ বুলি’ দোহাৰি আহিছে।

বৃহস্পতিবাৰে নামকৰণ কৰা ১৫টা স্থানৰ ভিতৰত আঠটা আৱাসিক অঞ্চল, চাৰিখন পৰ্বত, দুখন নদী আৰু এটা পাহাৰীয়া পথ।

বাতৰি অনুসৰি, তালিকাত থকা আঠখন নগৰ হৈছে ছানন প্ৰান্তৰ কোনা অঞ্চলৰ ছেংকেজং আৰু ডাগলুংজং, নিয়াংচি অঞ্চলৰ মেডগ প্ৰান্তৰ মণিগেং, ডুডিং আৰু মিগপেইন, নিয়াংচি অঞ্চলৰে জায়ু প্ৰান্তৰ গোলিং, ডাম্বা আৰু ছানন অঞ্চলৰ লুঞ্জে প্ৰান্তৰ মেজগ।

আনহাতে, পৰ্বতকেইখন হৈছে ৱামু ৰি, ডেও ৰি, লুনঝুৱ ৰি আৰু কুমিংঝিংজে ফেং। সেইদৰে নদী দুখন হৈছে জেনিয়’গমো হি আৰু ডুলেইন হি তথা তালিকাৰ পাহাৰীয়া পথটো হ’ল ছে লা। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসিদ্ধ প্ৰযোজক, চেন্সৰ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ পহলাজ নিহালানীৰ দেহাৱসান; বলীউডত শোকৰ ছাঁ

প্ৰসিদ্ধ প্ৰযোজক, চেন্সৰ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ পহলাজ নিহালানীৰ দেহাৱসান; বলীউডত শোকৰ ছাঁ

June 4, 2026 3:33 pm
মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই বংগত তীব্ৰ চাঞ্চল্য

মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই বংগত তীব্ৰ চাঞ্চল্য

June 4, 2026 3:13 pm
আমেৰিকান পৰ্যটকৰ হেৰোৱা এটিএম কাৰ্ড ঘূৰাই দিবলৈ অট’ৰিক্সাৰে ৬ ঘণ্টা যাত্ৰা কৰিলে কেৰালাৰ যুৱকে

আমেৰিকান পৰ্যটকৰ হেৰোৱা এটিএম কাৰ্ড ঘূৰাই দিবলৈ অট’ৰিক্সাৰে ৬ ঘণ্টা যাত্ৰা কৰিলে কেৰালাৰ যুৱকে

June 4, 2026 2:51 pm
বিশ্বকাপ ফুটবলত কেনেকৈ থাকিব ভাৰত? দৃষ্টি আকৰ্ষণ কৰিছে এই চাৰিগৰাকী ভাৰতীয় মূলৰ ফুটবলাৰে

বিশ্বকাপ ফুটবলত কেনেকৈ থাকিব ভাৰত? দৃষ্টি আকৰ্ষণ কৰিছে এই চাৰিগৰাকী ভাৰতীয় মূলৰ ফুটবলাৰে

June 4, 2026 2:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসিদ্ধ প্ৰযোজক, চেন্সৰ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ পহলাজ নিহালানীৰ দেহাৱসান; বলীউডত শোকৰ ছাঁ

প্ৰসিদ্ধ প্ৰযোজক, চেন্সৰ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ পহলাজ নিহালানীৰ দেহাৱসান; বলীউডত শোকৰ ছাঁ

June 4, 2026 3:33 pm
মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই বংগত তীব্ৰ চাঞ্চল্য

মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই বংগত তীব্ৰ চাঞ্চল্য

June 4, 2026 3:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd